মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ

মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ (ইংৰাজী: Mora hridaya ekhana yuddhakshetra) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন আত্মজীৱনী। কিতাপখন প্ৰকাশ কৰিছে ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনে। ২০০৬ চনত প্ৰকাশ হোৱা নতুন সংস্কৰণৰ পুনৰ্মুদ্ৰণ কৰা হয় ২০০৯ চনত। এই গ্ৰন্থখন লেখক বৰগোহাঞিয়ে প্ৰণয় ফুকনৰ কৰকমলতত আগবঢ়াইছে।[1]

মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ  
লেখক হোমেন বৰগোহাঞি
প্ৰচ্ছদ শিল্পী প্ৰদীপ নাথ
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় আত্মজীৱনী
প্ৰকাৰ গদ্য
প্ৰকাশক ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ২১০
আই.এচ.বি.এন. 81-7665-291-1

বিৱৰণ সম্পাদনা কৰক

লেখকৰ চমু পৰিচয় সম্পাদনা কৰক

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।[3]

তথ্যৰ উৎস সম্পাদনা কৰক

  1. হোমেন বৰগোহাঞি (২০০৯). মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ. শ্ৰী অজয় কুমাৰ দত্ত. 
  2. Sahitya Akademi Official website.
  3. Desk, Digital (12 May 2021). "Breaking: Eminent litterateur, journalist Homen Borgohain no more » News Live TV » Assam" (en-US ভাষাত). News Live TV. https://newslivetv.com/breaking-eminent-litterateur-journalist-homen-borgohain-no-more/। আহৰণ কৰা হৈছে: 12 May 2021. 

লগতে চাওক সম্পাদনা কৰক