লৰীয়তী
লৰীয়তী (ইংৰাজী: Marsh Sandpiper, বৈজ্ঞানিক নাম-Tringa stagnatilis) এটা সৰু আকাৰৰ 'wader' গোটৰ চৰাইৰ প্ৰজাতি। ই সাধাৰণতে ইউৰোপ আৰু এছিয়া মহাদেশৰ মুকলি ঘাঁহনি অঞ্চল তথা জলাশয় আদিত প্ৰজনন কৰে বুলি জনা যায়।
লৰীয়তী (Marsh Sandpiper) | |
---|---|
Winter plumage | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Charadriiformes |
পৰিয়াল: | Scolopacidae |
গণ: | Tringa |
প্ৰজাতি: | T. stagnatilis |
বৈজ্ঞানিক নাম | |
Tringa stagnatilis (Bechstein, 1803) |
বিৱৰণ
সম্পাদনা কৰকলৰীয়তীৰ ঠোঁট দীঘলীয়া আৰু ইয়াৰ ঠেং দুখনো দীঘলীয়া আৰু হালধীয়া বৰণৰ। ইয়াৱ দেহৰ দৈৰ্ঘ্য ২২-২৬ ছে: মি: আৰু ওজন প্ৰায় ৪৫-১২০ কি:গ্ৰা। হোৱা দেখা যায়। প্ৰজনন কালত ইয়াৰ দেহৰ বৰণ মুগা-মটিয়া হৈ পৰে। আনহাতে শীত কালত ই শেঁতা বৰণৰ হয়।[2]
বিতৰণ
সম্পাদনা কৰকলৰীয়তী চৰাই প্ৰধানকৈ এবিধ পৰিভ্ৰমণকাৰী চৰাইৰ প্ৰজাতি। ইয়াৰ বেছিভাগেই আফ্ৰিকা আৰু এছিয়াত আৰু অন্য কিছুমানে দক্ষিণ-পূব এছিয়া তথা অষ্ট্ৰেলিয়াত শীতকালটো কটায়। ইহঁতে সাধাৰণতে হ্ৰদ, বিল আদিত অকলশৰে বা সৰু গোটত চৰিবলৈ পছন্দ কৰে।
আচৰণ
সম্পাদনা কৰকখাদ্য
সম্পাদনা কৰকলৰীয়তী চৰায়ে অগভীৰ পানীত বা বোকাত ঠোঁটেৰে খুচৰি খাদ্য খায়। ই প্ৰধানকৈ পোক-পতংগ আদি খাই জীয়াই থাকে।
প্ৰজনন
সম্পাদনা কৰকতথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ BirdLife International (2012). "Tringa stagnatilis". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106003018। আহৰণ কৰা হৈছে: 16 July 2012.
- ↑ "Marsh Sandpiper". Oiseaux-birds.com. http://www.oiseaux-birds.com/card-marsh-sandpiper.html। আহৰণ কৰা হৈছে: 2011-10-19.
- Hayman, Peter; Marchant, John & Prater, Tony (1986): Shorebirds: an identification guide to the waders of the world. Houghton Mifflin, Boston. ISBN 0-395-60237-8
- Pereira, Sérgio Luiz & Baker, Alan J. (2005): Multiple Gene Evidence for Parallel Evolution and Retention of Ancestral Morphological States in the Shanks (Charadriiformes: Scolopacidae). Condor 107(3): 514–526. DOI: 10.1650/0010-5422(2005)107[0514:MGEFPE]2.0.CO;2 HTML abstract
বাহ্যিক সংযোগ
সম্পাদনা কৰক- Marsh Sandpiper videos, photos & sounds on the Internet Bird Collection
- Marsh Sandpiper - Species text in The Atlas of Southern African Birds.
- Avibase[সংযোগবিহীন উৎস]
- ৱিকিমিডিয়া কমন্সত Tringa stagnatilis সম্পৰ্কীয় মিডিয়া ফাইল।
- ৱিকিপ্ৰজাতিত Tringa stagnatilis সম্পৰ্কীয় তথ্য
- সাঁচ:Field guide birds of the world