শ্ৰদ্ধা কাপুৰ

ভাৰতীয় অভিনেত্ৰী

শ্ৰদ্ধা কাপুৰ (ইংৰাজী: Shraddha Kapoor; জন্ম ৩ মাৰ্চ ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নেপথ্য কণ্ঠশিল্পী যিয়ে বিশেষকৈ হিন্দী চলচ্চিত্ৰৰ লগত জড়িত। তেওঁ ভাৰতৰ সৰ্বাধিক জনপ্ৰিয় আৰু সৰ্বাধিক বেতন প্ৰাপ্ত অভিনেত্ৰীসকলৰ তালিকাত স্থান পাইছে[2][3] আৰু ফোৰ্বচ এছীয়াত সিহঁতৰ ২০১৬ চনৰ ৩০ আণ্ডাৰ ৩০ তালিকাত স্থান পাইছিল।

শ্ৰদ্ধা কাপুৰ

২০২০ চনত শ্ৰদ্ধা কাপুৰ
জন্ম ৩ মাৰ্চ, ১৯৮৭ (৩৭ বছৰ)[1]
বোম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পেচা
  • অভিনেত্ৰী
  • গায়িকা
সক্ৰিয় হৈ থকা সময় ২০১০–বৰ্তমান
আত্মীয়-স্বজন See Kapoor family and Mangeshkar-Hardikar-Abhisheki family

শ্ৰদ্ধা কাপুৰ শক্তি কাপুৰৰ কন্যা। তেওঁ ২০১০ত সংক্ষিপ্ত চৰিত্ৰত 'তিন পাট্টী' চলচ্চিত্ৰৰ যোগেদি কৰ্মজীৱনৰ পাতনি মেলিছিল আৰু অনুসৰণ কৰিছিল কিশোৰ নাটক 'লৱ কা দ্যা এণ্ড' (২০১১) -ত য’ত তেওঁ প্ৰথম প্ৰধান ভূমিকাত অভিনয় কৰে। বাণিজ্যিকভাৱে সফল ৰোমাণ্টিক নাটক 'আশিকী ২' (২০১৩)-ত এগৰাকী গায়িকাৰ চৰিত্ৰত অভিনয় কৰাত তেওঁ ব্যাপক পৰিচিতি অৰ্জন কৰিছিল, যাৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটালৈ মনোনীত হৈছিল। পিছৰ বছৰ, তেওঁ বিশাল ভৰদ্বাজৰ সমালোচিত, প্ৰশংসিত নাটক 'হায়দাৰ' (২০১৪), যি উইলিয়াম শেক্সপিয়েৰৰ ট্ৰেজেডী হেমলেটক ৰূপান্তৰিত কৰে, তাত তেওঁ ওফেলিয়াৰ চৰিত্ৰত অভিনয় কৰিছিল। ৰোমাণ্টিক থ্ৰিলাৰ 'এক ভিলেন' (২০১৪), নৃত্য নাটক 'এবিচডি ২' (২০১৫) আৰু একশ্বন নাটক 'বাঘি' (২০১৬) চলচ্চিত্ৰত অভিনেতাসকলোৰ ভূমিকাত কাপুৰে নিজেকে প্ৰতিষ্ঠিত কৰিছিল।[4][5] দুৰ্বল চিৰিজ চলচ্চিত্ৰসমূহৰ পিছত, তেওঁৰ সৰ্বাধিক উপাৰ্জনৰ মুক্তিপ্ৰাপ্ত কমেডী হৰৰ 'স্ত্ৰী' (২০১৮), একশ্বন থ্ৰিলাৰ 'সাহো' (২০১৯) আৰু ব্যংগাত্মক-নাটক 'ছিচোৰ' (২০১৯)।

চলচ্চিত্ৰ অভিনয় কৰাৰ লগতে কাপুৰে কেইখনমান চলচ্চিত্ৰত গানও গাইছিল।

চলচ্চিত্ৰপুঞ্জী সম্পাদনা কৰক

Key
  এতিয়াও মুক্তি লাভ কৰা নাই
চন চলচ্চিত্ৰ চৰিত্ৰ টোকা
২০১০ তিন পাট্টী অৰ্পণা খান্না
২০১১ লাভ কা দ্যা ইণ্ড ৰিয়া দয়ালদাস
২০১৩ আশিকী ২ আৰোহী কেশৱ চিৰ্কী
২০১৩ গৰী তেৰা প্যাৰ মে বাসুধা বিষয়ে ভূমিকা
২০১৪ এক ভিলেইন আয়েশা বৰ্মা
২০১৪ হাইদাৰ অৰ্শিয়া ল’ন
২০১৪ উংলী বাসন্তী "ডাঞ্চ বাসন্তী" গীতত বিষয়ে ভূমিকা
২০১৫ এবিচিডি ২ বিন্নী
২০১৬ বাঘি চিয়া
২০১৬ এ ফ্লাইং জেট নিজে কেমিঅ’ এপিয়াৰেঞ্চ
২০১৬ ৰ’ক অন ২ জিয়াহ শৰ্মা
২০১৭ অকে জানু তাৰা অগ্নিহোত্ৰী
২০১৭ হাফ গাৰ্লফ্ৰেণ্ড ৰিয়া সোমনী
২০১৭ হাসিনা পাৰ্কাৰ হাসিনা পাৰ্কাৰ
২০১৮ নৱাবজাদে নিজে "হাই ৰেটেড গাব্ৰু" গীতত বিষয়ে ভূমিকা[6]
২০১৮ স্ত্ৰী Unnamed
2018 বিট্টু গুল মেটেৰ চালু ললিতা "নৌতি" নৌতিয়াল
২০১৯ চাহো অমৃতা নায়াৰ তৃ-ভাষীক ছবি (হিন্দী, তামিল, তেলুগু)
২০১৯ চিচোৰ মায়া
২০২০ ষ্ট্ৰেট ডাঞ্চৰ ৩ডি ইনায়াত
২০২০ বাঘি ৩ চিয়া

ডিস্ক’গ্ৰাফী সম্পাদনা কৰক

চন গীত এলবাম Ref(s)
২০১৪ "গালিয়া" এক ভিলেইন [7]
২০১৪ "দো জহা" হাইদাৰ [8]
২০১৫ "বেজুবা ফিৰ সে" এবিচিডি ২ [9]
২০১৬ "সব তেৰা" বাঘি [10]
২০১৬ "তেৰে মেৰে দিল" ৰ’ক অন ২ [11]
২০১৬ "উড়জা ৰে" [12]
২০১৬ "ৱহ জহা" [13]
২০১৬ "ৰ’ক অন-ৰিভিজিটেড" [14]
২০১৭ "ফিৰ ভী তুমকো চাহুংগী হাফ গাৰ্লফ্ৰেণ্ড [15]

বঁটা আৰু মনোনয়ন সম্পাদনা কৰক

চন চলচ্চিত্ৰ বঁটা ধৰণ ফলাফল তথ্য সংগ্ৰহ
২০১১ তিন পাট্টি লায়নচ্‌ গল্ড এৱাৰ্ড ফেবাৰিট প্ৰমিজিং এক্টৰ (মহিলা) বিজয়ী [16]
ফিল্মফেয়াৰ বঁটা বেষ্ট ফেমেল ডিবিউট মনোনীত [17]
২০১৩ আচিকী ২ বিগ ষ্টাৰ এণ্টাৰটেইনমেণ্ট এৱাৰ্ড বেষ্ট ৰোমাণ্টিক কুপল বিজয়ী [18]
মষ্ট এণ্টাৰটেইনিং ফিল্ম এক্টৰ - মহিলা মনোনীত [19]
মষ্ট এণ্টাৰটেইনিং এক্টৰ ইন এ ৰোমাণ্টিক ৰোল – মহিলা মনোনীত [19]
২০১৪ লায়নচ্‌ গল্ড এৱাৰ্ড নিউ হাৰ্টথ্ৰব ফিল্ম এক্টৰ ইন লীড ৰোল - মহিলা বিজয়ী [20]
স্ক্ৰীণ এৱাৰ্ডচ্‌ শ্ৰেষ্ঠ অভিনেত্ৰী মনোনীত [21]
শ্ৰেষ্ঠ অভিনেত্ৰী (পপুলাৰ চইছ) মনোনীত [21]
জড়ি নং ১ (আদিত্য ৰয় কাপুৰৰ সৈতে) বিজয়ী [22]
ষ্টাৰ গিল্ড এৱাৰ্ডচ্‌ জড়ি অফ দ্য ইয়াৰ (আদিত্য ৰয় কাপুৰৰ সৈতে) বিজয়ী [23]
ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী মনোনীত [24]
জী চিনে এৱাৰ্ড বেষ্ট এক্টৰ – মহিলা মনোনীত [25]
গৌৰী তেৰা প্যাৰ মে শ্ৰেষ্ঠ সহ অভিনেত্ৰী (মহিলা) মনোনীত [26]
২০১৫ হাইডাৰ মিৰ্চী মিউজিক এৱাৰ্ডচ্‌ আপকামিং ফেমেল ভকেলিষ্ট অফ দ্য ইয়াৰ (দো জহাৰ বাবে) মনোনীত [27]
স্ক্ৰীণ এৱাৰ্ডচ্‌ বেষ্ট ইনচেম্বল কাষ্ট (চাহিদ কাপুৰৰ সৈতে) মনোনীত [28]
ষ্টাৰদাষ্ট এৱাৰ্ডচ্‌ নাটকৰ শ্ৰেষ্ঠ অভিনেত্ৰী মনোনীত [29]
চুপাৰষ্টাৰ অফ তুমোৰ্ৰো – মহিলা মনোনীত [29]
বিগ ষ্টাৰ এণ্টাৰটেইনমেণ্ট এৱাৰ্ডচ্‌ মষ্ট এণ্টাৰটেইনিং এক্টৰ ইন এ ৰোমাণ্টিক ফিল্ম – মহিলা মনোনীত [30]
এক ভিলেইন মষ্ট এণ্টাৰটেইনিং এক্টৰ (ফিল্ম) – মহিলা মনোনীত [30]
মষ্ট এণ্টাৰটেইনিং এক্টৰ ইন এ থ্ৰিলাৰ ফিল্ম – মহিলা মনোনীত [30]
গ্লোবেল ইণ্ডিয়ান একাডেমি এৱাৰ্ডচ্‌ বেষ্ট চিলেব্ৰিটী চিংগাৰ অফ দ্য ইয়াৰ বিজয়ী [31]
বেষ্ট মিউজিক ডিবিউট মনোনীত [32]
স্ক্ৰীণ এৱাৰ্ডচ্‌ বেষ্ট এক্টৰ পপুলাৰ (Best Actor Popular) - মহিলা মনোনীত [33]
মিৰ্চী মিউজিক এৱাৰ্ডচ্‌ আপকামিং ফেমেল ভকেলিষ্ট অফ দ্য ইয়াৰ (গালিয়াৰ বাবে) মনোনীত [27]
২০১৬ এবিচিডি ২ আপকামিং ফেমেল ভকেলিষ্ট অফ দ্য ইয়াৰ (বেজুবা ফিৰ সেৰ বাবে) মনোনীত [34]
ইণ্টাৰনেশ্যনেল ইণ্ডিয়ান ফিল্ম একাডেমি এৱাৰ্ডচ্‌ শ্ৰেষ্ঠ অভিনেত্ৰী মনোনীত [35]
২০১৯ চিচোৰ নিকল’ডিউন কিডচ্‌ চইছ এৱাৰ্ডচ্‌ ইণ্ডিয়া জনপ্ৰিয় চলচ্চিত্ৰ অভিনেত্ৰী বিজয়ী [36]
২০২০ জী চিনে এৱাৰ্ডচ্‌ বেষ্ট এক্টৰ - মহিলা মনোনীত [37]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Happy Birthday Shraddha Kapoor: Rare childhood pics of 'Aashiqui' girl". The Indian Express. 3 March 2016. http://indianexpress.com/photos/entertainment-gallery/happy-birthday-shraddha-kapoor-rare-childhood-pics-of-aashiqui-girl-2/2/। আহৰণ কৰা হৈছে: 13 November 2016. 
  2. "After 'Saaho',Prabhas and Shraddha Kapoor to be listed among the highest-paid Indian actors?". Times of India.com. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/after-saahoprabhas-and-shraddha-kapoor-to-be-listed-among-the-highest-paid-indian-actors/articleshow/70533499.cms. 
  3. "10 highest paid actresses in Bollywood.". Filmfare.com. https://www.filmfare.com/features/10-highest-paid-bollywood-actresses-29200-11.html. 
  4. Groves, Don (15 May 2016). "Bollywood Box Office: Tiger Shroff And Shraddha Kapoor A Hot Item in 'Baaghi'". Forbes. https://www.forbes.com/sites/dongroves/2016/05/01/bollywood-box-office-tiger-shroff-and-shraddha-kapoor-a-hot-item-in-baaghi/#796b5c8bf7c4। আহৰণ কৰা হৈছে: 1 May 2016. 
  5. "Kangana Ranaut, Deepika Padukone, Shraddha Kapoor, Other Top 5 Actresses of 2015 So Far". ibtimes.co.in. 2 July 2015. http://www.ibtimes.co.in/kangana-ranaut-deepika-padukone-shraddha-kapoor-other-top-5-actresses-2015-so-far-637842। আহৰণ কৰা হৈছে: 27 June 2016. 
  6. "Varun Dhawan And Shraddha Kapoor Team Up For A 'High Rated' Performance. Details Here". 29 December 2017. https://www.ndtv.com/entertainment/varun-dhawan-and-shraddha-kapoor-team-up-for-a-high-rated-performance-details-here-1793507। আহৰণ কৰা হৈছে: 29 December 2017. 
  7. "Musical praises for Shraddha Kapoor – Times of India". https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Musical-praises-for-Shraddha-Kapoor/articleshow/35951660.cms। আহৰণ কৰা হৈছে: 24 March 2018. 
  8. "Shraddha Kapoor showered with praises for singing 'Do Jahaan' in Haider – Times of India". https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Shraddha-Kapoor-showered-with-praises-for-singing-Do-Jahaan-in-Haider/articleshow/43907051.cms। আহৰণ কৰা হৈছে: 24 March 2018. 
  9. "Shraddha Kapoor sings the reprise version of 'Bezubaan Phirse' after the success of 'ABCD 2'". http://www.news18.com/news/movies/shraddha-kapoor-sings-the-reprise-version-of-bezubaan-phirse-after-the-success-of-abcd-2-1015198.html। আহৰণ কৰা হৈছে: 24 March 2018. 
  10. "Shraddha Kapoor turns singer again, this time for soulful love anthem 'Sab Tera'". 18 March 2016. https://www.indiatvnews.com/entertainment/bollywood-shraddha-kapoor-sab-tera-song-319898। আহৰণ কৰা হৈছে: 24 March 2018. 
  11. "'Rock On 2' song 'Tere mere dil' is about lost souls and broken hearts – Times of India". https://timesofindia.indiatimes.com/entertainment/hindi/music/news/Rock-On-2-song-Tere-mere-dil-is-about-lost-souls-and-broken-hearts/articleshow/54580970.cms। আহৰণ কৰা হৈছে: 24 March 2018. 
  12. "Music Review: 'Rock On 2' – Times of India". https://timesofindia.indiatimes.com/entertainment/hindi/music/music-reviews/Rock-On-2-Music/articleshow/54832014.cms। আহৰণ কৰা হৈছে: 24 March 2018. 
  13. "'Rock On 2' Song 'Udja Re' is all about Shraddha Kapoor's impressive vocals – Times of India". https://timesofindia.indiatimes.com/entertainment/hindi/music/news/Rock-On-2-Song-Udja-Re-is-all-about-Shraddha-Kapoors-impressive-vocals/articleshow/55246588.cms। আহৰণ কৰা হৈছে: 24 March 2018. 
  14. "Farhan Akhtar, Shraddha Kapoor revisit 'Rock On' title track – Times of India". https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Farhan-Akhtar-Shraddha-Kapoor-Revisit-Rock-On-Title-Track/articleshow/54937969.cms। আহৰণ কৰা হৈছে: 24 March 2018. 
  15. "'Half Girlfriend' song: Shraddha Kapoor mesmerises with her soulful voice in 'Phir Bhi Tumko Chaahungi' – Times of India". https://timesofindia.indiatimes.com/entertainment/hindi/music/news/half-girlfriend-song-shraddha-kapoor-mesmerises-with-her-soulful-voice-in-phir-bhi-tumko-chaahungi/articleshow/58630436.cms। আহৰণ কৰা হৈছে: 24 March 2018. 
  16. "Katrina, Akshay at Lions Gold Awards". NDTV. http://movies.ndtv.com/photos/katrina-akshay-at-lions-gold-awards-8946/slide/8। আহৰণ কৰা হৈছে: 19 December 2013. 
  17. Prasher, Shantanu. "Shraddha Kapoor Photo Gallery". MensXP.com. http://www.mensxp.com/gallery/actresses/21383-shraddha-kapoor-p2.html। আহৰণ কৰা হৈছে: 4 February 2014. 
  18. "Deepika Padukone bags three BIG Star Entertainment awards". Mid Day. 31 December 2013. Archived from the original on 27 January 2016. https://web.archive.org/web/20160127185655/http://archive.mid-day.com/entertainment/2013/dec/311213-deepika-padukone-bags-three-big-star-entertainment-awards.htm। আহৰণ কৰা হৈছে: 31 December 2014. 
  19. 19.0 19.1 "Nominations for 4th Big Star Entertainment Awards". Bollywood Hungama. 12 December 2013. http://www.bollywoodhungama.com/movies/features/type/view/id/5890। আহৰণ কৰা হৈছে: 14 January 2014. 
  20. Kapoor, Shraddha (2014). Shraddha Kapoor Bags The Best Female Actor Award At 20th Lions Gold Awards 2014. Dailymotion. Archived from the original on 1 February 2014. Retrieved 25 January 2014.  Unknown parameter |url-status= ignored (help)
  21. 21.0 21.1 "Screen Awards 2014: The complete list of nominees". CNN-IBN. 8 January 2014. Archived from the original on 8 January 2014. https://web.archive.org/web/20140108104623/http://ibnlive.in.com/news/20th-annual-screen-awards-2014-the-complete-list-of-nominees/444093-8-66.html। আহৰণ কৰা হৈছে: 8 January 2014. 
  22. "20th Annual Life OK Screen Awards: List of winners". The Indian Express. 15 January 2014. http://indianexpress.com/article/entertainment/bollywood/20th-annual-life-ok-screen-awards-list-of-winners/। আহৰণ কৰা হৈছে: 17 January 2014. 
  23. "Winners of 9th Renault Star Guild Awards". Bollywood Hungama. 17 January 2014. http://www.bollywoodhungama.com/movies/features/type/view/id/6035। আহৰণ কৰা হৈছে: 17 January 2014. 
  24. "59th Filmfare Awards: Complete list of nominees 2014". The Times of India. 5 February 2014. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/59th-Filmfare-Awards-list-Complete-list-of-nominees-2014/articleshow/28831289.cms। আহৰণ কৰা হৈছে: 10 October 2018. 
  25. "Zee Cine Awards: Deepika gets maximum nominations for Best female Actor". India Today. 20 January 2014. http://indiatoday.intoday.in/story/zee-cine-awards-2014-nominations-out/1/338751.html। আহৰণ কৰা হৈছে: 21 January 2014. 
  26. "Zee Cine Awards 2014: Complete list of nominations". zeenews.india.com. 20 June 2016. http://zeenews.india.com/entertainment/zee-cine-awards-2014/zee-cine-awards-2014-complete-list-of-nominations_150384.html। আহৰণ কৰা হৈছে: 20 June 2016. 
  27. 27.0 27.1 "Archived copy". Archived from the original on 13 February 2015. https://web.archive.org/web/20150213105428/http://www.mirchimusicawards.com/bollywood/2014/nomination.php। আহৰণ কৰা হৈছে: 15 April 2015.  Mirchi Music Awards 2015 Nominations List
  28. "Screen Awards 2015 Winners: Full List" (en-US ভাষাত). www.indicine.com. http://www.indicine.com/movies/bollywood/screen-awards-2015-winners-live-updates/। আহৰণ কৰা হৈছে: 6 March 2018. 
  29. 29.0 29.1 "Nominations for Stardust Awards 2014". Bollywood Hungama. 8 December 2014. http://www.bollywoodhungama.com/movies/features/type/view/id/7612। আহৰণ কৰা হৈছে: 8 December 2014. 
  30. 30.0 30.1 30.2 "Big Star Entertainment Awards Nominations List 2014". Reliance Broadcast Network. Archived from the original on 21 December 2014. https://web.archive.org/web/20141221220236/http://www.927bigfm.com/bsea2014/nomination_list.php। আহৰণ কৰা হৈছে: 24 December 2014. 
  31. "Shraddha Kapoor's First GiMA Award". BusinessOfCinema. http://businessofcinema.com/bollywood_news/shraddha-kapoors-first-gima-award/195000। আহৰণ কৰা হৈছে: 23 June 2015. 
  32. "Film Music Nominees: GiMA 2015". GiMA. Archived from the original on 5 February 2015. https://web.archive.org/web/20150205084651/http://gima.co.in/oty-film-music-nominees.php। আহৰণ কৰা হৈছে: 4 February 2015. 
  33. "Crowd Favourites". The Indian Express. 3 January 2015. http://indianexpress.com/article/cities/delhi/crowd-favourites/। আহৰণ কৰা হৈছে: 5 January 2015. 
  34. "MMA Mirchi Music Awards". MMAMirchiMusicAwards. http://www.mirchimusicawards.com/hindi-2015/Nomination/। আহৰণ কৰা হৈছে: 6 March 2018. 
  35. "Nominations for IIFA Awards 2016". Bollywood Hungama. 28 May 2016. http://www.bollywoodhungama.com/movies/features/type/view/id/10604। আহৰণ কৰা হৈছে: 29 May 2015. 
  36. "Kids have chosen their favourites at Nickelodeon Kids Choice Awards 2019". The Live Nagpur. 30 December 2019. https://thelivenagpur.com/2019/12/30/kids-have-chosen-their-favourites-at-nickelodeon-kids-choice-awards-2019/। আহৰণ কৰা হৈছে: 12 July 2020. 
  37. "Nominations for the Zee Cine Awards 2020". Zee Cine Awards. Archived from the original on 17 May 2020. https://web.archive.org/web/20200517013652/https://www.zeecineawards.com/zee-cinema-awards-2020/। আহৰণ কৰা হৈছে: 12 July 2020. 

বাহ্যিক সংযোগ সম্পাদনা কৰক