৩ মাৰ্চ
তাৰিখ
<< | মাৰ্চ | >> | ||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | |
২০২৩ |
৩ মাৰ্চ গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ৬১ তম (অধিবৰ্ষত ৬২ তম) দিন।
ঘটনাৱলীসম্পাদনা কৰক
- ১৯৬৯ - ভাৰতত প্ৰথম দ্ৰুতগামী ৰাজধানী এক্সপ্ৰেছ ৰেল (হাওড়া আৰু নতুন দিল্লীৰ মাজত) আৰম্ভ হয়।
জন্মসম্পাদনা কৰক
- ১৮৩৯ - ভাৰতৰ মহান উদ্যোগপতি আৰু টাটা গ্ৰুপৰ সংস্থাপক জামশেদজী টাটাৰ জন্ম। (মৃত্যু: ১৯০৪)
- ১৮৪৭ - আলেকজাণ্ডাৰ গ্ৰাহাম বেল, স্কটিছ বিজ্ঞানী আৰু উদ্ভাৱক। (মৃত্যু: ১৯২২)
মৃত্যুসম্পাদনা কৰক
দিৱসসম্পাদনা কৰক
- বিশ্ব জন্ম-ত্ৰুটি দিৱস।
- বিশ্ব বন্যপ্ৰাণী দিৱস।
- বিশ্ব শ্ৰবণ দিৱস।
- আন্তৰ্জাতিক কৰ্ণসেৱা দিৱস।
- বিশ্ব কিতাপ দিৱস।
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ৩ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |