সময় অঞ্চল (ইংৰাজী: Time zone) হৈছে পৃথিৱীৰ ওপৰৰ একো একোটা নিৰ্দিষ্ট এলেকা য’ত সামাজিক, আইনগত আৰু ব্যবসায়জনীত কাৰণত একেই 'মান সময়' মানি চলা হয়।
এই শ্ৰেণীটোত সময় অঞ্চল সন্দৰ্ভে লিখা প্ৰবন্ধসমূহ অন্তৰ্ভূক্ত কৰা হৈছে।

"সময় অঞ্চল" সম্পৰ্কে লিখা প্ৰবন্ধসমূহ

মুঠ 5 টাৰ ভিতৰত এই শ্ৰেণীটোত তলৰ 5 টা পৃষ্ঠা আছে।