AdoroniBot (বাৰ্তা) 05:46, 21 June 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

প্ৰতিভাবান ন-সম্পাদকৰ পদক সম্পাদনা কৰক

  প্ৰতিভাবান ন-সম্পাদকৰ পদকসঠিক পথত এজন নতুন সম্পাদক
অসমীয়া ৱিকিপিডিয়াত এজন নৱাগত লেখকৰূপে আগবঢ়োৱা অমূল্য বৰঙণিৰ বাবে আপোনালৈ এই পদক আগবঢ়ালোঁ। প্ৰবন্ধ লিখাৰ ক্ষেত্ৰত কমসময়তে কৌশলসমূহ আয়ত্ত কৰাৰ বাবেও আপুনি শলাগৰ পাত্ৰ। আশা কৰোঁ, একেই উৎসাহেৰে আপুনি ভৱিষ্যতেও ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াই থাকিব। -Nayan j Nath (বাৰ্তা) 00:17, 1 August 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

উদগণি বঁটা সম্পাদনা কৰক

  উদগণি পদক
দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত ব্যস্ত থকাৰ পিছতো সময় উলিয়াই অসমীয়া ৱিকিপিডিয়াৰ বাবে বৰঙণি আগবঢ়োৱাৰ আগ্ৰহৰ বাবে আপোনালৈ এই বিশেষ উদগণি পদক এটি আগবঢ়ালো। আশাকৰোঁ ভবিষ্যতলৈ আপুনি এগৰাকী অধিক সক্ৰিয় ৱিকিপিডিয়ান হৈ উঠিব।-অসমীয়া ৱিকিমিডিয়া সমাজ

উদীয়মান সম্পাদক পদক সম্পাদনা কৰক

  উদীয়মান সম্পাদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে এগৰাকী নতুন সদস্য হিচাপে আপুনি যোৱা মাহত অসমীয়া ৱিকিপিডিয়ালৈ আগবঢ়োৱা বৰঙণিলৈ চাই আপোনাক “উদীয়মান সম্পাদক” পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিপিডিয়াৰ সদস্যবৃন্দ


-Nayan j Nath (বাৰ্তা) 15:31, 31 March 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক