ড০ লোহিত দত্ত-বৰুৱা
নমস্কাৰ, ড০ লোহিত দত্ত-বৰুৱা
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
উদ্ধৃতি
সম্পাদনা কৰকউদ্ধৃতিৰ বিষয়ে সবিশেষ জানিবলৈ ইয়াত ক্লিক্ কৰক৷ ধন্যবাদ৷ কুলধৰ ৰাভা (talk) 02:55, 28 June 2020 (ইউ.টি.চি.)
প্ৰচাৰমূলক প্ৰবন্ধ
সম্পাদনা কৰকড॰ লোহিত দত্ত-বৰুৱা, অসমীয়া ভাষাৰ ৱিকিপিডিয়ালৈ আপোনাৰ আগ্ৰহ দেখি সুখি হৈছোঁ। পিছে শেহতীয়াকৈ আপুনি আপোনাৰ নিজৰ বিষয়ে এক প্ৰবন্ধ সৃষ্টি কৰিছে। ৱিকিপিডিয়াৰ নিয়ম অনুসৰি নিজৰে বিষয়ে নিজে প্ৰবন্ধ সৃষ্টি কৰিব নোৱাৰে; কাৰণ ইয়াক আত্ম-প্ৰচাৰ বা self-promotion বুলি গণ্য কৰা হয়। সেয়ে আপুনি সৃষ্টি কৰা প্ৰবন্ধটোত বিলোপনৰ টেগ লগোৱা হৈছে। আপুনি নিজৰ বাহিৰে আন যিকোনো বিষয়ত প্ৰবন্ধ সৃষ্টি কৰিব পাৰে। উচ্চ মানদণ্ডৰ প্ৰবন্ধ সৃষ্টি কৰাৰ আটাইতকৈ সহজ উপায়তো হ'ল ইংৰাজী ৱিকিপিডিয়াৰ প্ৰবন্ধ অসমীয়ালৈ অনুবাদ কৰা। আশা কৰো ভবিষ্যতে আপুনি ৱিকিপিডিয়াৰ নিয়মসমূহ মানি চলি আন বিষয়ত প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ৱিকিপিডিয়াৰ ভঁৰাল টনকিয়াল কৰিব। ধন্যবাদ। --SlowPhoton (talk) 14:57, 4 July 2020 (ইউ.টি.চি.)