সদস্য কথা-বাৰ্তা অৱদান পৰীক্ষাগাৰ ই পত্ৰ পৰিসংখ্যা মই আৰম্ভ কৰা
প্ৰবন্ধসমূহ

কথা বতৰা আৰ্কাইভ (২০১৩-১৪)


তুমি তিনি বছৰ সোতৰ দিন ৱিকিপিডিয়াত আছা? :P — গীতাৰ্থ বৰদলৈ (talk) 19:54, 17 জানুৱাৰী 2013 (UTC)

ইংৰাজী ৱিকিত একাউন্ত খোলাৰ তাৰিখ সেইটো, বিশেষ:CentralAuth/DC_Assam DC Assam ❯❯❯ Talk 06:45, 2 ফেব্ৰুৱাৰী 2013 (UTC)

নিৰ্বাচিত প্ৰবন্ধ সম্পাদনা কৰক

চাবাচোন: ৱিকিপিডিয়া বাৰ্তা:নিৰ্বাচিত প্ৰবন্ধ/প্ৰস্তাৱ — গীতাৰ্থ বৰদলৈ (talk) 18:12, 23 জুলাই 2013 (UTC)

সেইদিনা দেওবাৰে চাটৰুম খুলি বহিছিলোঁ, কোনো নাহিল। তুমি অৱশ্যে নোৱাৰোঁ বুলি আগতেই কৈছিলাঁ।

মানুহৰ ৱিকিপিডিয়াত কাম কৰিবলৈ আগ্ৰহ কমিছে, তোমালোকৰ চামটোৱে কাম কৰা কমালে কিন্তু আৰু বহুত কমি যাব। লাগে থাকিবাঁ।

প্রভাকৰ শৰ্মা নেওগ (talk) 11:26, 16 নৱেম্বৰ 2013 (UTC)

ম‍ই সেইদিনা আচলতে ৰাজধানী এক্সপ্ৰেচত আছিলো, ট্ৰেইনত ইন্টাৰনেট পোৱাই নাযায় তেনেকৈ সেয়ে নাথাকিলোঁ, সৰহীয়াকৈ কিবা কৰিব নোৱাৰিলেও এটা দুটা ম‍ই কৰি থাকোঁ কাম, তেনেকৈয়ে কৰি যাম। DC Assam ❯❯❯ Talk 04:44, 17 নৱেম্বৰ 2013 (UTC)

২০১৩-১৪ গুৱাহাটী ৱিকি মীট-আপ (ৱিকি চাহমেল)ৰ প্ৰস্তাব সম্পাদনা কৰক

এই পৃষ্ঠাত ৱিকিপিডিয়া:২০১৩-১৪ গুৱাহাটী ৱিকি মীট-আপ (ৱিকি চাহমেল)ৰ প্ৰস্তাব -ত তুমি ডিচেম্বৰত পাতিব পাৰিম বুলি কোৱা মীট-আপৰ প্ৰস্তাবটো দিয়াঁ। লগতে ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ) -তো মোৰ লিখাখিনি সলনি কৰি দিবাঁ।

অকল চাহমেল বা আলোচনা বা ৱিকিমিটআপ বুলিবাঁ। প্ৰতিযোগীতা আদিৰ কথা এতিয়াই একো উল্লেখ নকৰিবাঁ। সৰল চেমি ফৰ্মেল ভাষা ব্যৱহাৰ কৰিবাঁ। চুটিকৈ লিখিবাঁ। সেইবুলি চেমিনাৰত কোৱাৰ দৰে জঠং মঠংকৈও নিলিখিবাঁ - তুমি এখন সভা পাতি মানুহ গোটাবলৈ যত্ন কৰি আছাঁ। তোমাৰ চেচ্ষ্টা কৰা কাম, নহ'লে লাজ পাবলৈ একো নাই।

  1. প্রথমতে এটা তাৰিখ *নিজৰমতে* ঠিক কৰি দিবাঁ। পাচত কোনোবাই বিচাৰিলে সালসলনি কৰিম।
  2. উপস্থিতি:
    1. কোন আহিব
    2. কোন নাহে (দৰকাৰী দেই)
    3. কোন কোন অনলাইন থাকিব

মুখ্যতঃ এইকেইটা কথা সোধাঁ। টেলিফোন নেটৱৰ্ক ব্যৱহাৰ কৰাঁ - ম'বাইলবোৰ কিয় আছে - খুব ইফেক্টিভ। মোক দুৰৰপৰাহে পাবাঁ, কিবা অসুবিধা আছে, মবাইলো নাই।

পাৰিলে জলীৰ লগত এবাৰ ফোনত আলোচনা কৰি ল'বাঁ।

প্রভাকৰ শৰ্মা নেওগ (talk) 10:57, 19 নৱেম্বৰ 2013 (UTC)

আজি পেজটো লিখিলো চাব, মন্তব্য দিব। DC Assam ❯❯❯ Talk 10:08, 2 ডিচেম্বৰ 2013 (UTC)

Hi Dipankar,

Sorry for writing in English. I would like to thank you for creating an article about Assam State Anthem in Bengali Wikipedia. I hope you will create more and more articles about Assam there. With regards. Bodhisattwa (talk) 17:06, 25 নৱেম্বৰ 2013 (UTC)

Thank You. DC Assam ❯❯❯ Talk 09:30, 2 ডিচেম্বৰ 2013 (UTC)

তোমাৰ ফেচবুক একাউণ্টটো মই চাব পৰা নাই যে? কিবা ব্লক-চক হৈ গ'ল নেকি? বাবুল বৈশ্য 16:29, 1 ডিচেম্বৰ 2013 (UTC)

বাবুল দা ফেচবুকটো অলপদিনৰ বাবে নিষ্ক্ৰিয় কৰি ৰাখিছোঁ, ইয়াতে মেছেজ দিব :) DC Assam ❯❯❯ Talk 09:06, 2 ডিচেম্বৰ 2013 (UTC)

See bug report https://bugzilla.wikimedia.org/show_bug.cgi?id=59778. discuss in Fb প্রভাকৰ শৰ্মা নেওগ (talk) 22:51, 7 জানুৱাৰী 2014 (UTC)

অক্লান্ত কৰ্মী পদক' সম্পাদনা কৰক

  অক্লান্ত কৰ্মী পদক
ৱিকিপিডিয়াত আপোনাৰ মূল্যবান অৱদানৰ বাবে কৃতজ্ঞতা জনালোঁ। আশাকৰোঁ আপুনি আগলৈও এনেকৈয়ে ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰাৰ নিস্বাৰ্থ প্ৰয়াস কৰি থাকিব। বিষ্ণু শইকীয়া 11:43, 5 নৱেম্বৰ 2014 (UTC)
"DC Assam/Archive 2013-14"ৰ সদস্য পৃষ্ঠালৈ উভতি যাওক।