প্ৰণৱ জ্যোতি ভূঞা (talk) 15:58, 15 ডিচেম্বৰ 2013 (UTC)

দৰঙী খুলীয়া ভাউৰীয়া সম্পাদনা কৰক

  • প্ৰথমেই আপোনাক অসমীয়া ৱিকিত উক্ত পৃষ্ঠাখন সৃষ্টি কৰা বাবে আন্তৰিক অভিনন্দন জনাইছো। ৱিকিত লিখাৰ এটা নিৰ্দিষ্ট শৈলী আছে। সেয়েহে আপোনাৰ লেখাটোৰ কথাবোৰ একেই ৰাখি নতুনকৈ ৱিকিৰ শৈলীত সজোৱা হৈছে। তেনে কৰোঁতে অৱশ্যে কিছুমান বাক্য বাদ পৰি গৈছে। পাৰ্থক্যখিনি মন কৰকচোন।
  • ৱিকিত স্পষ্ট আৰু নিৰ্ভৰযোগ্য তথ্যসূত্ৰ দিয়া বাঞ্চনীয়। আপুনি তথ্যসংগ্ৰহ কৰা গ্ৰন্থখনৰ নাম আৰু লেখকৰ নাম উল্লেখ কৰিছে যদিও সেইখন কোনে আৰু কেতিয়া প্ৰকাশ কৰিছে, গ্ৰন্থখনৰ কোনটো প্ৰবন্ধৰ পৰা তথ্যখিনি লোৱা হৈছে তথা পৃষ্ঠা নং কিমান, সেইবোৰো উল্লেখ কৰিলে ভাল। কাৰণ তেনে কৰিলে প্ৰবন্ধবোৰৰ গ্ৰহণযোগ্যতা বাঢ়ে।
  • আপোনাৰ হাতত উক্ত অনুষ্ঠানটোৰ কিবা ফটো আছে যদি সেয়ায়ো প্ৰবন্ধটোত সংলগ্ন কৰিব পাৰে। ফটো দিলে প্ৰবন্ধটো ধুনীয়া দেখায়। আপুনি অসুবিধা পালে ৱিকিত থকা মোৰ সদস্য পৃষ্ঠাত জনাব। ইমেইল বা ফেচবুকেৰেও মোৰ সৈতে যোগাযোগ ৰাখিব পাৰে। ইমেইল: babulbaishya69@gmail.com ফেচবুক:https://www.facebook.com/babul.baishya

শেষত পুনঃ ধন্যবাদ জনালো আৰু অসমীয়া ৱিকিলৈ নিৰন্তৰ অৱদান আগবঢ়াব বুলি আশা কৰিলো।

বাবুল বৈশ্য 05:08, 16 ডিচেম্বৰ 2013 (UTC)

একেদিনাই ১৯টা প্ৰবন্ধ আৰম্ভ কৰা বাবে ধন্যবাদ। কিন্তু আপুনি চমুকৈ লিখিব পাৰিছে যেতিয়া অনুগ্ৰহ কৰি আগৰ বাৰ্তাটোত কোৱাৰ দৰে তথ্যসূত্ৰ সহ ৱিকিপিডিয়া শৈলীত লিখিবলৈ চেষ্টা কৰক। "ৱিকিপিডিয়া:সৰল সহায়িকা" পৃষ্ঠাখন চাব পাৰে। কিবা অসুবিধা পালে সুধিব। — গীতাৰ্থ বৰদলৈ (talk) 05:51, 19 ডিচেম্বৰ 2013 (UTC)

আপুনি সংক্ষিপ্ত অসমীয়া বিশ্বকোষ উত্‍স হিচাপে ব্যৱহাৰ কৰিছে খুবসম্ভৱ, এটা কাম কৰিব পাৰে, আপুনি ইতিমধ্যে যিকেইটা প্ৰবন্ধ আৰম্ভ কৰিলে সেইকেইটা প্ৰবন্ধ ইংৰাজী ৱিকিটো চাওক আৰু সেইখন ৱিকিৰ পৰা প্ৰবন্ধবোৰৰ দৰকাৰী যেন লগা দুটা তিনিটাকৈ পেৰেগ্ৰাফ অনুবাদ কৰি আপোনাৰ প্ৰবন্ধবোৰত যোগ দি দিয়ক, দেখিব আপোনাৰ প্ৰবন্ধ সমূহ শকত আৱত হৈ গৈছে, আপুনি ৱিকিৰ লগত সদায়েই লাগি থাকিব বুলি আশা কৰিলোঁ দীপাংকৰ চেতিয়া? 06:13, 19 ডিচেম্বৰ 2013 (UTC)

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters সম্পাদনা কৰক

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.