Karishma paul
নমস্কাৰ, Karishma paul
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
নতুন প্ৰবন্ধ
সম্পাদনা কৰকঅসমীয়া ৱিকিপিডিয়াত লিখাৰ আগ্ৰহৰ বাবে ধন্যবাদ। কিন্তু আপোনাৰ শেহতীয়া লেখাবোৰত দেখা গৈছে যে, আপুনি পূৰ্ৱৰে পৰা উপলব্ধ বিষয়ৰ প্ৰবন্ধ ৰচনা কৰিছে। তদুপৰি আপোনাৰ লেখাৰ শিৰোনাম তথা যুক্তাক্ষৰ কিছুমানত ‘ৰ’ৰ সলনি ‘র’ ব্যৱহাৰ হোৱা দেখা গৈছে। আপুনি ইচ্ছা কৰিলে এই তালিকাখনত থকা বিষয়সমূহৰ (ৰঙা লিংকত থকা) প্ৰবন্ধ লিখিব পাৰে। ধন্যবাদ। দিব্য দত্ত (বাৰ্তা) 13:43, 15 September 2021 (ইউ.টি.চি.)