বিষ্ণু শ‍ইকীয়া বাৰ্তা 17:37, 9 ফেব্ৰুৱাৰী 2012 (UTC)


আপুনি আৰম্ভ কৰা মে’ দিৱস প্ৰবন্ধটো ম‍ই অলপ ঠিক ঠাক কৰি দিলো| এতিয়া পুণৰ এবাৰ চাবচোন| মাজে সময়ে ৱিকিপেডিয়াত এনেদৰে লাগি থাকিলে ভাল ভাম| বিষ্ণু  বাৰ্তা  09:16, 1 মে' 2012 (UTC)

মাতৃদিৱস

সম্পাদনা কৰক

আপোনাৰ মাতৃদিৱস শীৰ্ষক প্ৰবন্ধটোৰ সজ্জা ঠিক কৰি দিয়া হ'ল। ৱিকিপেডিয়াত লিখাৰ পদ্ধতিটো বেলেগ। আপুনি মন কৰকচোন, কেনেকৈ পৃষ্ঠাটো সজাই দিয়া হৈছে। লাহেলাহে সকলো শিকিব পাৰিব। এতিয়া বাংলা বা ইংৰাজী প্ৰবন্ধটোৰ পৰা টুকুৰা-টুকৰাকৈ কপি কৰি আনি প্ৰথমে অসমীয়া প্ৰবন্ধটোত কপি কৰি লওক আৰু তাৰ পাছত অনুবাদ কৰি যাওক। পিছে বাংলা প্ৰবন্ধটোৰ মূল পৃষ্ঠাৰ পৰা কপি নকৰিব, সম্পাদনা পৃষ্ঠাৰ পৰাহে কপি কৰিব। অনুবাদ কৰোতে ৰেফাৰেঞ্চবোৰ যি ভাগে আছে, সেইভাগে থাকিবলৈ দিয়ক। অসুবিধা পালে নিসংকোচে সুধিব। বাবুল বৈশ্য  মোলৈ বাৰ্তা পঠিয়াওক  08:11, 6 মে' 2012 (UTC)

মনোহৰ দা, আপুনি আৰম্ভ কৰা "মাতৃদিৱস" পৃষ্ঠাখন বহুদিন এলাগী হৈ পৰি থকা বাবে সেইখন "সদস্য:ManoharDutta/মাতৃদিৱস" নামলৈ স্থানান্তৰ কৰা হৈছে। আপুনি প্ৰবন্ধটো সম্পূৰ্ণ কৰাৰ পিছত পুনৰ আগৰ নামটো দিব পৰা যাব। — গীতাৰ্থ বৰদলৈ (talk) 19:34, 22 জুন 2012 (UTC)

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters

সম্পাদনা কৰক

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.