দীপাংকৰ চেতিয়া বাৰ্তা 04:09, 12 এপ্ৰিল 2012 (UTC)

ষ্টিলৱেল পথ সম্পাদনা কৰক

আপোনাৰ ষ্টিলৱেল পথ প্ৰবন্ধটি সুন্দৰ হৈছে, অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনালো, লগতে বিহুল ওলগো জনালো দীপাংকৰ চেতিয়া বাৰ্তা 04:09, 12 এপ্ৰিল 2012 (UTC)

  প্ৰতিভাবান নবাগত লেখক পদক
ষ্টিলৱেল পথ‎ শীৰ্ষক প্ৰবন্ধটো চকু ফুৰোৱাৰ পিছত একো সন্দেহৰ অৱকাশ নাই যে আপুনি এই বটাৰ বাবে ১০০%ই যোগ্য। আপোনাৰ এই অৱদানৰ প্ৰতিদান স্বৰূপে এই পদক যাচিলো, আশাকৰো আপুনি এনেদৰেই অসমীয়া ৱিকিপিডিয়াৰ সৈতে জড়িত হৈ থাকি অৱদান আগবঢ়াই যাব।  বিষ্ণু শ‍ইকীয়াবাৰ্তা 11:05, 12 এপ্ৰিল 2012 (UTC)


প্রবন্ধটো সঁচাকৈয়ে খুব সুন্দৰ হৈছে। বিষ্ণুৰ লগত মই একমত। লিখকৰ পৰা আৰু অৱদান কামনা কৰিলোঁ প্রভাকৰ শৰ্মা নেওগ (talk) 22:04, 23 মে' 2012 (UTC)

নামনি অসম সম্পাদনা কৰক

আপোনাৰ সহযোগিতাৰ বাবে ধন্যবাদ| কিন্তু বিলোপ কৰিলেও একো আপত্তি নাই কিয়নো আকৌ সৃষ্টি কৰিব পৰা যায়| তথাপি আপোনাৰ কথা মতে ম‍ই টেগটো আতঁৰাই দিছো| আপুনি এনে ক্ষেত্ৰত {{আপত্তি}} বুলি লিখি দিব পাৰে, আগলৈ  বিষ্ণু শ‍ইকীয়াবাৰ্তা 13:04, 12 এপ্ৰিল 2012 (UTC)


চাইছিলো, সুন্দৰ হৈছে কামটো| ছবিবোৰ যোগ দিবলৈ অসুবিধা নাই, সেই প্ৰবন্ধৰ ইংৰাজীখনত ভালেকেইখন ছবি আছে| তুমি তাৰে নামবোৰ প্ৰতিলিপি কৰি থায়ে থায়ে সুমিয়াদি দিবা| যেনে: [[Image: ......|thumb|right|caption]] , লগতে সহায়:ছবি খনো চাবাচোন|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 09:08, 16 এপ্ৰিল 2012 (UTC)
ভাল বাৰু| লাগি থাকিবা| দৰকাৰ পৰিলে মনত পেলাবা আকৌ|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 09:30, 16 এপ্ৰিল 2012 (UTC)

দীঘল দাৰিবোৰ ছুটি কৰাৰ বাবে ৱিকিপিডিয়াৰ এটা বট আছে| গতিকে এই দাৰিবোৰ মেনুৱেলী নকৰিলেও কাম চলে| আপুনি নাজানিব পাৰে বুলি ভাবি আপোনাক জনাই থলো| Ucodebot -এ এই কামটো কৰে| বিষ্ণু বাৰ্তা 13:10, 22 মে' 2012 (UTC)

ধন্যবাদ, বিষ্ণু দা। মই নাজানিছিলো কথাতো। চাওঁ ৰ’ব। Ombre shadow (talk) 13:15, 22 মে' 2012 (UTC)

অলপ সময় বচাই দিলো| এতিয়া প্ৰবন্ধ প্ৰতিযোগিতাত তাৰে অলপ সময় দিলে বৰ ভাল পাম দেই| বিষ্ণু বাৰ্তা 13:30, 22 মে' 2012 (UTC)
  ৱিকি উদ্যোগীৰ পদক
ৱিকিপিডিয়াত আপোনাৰ উদ্যম দেখি ভাল লাগিছে। অনুগ্রহ কৰি আগলৈকো যেন এনেদৰে হাতে কামে লাগি থাকে। প্রভাকৰ শৰ্মা নেওগ (talk) 10:56, 1 ছেপ্টেম্বৰ 2012 (UTC)

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters সম্পাদনা কৰক

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.