২০২৩ চাফ চেম্পিয়নশ্বিপ

(২০২৩ এছএএফএফ চেম্পিয়নশ্বিপৰ পৰা পুনঃনিৰ্দেশিত)


২০২৩ চাফ চেম্পিয়নশ্বিপ হৈছে দক্ষিণ এছিয়ান ফুটবল ফেডাৰেচনৰ দ্বাৰা আয়োজিত আন্তৰ্জাতিক পৰ্যায়ৰ দক্ষিণ এছিয়াৰ ফুটবল প্ৰতিযোগিতা চাফ চেম্পিয়নশ্বিপৰ ১৪তম সংস্কৰণ টুৰ্ণামেণ্ট, য'ত দক্ষিণ এছিয়াৰ ফুটবল সংস্থা চাফ পৰা ছয় আৰু দুজন আমন্ত্ৰণপ্ৰাপ্ত অতিথি ৰাষ্ট্ৰীয় ফুটবল দল (পুৰুষ)য়ে প্ৰতিদ্বন্দ্বিতা আছে। প্ৰতিযোগিতাখন ২১ জুনৰ পৰা ৪ জুলাই, ২০২৩ লৈ ভাৰতত অনুষ্ঠিত হয়।[1][2]

২০২৩ চাফ চেম্পিয়নশ্বিপ
প্ৰতিযোগিতাৰ তথ্য
আয়োজক দেশ  ভাৰত
তাৰিখ ২১ জুন-৪ জুলাই ২০২৩
দলসমূহ ৮ (২খন উপ-কনফিডাৰেচনৰ পৰা)
স্থান শ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
শীৰ্ষস্থানীয় অৱস্থান
বিজেতা  ভাৰত (৯ম খিতাপ)
দ্বিতীয় স্থান  কুৱেইট
প্ৰতিযোগিতাৰ পৰিসংখ্যা
মুঠ খেলৰ সংখ্যা 15
মুঠ গোলৰ সংখ্যা 38
উপস্থিতি 93,993 (6,266 প্ৰতিখন খেলত)
সৰ্বাধিক গোলদাতা ভাৰত সুনীল ছেত্ৰী (৫টা গ'ল)
শ্ৰেষ্ঠ খেলুৱৈ ভাৰত সুনীল ছেত্ৰী
শ্ৰেষ্ঠ গোলৰক্ষক বাংলাদেশ আনিচুৰ ৰহমান জিকো
অপক্ষপাতী খেলৰ বঁটা  নেপাল
২০২৫ →

আয়োজক নিৰ্বাচন

সম্পাদনা কৰক

১৭ অক্টোবৰ, ২০২১ত মালদ্বীপত অনুষ্ঠিত চাফ কাৰ্যবাহী সমিতিৰ বৈঠকত শ্ৰীলংকাই প্ৰথমে প্ৰতিযোগিতাখনৰ আয়োজক হ'বলৈ আগ্ৰহ প্ৰকাশ কৰিছিল।[3] ফিফাই ২১ জানুৱাৰী, ২০২৩ত শ্ৰীলংকা স্থগিত ৰাখিছিল, যাৰ বাবে তেওঁলোকে আয়োজক বা অংশগ্ৰহণ কৰিব নোৱাৰিলে।[4]

পিছত, চাফেৰ সাধাৰণ সম্পাদক অন্নৱুল হাক হেলালে আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমত প্ৰকাশ কৰে যে কেৱল নেপালেহে ২০২৩ চনৰ ২৯ জানুৱাৰীলৈকে আয়োজক হ'বৰ বাবে আবেদন কৰিছে।[5] অৱশ্যে, ২০২৩ চনৰ ১ ফেব্ৰুৱাৰীত বাৰাহ্ৰেইনৰ মানামা চহৰত অনুষ্ঠিত ৩৩তম এফচি কংগ্ৰেছত চাফ সদস্যসকলৰ বৈঠকৰ পিছতহে আয়োজক ঘোষণা কৰা হৈছিল।

২০২৩ চনৰ ১৪ ফেব্ৰুৱাৰীত চতুৰ্দশ সংস্কৰণৰ চেম্পিয়নশ্বিপৰ আয়োজক হিচাপে ভাৰতৰ নাম ঘোষণা কৰা হয়। অৱশ্যে,সেই বছৰৰ ১০ মাৰ্চতহে এআইএফএফ-এ কেন্দ্ৰীয় স্থান ঘোষণা কৰিব।[6][7]

১৯ মাৰ্চ ২০২৩ তাৰিখে, এ.আই.এফ.এফ.-এ চাফ চেম্পিয়নশ্বিপ ২০২৩-ৰ বাবে বেংগালুৰুক আয়োজক চহৰ হিচাপে ঘোষণা কৰে।[8]

অংশগ্ৰহণকাৰী ৰাষ্ট্ৰসমূহ

সম্পাদনা কৰক

ফুটবল শ্ৰীলংকা ফিফাৰ দ্বাৰা ২১ জানুৱাৰী ২০২৩ তাৰিখে অনুমোদিত হৈছিল, সেয়েহে তেওঁলোক প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ অযোগ্য।[9]চেম্পিয়নশ্বিপৰ বাবে দলৰ সংখ্যা বৃদ্ধি কৰা আৰু অনুষ্ঠানটো অধিক প্ৰতিযোগিতামূলক কৰাৰ লক্ষ্যৰে কুৱেইট আৰু লেবাননক অতিথি দল হিচাপে আমন্ত্ৰণ জনোৱা হৈছে।[10][11]

দেশ অৱয়ব পূৰ্বৱৰ্তী সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ফিফা ৰেংকিং
৬ এপ্ৰিল ২০২৩
  বাংলাদেশ তোৱোতম বিজয়ী (২০০৩) ১৯২
  ভূটান নবম ছেমি ফাইনেল (২০০৮) ১৮৫
  ভাৰত চতুৰ্দশ বিজয়ী (১৯৯৩, ১৯৯৭, ১৯৯৯, ২০০৫, ২০০৯, ২০১১, ২০১৫, ২০২১) ১০১
  মালদ্বীপ দ্বাদশ বিজয়ী (২০০৮, ২০১৮) ১৫৪
  নেপাল চতুৰ্দশ ৰাণাৰ্ছ আপ (২০২১) ১৭৪
  পাকিস্তান দ্বাদশ তৃতীয় স্থান (১৯৯৭) ১৯৫
  কুৱেইট (আমন্ত্ৰিত অতিথি) ১ম অভিষেক ১৪৩
  লেবানন (আমন্ত্ৰিত অতিথি) ১ম অভিষেক ৯৯

প্ৰতিযোগিতাখনৰ ড্ৰ অনুষ্ঠান ভাৰতৰ নতুন দিল্লীত ১৭ মে ২০২৩ তাৰিখে ভাৰতীয় সময় অনুসৰি ১২:৩০ বজাত অনুষ্ঠিত হ'ব।[12]

পাত্ৰ ১ পাত্ৰ ২ পাত্ৰ ৩ পাত্ৰ ৪
  লেবানন (৯৯)
  ভাৰত (১০১) (আয়োজক)
  কুৱেইট (১৪৩)
  মালদ্বীপ (১৫৪)
  নেপাল (১৭৪)
  ভূটান (১৮৫)
  বাংলাদেশ (১৯২)
  পাকিস্তান (১৯৫)

গ্ৰুপ সাৰাংশ

সম্পাদনা কৰক
গ্ৰুপ এ গ্ৰুপ বি
  ভাৰত (আয়োজক)
  লেবানন
  কুৱেইট   মালদ্বীপ
  নেপাল   ভূটান
  পাকিস্তান   বাংলাদেশ

সকলোবোৰ খেল বেংগালুৰুশ্ৰী কান্তিৰাভা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব।

বেংগালুৰু
শ্ৰী কান্তিৰাভা ষ্টেডিয়াম
ক্ষমতা: ২৫,৮১০
 


ৰেফাৰী
  •   মোঃ আলমগীৰ চাৰ্কাৰ
  •   পেমা শ্বেৱাং
  •   ক্ৰিস্টাল জন
  •   চিনান হুছেইন
  •   প্ৰজৱোল ছেত্ৰী
  •   ইৰশাদ উল হক
সহকাৰী ৰেফাৰী
  •   মোহম্মদ নুৰুজ্জামান
  •   ফুৰ্পা ৱাংচুক
  •   এছ মানিকন্দন
  •   সুমন্ত দত্ত
  •   আহমেদ হাছান
  •   নানী ৰাম থাপা মাগৰ

গ্ৰুপ পৰ্যায়

সম্পাদনা কৰক

চাফ চেম্পিয়নশ্বিপৰ নিৰ্দিষ্ট ফৰ্মেট আৰু সময়সূচী এতিয়াও অনুমোদিত হোৱা নাই। অৱশ্যে, বৰ্তমান চাফ চেম্পিয়নশ্বিপৰ প্ৰস্তাৱিত ফৰ্মেট হৈছে ২০১৮ চনৰ সংস্কৰণৰ দৰে দল-ন'কউট ফৰ্মেটৰ পুনৰুদ্ধাৰ কৰা।[13]

টাইব্ৰেকাৰ

সম্পাদনা কৰক

কোনো এটা গ্ৰুপৰ দলসমূহৰ ৰেংকিং তলত দিয়াধৰণে বিচাৰ কৰা হৈছিল।

  1. গ্ৰুপৰ মেচসমূহত পোৱা মুঠ পইণ্ট
  2. গ্ৰুপৰ মেচসমূহত গ'লৰ পাৰ্থক্য
  3. গ্ৰুপৰ মেচসমূহত দিয়া মুঠ গ'ল

যদি দুটা দল সমান পৰ্য্যায়ত থাকে তেন্তে তলৰ উপায়সমূহ লোৱা হৈছিল

  1. দল দুটাৰ মাজত হোৱা গ্ৰুপৰ মেচত হোৱা পইণ্টৰ পাৰ্থক্য
  2. দল দুটাৰ মাজত হোৱা গ্ৰুপৰ মেচত হোৱা গ'লৰ পাৰ্থক্য
  3. দলদুটাই কৰা সৰ্বমুঠ গ'লৰ স্ংখ্যা

সুশৃঙ্খল ভাবে খেলাৰ বাবে পইণ্ট

  • হালধীয়া কাৰ্ড: ১ পইণ্ট কটা হ'ব
  • পৰোক্ষ ৰঙা কাৰ্ড: ৩ পইণ্ট কটা হ'ব
  • ৰঙা কাৰ্ড: ৪ পইণ্ট কটা হ'ব
  • হালধীয়া কাৰ্ড আৰু ৰঙা কাৰ্ড: ৫ পইণ্ট কটা হ'ব
  • লটাৰী
দল মেচ জয় ড্ৰ পৰাজয় গ'লৰ ফালে গ'লৰ বিপৰীতে গ'লৰ পাৰ্থক্য পইণ্ট
  কুৱেইট +৬
  ভাৰত +৬
  নেপাল –৩
  পাকিস্তান –৯
ৱেবছাইট
চকাৰৱে


মেচ নং-১
বিৱৰণ   কুৱেইট   নেপাল
কৰা গ'লমূহ
গ'লদাতা
সময় ১৫:৩০
তাৰিখ ২১ জুন ২০২৩ (2023-06-21)
ষ্টেডিয়াম শ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰী মোঃ আলমগীৰ চাৰ্কাৰ (বাংলাদেশ)
দৰ্শনাৰ্থীৰ সংখ্যা ১,২০০
ৰেফ. মেচ নং-১
মেচ নং-২
বিৱৰণ   ভাৰত   পাকিস্তান
কৰা গ'লমূহ
গ'লদাতা
সময় ১৯:৩০
তাৰিখ ২১ জুন ২০২৩ (2023-06-21)
ষ্টেডিয়াম শ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰী প্ৰজৱোল ছেত্ৰী (নেপাল)
দৰ্শনাৰ্থীৰ সংখ্যা ২২,৮৬০
ৰেফ. মেচ নং-২


মেচ নং-৫
বিৱৰণ   কুৱেইট   পাকিস্তান
কৰা গ'লমূহ
গ'লদাতা
সময় ১৫:৩০
তাৰিখ ২৪ জুন ২০২৩ (2023-06-24)
ষ্টেডিয়াম শ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰী পেমা শ্বেৱাং (ভূটান)
দৰ্শনাৰ্থীৰ সংখ্যা ৩০৯
ৰেফ. মেচ নং-৫
মেচ নং-৬
বিৱৰণ   ভাৰত   নেপাল
কৰা গ'লমূহ
গ'লদাতা
সময় ১৯:৩০
তাৰিখ ২৪ জুন ২০২৩ (2023-06-24)
ষ্টেডিয়াম শ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰী চিনান হুছেইন (মালদ্বীপ)
দৰ্শনাৰ্থীৰ সংখ্যা ১২,৬৪২
ৰেফ. মেচ নং-৬
মেচ নং-৯
বিৱৰণ   পাকিস্তান   নেপাল
কৰা গ'লমূহ
গ'লদাতা
সময় ১৫:৩০
তাৰিখ ২৭ জুন ২০২৩ (2023-06-27)
ষ্টেডিয়াম শ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰী চিনান হুছেইন (মালদ্বীপ)
দৰ্শনাৰ্থীৰ সংখ্যা ২৫০
ৰেফ. মেচ নং-৯
মেচ নং-১০
বিৱৰণ   ভাৰত   কুৱেইট
কৰা গ'লমূহ
গ'লদাতা
  • আলি ৯০+২ (আত্মঘাতী)
সময় ১৯:৩০
তাৰিখ ২৭ জুন ২০২৩ (2023-06-27)
ষ্টেডিয়াম শ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰী মোঃ আলমগীৰ চাৰ্কাৰ (বাংলাদেশ)
দৰ্শনাৰ্থীৰ সংখ্যা ৯,৫৬২
ৰেফ. মেচ নং-১০
দল মেচ জয় ড্ৰ পৰাজয় গ'লৰ ফালে গ'লৰ বিপৰীতে গ'লৰ পাৰ্থক্য পইণ্ট
  লেবানন +৬
  বাংলাদেশ +২
  মালদ্বীপ –১
  ভূটান –৭
ৱেবছাইট
চকাৰৱে
মেচ নং-৩
বিৱৰণ   বাংলাদেশ   লেবানন
কৰা গ'লমূহ
গ'লদাতা
সময় ১৩:৩০
তাৰিখ ২২ জুন ২০২৩ (2023-06-22)
ষ্টেডিয়াম শ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰী ক্ৰিস্টাল জন (ভাৰত)
দৰ্শনাৰ্থীৰ সংখ্যা ৫০
ৰেফ. মেচ নং-৩


মেচ নং-৪
বিৱৰণ   মালদ্বীপ   ভূটান
কৰা গ'লমূহ
গ'লদাতা
সময় ১৯:৩০
তাৰিখ ২২ জুন ২০২৩ (2023-06-22)
ষ্টেডিয়াম শ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰী ইৰশাদ উল হক (পাকিস্তান)
দৰ্শনাৰ্থীৰ সংখ্যা ২০০
ৰেফ. মেচ নং-৪
মেচ নং-৭
বিৱৰণ   বাংলাদেশ   মালদ্বীপ
কৰা গ'লমূহ
গ'লদাতা
সময় ১৩:৩০
তাৰিখ ২৫ জুন ২০২৩ (2023-06-25)
ষ্টেডিয়াম শ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰী প্ৰজৱোল ছেত্ৰী (নেপাল)
দৰ্শনাৰ্থীৰ সংখ্যা ১০০
ৰেফ. মেচ নং-৭
মেচ নং-৮
বিৱৰণ   লেবানন   ভূটান
কৰা গ'লমূহ
গ'লদাতা
সময় ১৯:৩০
তাৰিখ ২৫ জুন ২০২৩ (2023-06-25)
ষ্টেডিয়াম শ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰী ইৰশাদ উল হক (পাকিস্তান)
দৰ্শনাৰ্থীৰ সংখ্যা ২৫০
ৰেফ. মেচ নং-৮
মেচ নং-১১
বিৱৰণ   লেবানন   মালদ্বীপ
কৰা গ'লমূহ
গ'লদাতা
সময় ১৩:৩০
তাৰিখ ২৮ জুন ২০২৩ (2023-06-28)
ষ্টেডিয়াম শ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰী পেমা শ্বেৱাং (ভূটান)
দৰ্শনাৰ্থীৰ সংখ্যা ৫০
ৰেফ. মেচ নং-১১


মেচ নং-১২
বিৱৰণ   বাংলাদেশ   ভূটান
কৰা গ'লমূহ
গ'লদাতা
সময় ১৯:৩০
তাৰিখ ২৮ জুন ২০২৩ (2023-06-28)
ষ্টেডিয়াম শ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰী ক্ৰিস্টাল জন (ভাৰত)
দৰ্শনাৰ্থীৰ সংখ্যা
ৰেফ. মেচ নং-১২

নক্‌-আউট পৰ্ব

সম্পাদনা কৰক

ছেমি-ফাইনেল

সম্পাদনা কৰক
মেচ নং-১৩ ছেমি-ফাইনেল-১
বিৱৰণ   কুৱেইট   বাংলাদেশ
কৰা গ'লমূহ
গ'লদাতা
সময় ১৫:০০
তাৰিখ ১ জুলাই ২০২৩ (2023-07-01)
ষ্টেডিয়াম শ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰী ক্ৰিস্টাল জন (ভাৰত)
দৰ্শনাৰ্থীৰ সংখ্যা ৫০০
ৰেফ. মেচ নং-১৩
মেচ নং-১৪ ছেমি-ফাইনেল-২
বিৱৰণ   লেবানন   ভাৰত
কৰা গ'লমূহ ০(২) ০(৪)
গ'লদাতা পেনাল্টি শ্বুটআউট পেনাল্টি শ্বুটআউট
সময় ১৯:০০
তাৰিখ ১ জুলাই ২০২৩ (2023-07-01)
ষ্টেডিয়াম শ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰী চিনান হুছেইন (মালদ্বীপ)
দৰ্শনাৰ্থীৰ সংখ্যা ১২,৬৪০
ৰেফ. মেচ নং-১৪
মেচ নং-১৫ ফাইনেল
বিৱৰণ   কুৱেইট   ভাৰত
কৰা গ'লমূহ ১(৪) ১(৫)
গ'লদাতা

পেনাল্টি শ্বুটআউট

পেনাল্টি শ্বুটআউট

সময় ১৯:৩০
তাৰিখ ৪ জুলাই ২০২৩ (2023-07-04)
ষ্টেডিয়াম শ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰী প্ৰজৱোল ছেত্ৰী (নেপাল)
দৰ্শনাৰ্থীৰ সংখ্যা ২৬,৩৮০ ৰেফ. মেচ নং-১৫

পৰিসংখ্যা

সম্পাদনা কৰক
গ,ল=৩৮
মেচ=১৫
৫টা গ'ল=
২টা গ'ল=
১টা গ'ল=
১টা নিজা গ'ল=

বঁটাসমূহ

সম্পাদনা কৰক
শ্ৰেষ্ঠ খেলুৱৈ সৰ্বাধিক গোলদাতা শ্ৰেষ্ঠ গোলৰক্ষক অপক্ষপাতী খেলৰ বঁটা
  সুনীল ছেত্ৰী   সুনীল ছেত্ৰী (৫টা গ'ল)   আনিচুৰ ৰহমান জিকো   নেপাল
  • ২০২৩ চাফ চেম্পিয়নশ্বিপেৱ   ভাৰত বিজয়ী

সম্প্ৰচাৰ

সম্পাদনা কৰক
দেশ সম্প্ৰচাৰক ৰেফ.
  বাংলাদেশ টি স্পোৰ্টচ [14]
  ভূটান
  ভাৰত ডিডি স্পোৰ্টচ, ফেনকোড [উদ্ধৃতিৰ প্ৰয়োজন]
  কুৱেইট কুৱেইট টেলিভিছন [উদ্ধৃতিৰ প্ৰয়োজন]
  লেবানন এলবিচিআই [15]
  মালদ্বীপ আইচিই টিভি, ইয়েচ টিভি [উদ্ধৃতিৰ প্ৰয়োজন]
  নেপাল কান্তিপুৰ টেলিভিছন [16]
  পাকিস্তান জিঅ' চুপাৰ, এ স্পোৰ্টচ এইচডি

বাহ্যিক সংযোগসমূহ

সম্পাদনা কৰক
  1. "Kazi Md. Salahuddin Re-Elected As President". SAFF. https://saffederation.org/news/read/44। আহৰণ কৰা হৈছে: 2022-07-02. 
  2. "SAFF C’ship likely in new format". newagebd. https://www.newagebd.net/article/175016/saff-cship-likely-in-new-format। আহৰণ কৰা হৈছে: 2022-07-03. 
  3. "FSL keen to host 2023 SAFF Tourney". The Sunday Times. http://www.sundaytimes.lk/211010/sports/fsl-keen-to-host-2023-saff-tourney-457799.html। আহৰণ কৰা হৈছে: 2021-10-17. 
  4. "Suspension of the Football Federation of Sri Lanka (FFSL) from 21 January 2023 until further notice". FIFA. https://digitalhub.fifa.com/m/5d07bb14cb642349/original/Circular-1831_Suspension-FFSL_EN.pdf। আহৰণ কৰা হৈছে: 2023-01-27. 
  5. "সাফেৰ স্বাগতিক হতে শুধু নেপালেৰ আবেদন". Prothom Alo. https://www.prothomalo.com/sports/football/zmhy0mir5x। আহৰণ কৰা হৈছে: 2023-01-29. 
  6. "SAFF confirms Sports Partner International as the official commercial partner". SAFF. 14 February 2023. https://saffederation.org/news/read/79. 
  7. "India to host SAFF Championship in June 2023". KhelNow. https://khelnow.com/football/2023-02-indian-football-india-to-host-the-2023-saff-championship। আহৰণ কৰা হৈছে: 2023-02-14. 
  8. "Bengaluru to host 2023 SAFF Championship". https://www.the-aiff.com/article/bengaluru-to-host-2023-saff-championship। আহৰণ কৰা হৈছে: 2023-03-19. 
  9. "Suspension of the Football Federation of Sri Lanka (FFSL) from 21 January 2023 until further notice". FIFA. https://digitalhub.fifa.com/m/5d07bb14cb642349/original/Circular-1831_Suspension-FFSL_EN.pdf। আহৰণ কৰা হৈছে: 2023-01-27. 
  10. "KUWAIT CONFIRMS ITS PARTICIPATION IN SAFF CHAMPIONSHIP". SAFF. https://saffederation.org/news/read/87। আহৰণ কৰা হৈছে: 2023-05-03. 
  11. "LEBANON TO COMPETE IN SAFF CHAMPIONSHIP". SAFF. https://saffederation.org/news/read/89। আহৰণ কৰা হৈছে: 2023-05-08. 
  12. Chatterjee, Triyasha (2023-05-15). "SAFF Championship 2023 Draw on May 17, Indian Football Team eye consecutive titles - Follow SAFF 2023 LIVE" (en-US ভাষাত). www.insidesport.in. https://www.insidesport.in/saff-championship-2023-draw-on-may-17-indian-football-team-eye-consecutive-titles-follow-saff-2023-live/। আহৰণ কৰা হৈছে: 2023-05-16. 
  13. "Invitation to Tender SAFF CHAMPIONSHIP". SAFF. https://saffederation.org/uploads/6398250f61515.pdf। আহৰণ কৰা হৈছে: 13 December 2022. 
  14. sun, daily. "Bashundhara Toiletries Limited becomes title sponsor of SAFF Championship 2023 | Daily Sun |". daily sun. https://www.daily-sun.com/post/696273/Bashundhara-Toiletries-Limited-becomes-title-sponsor-of-SAFF-Championship-2023. 
  15. LBCI TV [@LBCILebanon] (20 June 2023). "Error: no |title= specified when using {{Cite web}}" (ar ভাষাত). https://twitter.com/LBCILebanon/status/1671157302819454979। আহৰণ কৰা হৈছে: 21 June 2023. 
  16. Scores, Daily Live (June 7, 2023). "Kantipur TV to broadcast SAFF Championship 2023 Live in Nepal". https://dailylivescores.com/kantipur-tv-to-broadcast-saff-championship-2023-live-in-nepal/.