৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
(৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পুনঃনিৰ্দেশিত)
৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 52, NH 52) উত্তৰ-পূব ভাৰতৰ অসম আৰু অৰুণাচল প্ৰদেশত অৱস্থিত। গুৱাহাটীৰ উত্তৰ দিশত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটো ফাটি এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ সৃষ্টি হৈছে। তাৰ পিছত ই পূব আৰু উত্তৰ-পূবলৈ বিস্তৃত হৈ আছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে ৮৫০ কিঃমিঃ (৫২৮ মাইল)। ইয়াৰে ৫৪০ কিঃমিঃ (৩৪০ মাইল) অসমত আৰু বাকীখিনি অৰুণাচল প্ৰদেশত আছে।[1]
ৰাষ্ট্ৰীয় ঘাইপথ ৫২ | |
---|---|
৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মানচিত্ৰ | |
পথ তথ্য | |
দৈৰ্ঘ্য | সাঁচ:Convert/LoffAoffDxSoff) |
Major junctions | |
From | বাইহাটা, অসম |
To | ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ |
Location | |
States | অসম: 540 km (340 মাইল) অৰুণাচল প্ৰদেশ: 310 km (190 মাইল) |
Primary destinations | গুৱাহাটী - Charali - তেজপুৰ - গহপুৰ – উত্তৰ লক্ষীমপুৰ - পাছিঘাট - তেজু - সীতাপানী |
Highway system | |
ভাৰতীয় পথ নেটৱৰ্ক ৰাষ্ট্ৰীয় ঘাইপথ • এক্সপ্ৰেছ পথ • ৰাজ্যিক Lua error in package.lua at line 80: module 'Module:Road data/parser/sandbox' not found. |
অসমৰ আৰু অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ মাজত সংযোগ স্থাপন কৰা পথটো হৈছে ৫২এ নং ৰাষ্ট্ৰীয় ঘাইপথ। এই পথটো ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰে এটা অংশ।
লগতে চাওক
সম্পাদনা কৰক
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "National Highways and their lengths". National Highways Authority of India. Archived from the original on 2010-02-10. https://web.archive.org/web/20100210021118/http://www.nhai.org/nh.asp। আহৰণ কৰা হৈছে: 2009-02-12.
বাহ্যিক সংযোগ
সম্পাদনা কৰক