ৰাকুল প্ৰীত সিং

ভাৰতীয় অভিনেত্ৰী

ৰাকুল প্ৰীত সিং (ইংৰাজী: Rakul Preet Singh) হৈছে ১৯৯০ চনৰ ১০ অক্টোৱৰত পঞ্জাবী পৰিৱাৰত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী তথা মডেল, তেওঁ বিশেষকৈ তেলুগু আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে।[6] লগতে তেওঁ হিন্দী আৰু কন্নড় ভাষাটো অভিনয় কৰে।

ৰাকুল প্ৰীত সিং

ৰাকুল প্ৰীত সিং (২০১৮ চন)
জন্ম ১০ অক্টোবৰ, ১৯৯০ (৩৩ বছৰ)[1][2]
নতুন দিল্লী, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা গণিত (Hons)[3]
শিক্ষানুষ্ঠান যীশুচ্‌ এণ্ড মেৰী কলেজ, ইউনিভাৰ্চিটি অৱ দিল্লী
পেচা অভিনেত্ৰী, মডেল
সক্ৰিয় হৈ থকা সময় ২০০৯–বৰ্তমান
উচ্চতা ৫ ফুট ৮.৫ ইঞ্চি (১.৭৪ মিটাৰ)[4]
পিতৃ-মাতৃ ৰাজেন্দৰ সিং (পিতৃ)
কুলৱিন্দৰ সিং (মাতৃ)[5]

জন্ম পৰিচয় সম্পাদনা কৰক

১৯৯০ চনৰ ১০ অক্টোৱৰত নতুন দিল্লীৰ পঞ্জাবী পৰিয়ালত জন্মগ্ৰহণ কৰে।[7] 'আৰ্মী পাব্লিক স্কুল'ৰ পৰা প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে আৰু পিছত 'যীশুচ্‌ এণ্ড মেৰী কলেজ, ইউনিভাৰ্চিটি অৱ দিল্লী'ত গণিতশাস্ত্ৰৰ অধ্যয়ন কৰে।[3][8][9] তেওঁৰ পিতৃৰ নাম ৰাজেন্দৰ সিং আৰু মাতৃৰ নাম কুলৱিন্দৰ সিং।[10] তেওঁৰ ভাই অমন প্ৰীত সিং।[11]

কৰ্মজীৱন সম্পাদনা কৰক

আত্মপ্ৰকাশ (২০০৯–২০১৪) সম্পাদনা কৰক

সিং, যিয়ে কৈছিল যে তেওঁ সদায় অভিনেত্ৰী হোৱাৰ সপোন দেখিছিল, কলেজীয়া ছাত্ৰী অৱস্থাত তেওঁ যেতিয়া মডেলিং কৰিবলৈ লয় তেতিয়া তেওঁৰ বয়স আছিল ১৮ বছৰ।[12] ২০০৯ চনত তেওঁ ছেলভাৰাঘাভানৰ 7G ৰেইনবো কলোনিৰ ৰিমেক কন্নড় ছবি গিল্লিৰ যোগেদি অভিনয়ৰ আত্মপ্ৰকাশ কৰিছিল।[13] তেওঁ কৈছিল যে তেওঁ "অলপ অতিৰিক্ত পকেট ৰখাৰ লক্ষ্যৰে" চিনেমাখনত স্বাক্ষৰ কৰিছিল আৰু তেওঁ "দক্ষিণ ভাৰতীয় চিনেমা কিমান ডাঙৰ" আছিল সেই বিষয়ে অজ্ঞাত আছিল।[13] ডিগ্ৰী সম্পূৰ্ণ কৰি লৈ ঘূৰি অহাৰ আগতে চিনেমাখনত তেওঁৰ অভিনয়ৰ ভূমিকাৰ বাবে সমালোচনাৰ প্ৰশংসা লাভ কৰিছিল আৰু ২০১১ চনৰ ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা কৰিছিল।[14] পিপ'লচ চইচ মিছ ইণ্ডিয়াটাইমছৰ উপৰিও, তেওঁ পাণ্টানছ ফেমিনা মিছ ফ্ৰেছ ফেচ, ফেমিনা মিছ টেলেণ্টেড, ফেমিনা মিছ বিউটিফুল স্মাইল আৰু ফেমিনা মিছ বিউটিফুল আইছকে ধৰি প্ৰতিদ্বন্দ্বিতাত চাৰিটা খিতাপ লাভ কৰিছিল।[15]

তেওঁ ২০১১ চনত চলচ্চিত্ৰ জগতলৈ উভতি আহিছিল, তেলুগু আৰু মালয়ালম দুয়োটা ভাষাতে মুক্তি দিয়া সিদ্ধাৰ্থ ৰাজকুমাৰৰ বিপৰীতে কেৰাটামত উপস্থিত হৈছিল, যদিও সমালোচনাই উল্লেখ কৰিছিল যে, “তেওঁ স্ক্ৰীণৰ বাবে অতি কম সময় পাইছিল।”[16] চিনেমাখন একেটা কাষ্টকে ৰাখি পুনৰ বেলেগ পৰিচালকৰ পৰিচালনাত "ইউভান" নাম দি তামিল ভাষাত নিৰ্মাণ কৰা হৈছিল।[17] ২০১২ চনত তেওঁ তামিল ছবি থাদিয়াৰা ঠাক্কাত এক সহ-অভিনেত্ৰীৰ ভূমিকাত অভিনয় কৰিছিল।[18]

২০১৩ চনৰ জানুৱাৰীত তেওঁ পুটাগাম নামৰ এখন তামিল ছবিত উপস্থিত হয়। ২০১৩ চনৰ নৱেম্বৰত তেওঁক তেলুগুৰ ভেঙ্কটদাৰী এক্সপ্ৰেছতো দেখা গৈছিল,[19][20] যিখন ছবি পৰৱৰ্তী সময়ত বাণিজ্যিকভাৱে সফলতা লাভ কৰিছিল আৰু ৬১তম ফিল্মফয়াৰ এৱাৰ্ড দক্ষিণৰ বাবে তেওঁ প্ৰথম শ্ৰেষ্ঠ অভিনেত্ৰীলৈ মনোনীত হয়।[21] ২০১৪ চনত তেওঁ দিব্য কুমাৰৰ পৰিচালনাত বলীউডত প্ৰথম য়াৰিয়ানৰ যোগেদি খোজ পেলাইছিল,[22] যাৰ পিছত তেওঁৰ তৃতীয় তামিল ছবি য়েন্নামো য়েধো মুক্তি লাভ কৰিছিল। ২০১৪ চনৰ মাজভাগলৈ তেওঁ একেলগে তিনিখন তেলুগু চিনেমাত কাম কৰি আছিল,[23] যিবোৰ পৰিচালনা কৰিছিল ক্ৰমে- শ্ৰীৱাস,[24] জি নাগেস্বৰ ৰেড্ডী[25] আৰু গোপিচাণ্ড মালিনেনী। শ্ৰীৱাসৰ ল'ক্যম আৰু জি নাগশ্বৰ ৰেড্ডীৰ কাৰেণ্ট থেগা আছিল তেওঁৰ পৰৱৰ্তী মুক্তি ছবি। তেওঁ দুয়োখন চিনেমাতে তেওঁৰ প্ৰদৰ্শনৰ বাবে ইতিবাচক প্ৰশংসা লাভ কৰিছিল,[26][27] লগতে 123telugu.comয়ে তেওঁক, "slowly becoming a star actress" বুলি কৈছিল।[28] ৬২তম ফিল্মফয়াৰ এৱাৰ্ড দক্ষিণত তেওঁ দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী মনোনয়ন লাভ কৰিছিল। তেওঁৰ পৰৱৰ্তী মুক্তিপ্ৰাপ্ত ছবি আছিল গোপিচাণ্ড মালিনেনী দ্বাৰা পৰিচালনা ছবি পাণ্ডাগা চেকো য'ত তেওঁ ৰাম পথিনেনিৰ বিপৰীতে অভিনয় কৰিছিল।

ৰাজহুৱা স্বীকৃতি আৰু সফলতা (২০১৫-বৰ্তমান) সম্পাদনা কৰক

তাৰ পিছত সিঙে “হাফ এ ডজন” (half-a-dozen) -ত মহিলা নেতৃত্ব হিচাপে নিৰ্বাচিত হৈছিল, যাৰ চাৰিখন উচ্চ প্ৰফাইল তেলুগু ছবি হৈছে: ৰবি তেজাৰ বিপৰীতে সুৰেন্দৰ ৰেড্ডীকিক ২,[29] ৰাম চৰণৰ বিপৰীতে শ্ৰীনু বৈতলাব্ৰুচ লী,[30] সুকুমাৰনান্নাকু প্ৰেমাথোঁ জুনিয়ৰ এন টি আৰৰ বিপৰীতে[31] আৰু বয়াপতি শ্ৰীনুসাৰ্ৰাইনাডু আল্লু অৰ্জুনৰ বিপৰীতে।[32] তেওঁ তেওঁৰ ছবি নান্নাকু প্ৰেমাথোঁৰ বাবে যথেষ্ট প্ৰশংসা লাভ কৰিছিল কিয়নো তেওঁ এই চিনেমাখনত প্ৰথমবাৰ নিজৰ বাবে নাম দিছিল[33] আৰু তেওঁৰ প্ৰথম সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰী বঁটা “জিঅ’ চিমা ২০১৭” (Jio SIIMA 2017) লাভ কৰে। ২০১৬ চনৰ জানুৱাৰী মাহত তেওঁ বেল্লামকোণ্ডা শ্ৰীনিভাজৰ বিপৰীতে বয়াপতি শ্ৰীনুৰ পৰিচালনাত জয় জানকী নায়ক ছবিত স্বাক্ষৰ কৰে যাৰ বাবে তেওঁ ১.৫ কোটি (২,১০,৩০০ ডলাৰ) টকা আদায় কৰিছিল।[34] ২০১৬ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত তেওঁ সুৰেন্দৰ ৰেড্ডীৰ ছবি ধ্ৰুৱত দ্বিতীয়বাৰ ৰাম চৰণৰ বিপৰীতে অভিনয় কৰে।[35]

ফিল্ম’গ্ৰাফী সম্পাদনা কৰক

টোকা
  এতিয়াও মুক্তি লাভ কৰা নাই
চন শিৰোনাম চৰিত্ৰ পৰিচালক ভাষা নোট
২০০৯

গিল্লী

আৰতি ৰাঘৱ লকী কন্নড় ভাষাৰ প্ৰথম ছবি
২০১১

কেৰাতাম

সংগীতা গৌতম পাটনৈক তেলুগু ভাষাৰ প্ৰথম ছবি
২০১১

য়ুভান

আৰ. এন. চা

ৰণ

তামিল ভাষাৰ প্ৰথম ছবি
২০১২

থাদৈয়াৰা থাক্কা

গায়ত্ৰী ৰামকৃষ্ণণ মাগিজ থিৰুমিনী
২০১৩

পুথাগাম

দিব্যা বিজয় অধিৰাজ
২০১৩

ভেনকাটাদ্ৰী এক্সপ্ৰেছ

প্ৰাৰ্থনা মেৰলাপাকা গান্ধী তেলুগু
২০১৩

য়াৰিয়ান

চালনী দিব্যা খস্লা কুমাৰ হিন্দী ভাষাৰ প্ৰথম ছবি
২০১৩

য়েন্নাম’ য়েধো

নিথ্যা ৰবি ত্যাগৰজন তামিল
২০১৪

ৰাঘ

নন্দু চি. এইছ. সুব্বা ৰেড্ডী তেলুগু
২০১৪

লৌক্ষ্যাম

চন্দ্ৰকলা "চান্দু" শ্ৰীৱাস
২০১৪ কাৰেণ্ট থেএা কবিতা গি. নাগেশ্বৰ ৰেড্ডী
২০১৫

পানদাগা চেচ্‌কো

দিব্যা গোপিচান্দ মালিনেনী
২০১৫

কিক ২

চৈত্ৰা সুৰেন্দৰ ৰেড্ডী
২০১৫

ব্ৰুচলী: দ্যা ফাইটাৰ

ৰিয়া ৰাও শ্ৰীণু ভাইটলা
২০১৬

নান্নাকু প্ৰেমাথোঁ

দিব্যাংকা / দিব্যা সুকুমাৰ
২০১৬

চৰাইনদু

জানু / মহালক্ষ্মী বয়াপাতী শ্ৰীণু
২০১৬

ধ্ৰুৱ

ইশিকা সুৰেন্দৰ ৰেড্ডী
২০১৭

ৱিনাৰ

চিতাৰা গোপিচান্দ মালিনেনী
২০১৭

ৰাৰান্দৈ ভেদুকা সুধাম

ভ্ৰামাৰাৰমভা কল্যাণ কৃষ্ণ কুৰশালা
২০১৭

জয়া জানকী নায়কা

জোনাকী / চুইটী বয়াপাতী শ্ৰীণু
২০১৭

স্পাইডাৰ

চাৰ্লী এআৰ মুৰুগাদোশ তেলুগু বিলিংগুৱেল ফিল্ম
চালিনী তামিল
২০১৭

থেৰান আধিগাৰাম অনদ্ৰু

প্ৰিয়া থেৰান এইছ. বিনদ তামিল
২০১৮

আইয়াৰী

ছনীয়া গুপ্তা নিৰাজ পাণ্ডে হিন্দী
২০১৯ এনটিআৰ: কাথানায়াকুদু শ্ৰীদেৱী কৃশ তেলুগু স্পেচিয়েল এপিয়াৰেঞ্চ
২০১৯ দেৱ মেঘনা ৰজত ৰবিশংকৰ তামিল
২০১৯ দে দে প্যাৰ দে আয়েশা আকিভ আলী হিন্দী
২০১৯

এনজিকে

ভানাথী চেলভাৰ্গৱ তামিল
২০১৯ মেনমাধুদু ২ অৱন্তীকা ৰাহুল ৰবিন্দ্ৰন তেলুগু
২০১৯ মাৰজাবা আৰজু মিলাপ মিলান জাভেৰী হিন্দী
২০২০ ছিমলা মিৰচী নেইনা ৰমেশ চিপ্পী
২০২০ এট্টেক   ঘোষণা হ’ব লক্ষ্য ৰাজ প’ষ্ট প্ৰডাকচন
২০২০

আয়ালান 

ঘোষণা হ’ব আৰ. ৰবিকুমাৰ তামিল ফিল্মিং
২০২০ চালে চালো  ঘোষণা হ’ব কাশভী নায়াৰ হিন্দী ফিল্মিং[36]
২০২১ ইণ্ডিয়ান ২  ঘোষণা হ’ব এছ. শংকৰ তামিল ফিল্মিং[37]

বঁটা আৰু মনোনয়ন সম্পাদনা কৰক

চন বঁটা শিতান ফিল্ম ফলাফল
২০১৪ ৬১তম ফিল্মফেয়াৰ এৱাৰ্ডচ্‌ চাউথ শ্ৰেষ্ঠ অভিনেত্ৰী – তেলুগু ভেনকাটাদ্ৰী এক্সপ্ৰেছ মনোনীত[38]
২০১৫ চিনেমা এৱাৰ্ডচ্‌ শ্ৰেষ্ঠ অভিনেত্ৰী (জুৰী) লৌক্যাম বিজয়ী
৬২তম ফিল্মফেয়াৰ এৱাৰ্ডচ্‌ চাউথ শ্ৰেষ্ঠ অভিনেত্ৰী – তেলুগু মনোনীত[39]
৪ৰ্থ চাউথ ইণ্ডিয়ান ইণ্টাৰনেচনেল মুভী এৱাৰ্ডচ্‌ শ্ৰেষ্ঠ অভিনেত্ৰী – তেলুগু মনোনীত
২০১৬ জি. তেলুগু অপ্সৰা এৱাৰ্ডচ্‌ বৰ্ষটোৰ জনপ্ৰিয় অভিনেত্ৰী পাণ্ডাগা চেস্ক’,
ব্ৰুচলী - দ্যা ফাইটাৰ
বিজয়ী
২০১৭ জি. চিনেমালু এৱাৰ্ডচ্‌ গোল্ডেন ষ্টাৰ অফ দ্যা ইয়াৰ ধ্ৰুৱ,
ৱিন্নাৰ
বিজয়ী
ফিট্টেষ্ট ষ্টাৰ অফ দ্যা ইয়াৰ - বিজয়ী
জি. তেলুগু অপ্সৰা এৱাৰ্ডচ্‌ ষ্টাইল আইক’ন অফ দ্যা ইয়াৰ - বিজয়ী
৬৪তম ফিল্মফেয়াৰ এৱাৰ্ডচ্‌ চাউথ শ্ৰেষ্ঠ অভিনেত্ৰী – তেলুগু নান্নাকু প্ৰেমাথোঁ মনোনীত[40]
৬য় চাউথ ইণ্ডিয়ান ইণ্টাৰনেচনেল মুভী এৱাৰ্ডচ্‌ শ্ৰেষ্ঠ অভিনেত্ৰী – তেলুগু বিজয়ী
জি. গোল্ডেন এৱাৰ্ডচ্‌ বৰ্ষটোৰ প্ৰিয় অভিনেত্ৰী ৰাৰান্দৈ ভেদুকা চুধাম বিজয়ী

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Rakul Preet turns 24". Rediff. 10 October 2014. http://www.rediff.com/movies/report/first-look-saif-ileana-in-happy-ending/20141010.htm। আহৰণ কৰা হৈছে: 7 May 2016. 
  2. "Rakul Preet turns 25, T-Town celebs party in Hyderabad". TNNThe Times of India. 12 October 2015. http://timesofindia.indiatimes.com/entertainment/events/hyderabad/Rakul-Preet-turns-25-T-Town-celebs-party-in-Hyderabad/articleshow/49311873.cms। আহৰণ কৰা হৈছে: 7 May 2016. 
  3. 3.0 3.1 https://timesofindia.indiatimes.com/city/delhi/rakul-preet-singh-i-chose-jmc-over-lsr-because-i-wanted-to-study-in-a-good-looking-college/articleshow/59516083.cms
  4. "Rakul Preet Singh – Femina Miss India 2011 Contestants". Indiatimes.comhttps://web.archive.org/web/20131201200719/http://beautypageants.indiatimes.com/photoshow/7634057.cms?curpg=15.+1 Dec 2013. http://beautypageants.indiatimes.com/photoshow/7634057.cms?curpg=15। আহৰণ কৰা হৈছে: 19 june 2020. 
  5. "Rakul Preet Singh: Believe in giving back to the society". Telanganatoday.com. https://telanganatoday.com/rakul-preet-singh-believe-in-giving-back-to-the-society। আহৰণ কৰা হৈছে: 20 june 2020. 
  6. Dundoo, Sangeetha Devi (25 January 2016). "Rakul Preet Ayyer interview: In the big league and loving it". The Hindu. http://www.thehindu.com/features/metroplus/rakul-preet-singh-in-the-big-league-and-loving-it/article8151407.ece। আহৰণ কৰা হৈছে: 20 June 2020. 
  7. Nijher, Jaspreet (7 February 2013). "The kudis of Punjab flock South". The Times of India. http://timesofindia.indiatimes.com/entertainment/punjabi/movies/news/The-kudis-of-Punjab-flock-South/articleshow/18379514.cms। আহৰণ কৰা হৈছে: 20 July 2016. 
  8. Jul 10, Riya Sharma | TNN |; 2017; Ist, 01:00. "Rakul Preet Singh: Rakul Preet Singh: I chose JMC over LSR because I wanted to study in a good-looking college! | Delhi News - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/delhi/rakul-preet-singh-i-chose-jmc-over-lsr-because-i-wanted-to-study-in-a-good-looking-college/articleshow/59516083.cms। আহৰণ কৰা হৈছে: 2020-05-11. 
  9. The kudis of Punjab flock South – The Times of India. Timesofindia.indiatimes.com (7 February 2013). Retrieved on 10 October 2015.
  10. "Rakul Preet Singh: Believe in giving back to the society". Telangana Today. https://telanganatoday.com/rakul-preet-singh-believe-in-giving-back-to-the-society। আহৰণ কৰা হৈছে: 30 May 2020. 
  11. Yadav, Nitesh (26 February 2020). "Rakul Preet's brother Aman to make Bollywood debut with 'Ram Rajya'" (en ভাষাত). www.indiatvnews.com. https://www.indiatvnews.com/entertainment/news/rakul-preet-brother-aman-to-make-bollywood-debut-with-ram-rajya-592684। আহৰণ কৰা হৈছে: 30 May 2020. 
  12. Sangeetha Devi Dundoo (23 September 2014). "Swamped with work". The Hindu. http://www.thehindu.com/features/cinema/swamped-with-work/article6438546.ece?secpage=true&secname=entertainment. 
  13. 13.0 13.1 Logesh Balachandran (5 November 2013). "Rakul Preet Singh's success story". Deccan Chronicle. Archived from the original on 27 December 2013. https://web.archive.org/web/20131227122742/http://www.deccanchronicle.com/131105/entertainment-kollywood/article/rakul-preet-singhs-success-story। আহৰণ কৰা হৈছে: 4 March 2014. 
  14. "Gilli – Well done Gururaj!". Indiaglitz.com. 19 October 2009. Archived from the original on 25 October 2009. https://web.archive.org/web/20091025164718/http://www.indiaglitz.com/channels/kannada/review/10887.html। আহৰণ কৰা হৈছে: 4 March 2014. 
  15. "India voted for me: Rakul Preet Singh". The Times of India. 18 April 2011. Archived from the original on 6 January 2014. https://web.archive.org/web/20140106032228/http://articles.timesofindia.indiatimes.com/2011-04-18/miss-india/29427577_1_pageant-crown-rakul-preet-singh। আহৰণ কৰা হৈছে: 4 March 2014. 
  16. "Siddharth Rajkumar's movie titled 'Keratam' - Malayalam Movie News". IndiaGlitz.com. https://www.indiaglitz.com/siddharth-rajkumars-movie-titled-keratam-malayalam-news-67861। আহৰণ কৰা হৈছে: 27 May 2018. 
  17. "Yuvan producer sidelining Aishwarya". The Times of India. 3 August 2011. Archived from the original on 2 February 2014. https://web.archive.org/web/20140202213248/http://articles.timesofindia.indiatimes.com/2011-08-03/news-interviews/29845584_1_aishwarya-rakul-preet-singh-yuvan। আহৰণ কৰা হৈছে: 4 March 2014. 
  18. "Rakul's tryst with K'wood". The Times of India. 24 June 2011. Archived from the original on 2 February 2014. https://web.archive.org/web/20140202213707/http://articles.timesofindia.indiatimes.com/2011-06-24/news-interviews/29698782_1_rakul-prachi-desai-film। আহৰণ কৰা হৈছে: 4 March 2014. 
  19. ‘Venkatadri Express’ continues good run. 123telugu.com. Retrieved 10 October 2015.
  20. 'Venkatadri Express' hit, Chota K. Naidu calls it team effort – IBNLive Archived 2013-12-18 at the Wayback Machine. CNN-IBN.in.com (2 December 2013). Retrieved 10 October 2015.
  21. 61st Filmfare Awards (South) Nominations: 'Attarintiki Daredi' Leads; Complete List of Nominees. International Business Times. (2 July 2014). Retrieved 10 October 2015.
  22. "South Indian cinema is the place to be: Rakul Preet". The Times of India. 18 June 2013. Archived from the original on 23 June 2013. https://web.archive.org/web/20130623035202/http://articles.timesofindia.indiatimes.com/2013-06-18/news-interviews/40047684_1_bollywood-debut-telugu-debut-telugu-film। আহৰণ কৰা হৈছে: 4 March 2014. 
  23. Sashidhar AS (4 May 2014). "Rakul Preet replaces Hansika in Ram's film". The Times of India. http://timesofindia.indiatimes.com/entertainment/telugu/movies/news-interviews/Rakul-Preet-replaces-Hansika-in-Rams-film/articleshow/34637965.cms। আহৰণ কৰা হৈছে: 4 May 2014. 
  24. "Gopichand-Sriwaas' new film launched". The Times of India. 11 April 2014. http://timesofindia.indiatimes.com/entertainment/telugu/movies/news-interviews/Gopichand-Sriwaas-new-film-launched/articleshow/33610234.cms। আহৰণ কৰা হৈছে: 4 May 2014. 
  25. "Rakul Preet joins the sets of Manchu Manoj's next". The Times of India. 2 May 2014. http://timesofindia.indiatimes.com/entertainment/telugu/movies/news-interviews/Rakul-Preet-joins-the-sets-of-Manchu-Manojs-next/articleshow/34541462.cms। আহৰণ কৰা হৈছে: 4 May 2014. 
  26. Movie review ‘Loukyam’: It’s a routine comedy one. Deccan Chronicle. (26 September 2014). Retrieved 10 October 2015.
  27. Loukyam Movie Review, Trailer, & Show timings at Times of India. The Times of India. (26 September 2014). Retrieved 10 October 2015.
  28. Current Theega Telugu Movie Review. 123telugu.com (31 October 2014). Retrieved 10 October 2015.
  29. "Surender Reddy confirms the heroine in Kick 2". IndiaGlitz (11 September 2014). Retrieved 11 September 2014.
  30. "Rakul with Ram Charan". The Times of India (18 February 205). Retrieved 18 February 2015.
  31. "NTR to romance Rakul Preet". The Times of India (5 January 2015). Retrieved 5 January 2015.
  32. "Rakul Preet Singh pairs up with Allu Arjun". IndiaGlitz. Retrieved 25 June 2015.
  33. kavirayani, suresh (2 July 2016). "No Telugu, no work". Deccan Chronicle. https://www.deccanchronicle.com/entertainment/tollywood/020716/no-telugu-no-work.html. 
  34. "Rakul Preet hikes fee, charges Rs 1.5 crore". Deccan Chronicle. (17 January 2016). Retrieved 4 June 2016.
  35. "Rakul Preet Singh in Telugu remake of ‘Thani Oruvan’". The Indian Express. (7 February 2016). Retrieved 4 June 2016.
  36. "Arjun Kapoor and Rakul Preet start shooting for their untitled film". The Times of India. 16 November 2019. https://m.timesofindia.com/entertainment/hindi/bollywood/news/arjun-kapoor-and-rakul-preet-start-shooting-for-their-untitled-film/amp_articleshow/72084480.cms. 
  37. "Shooting of Kamal Haasan's 'Indian 2' begins". The News Minute. 12 August 2019. https://www.thenewsminute.com/article/shooting-kamal-haasans-indian-2-begins-107098. 
  38. "Nominations for the Best Actress (Telugu)" (en ভাষাত). filmfare.com. https://www.filmfare.com/photos/nominations-for-the-best-actress-telugu-6662-5.html। আহৰণ কৰা হৈছে: 31 May 2020. 
  39. "Who will win the Best Actor (Female)?" (en ভাষাত). filmfare.com. https://www.filmfare.com/features/who-will-win-the-best-actor-female-9593-3.html। আহৰণ কৰা হৈছে: 31 May 2020. 
  40. "Rakul Preet Singh- Best Telugu Actor in Leading Role Female Nominee | Filmfare Awards" (en ভাষাত). filmfare.com. https://www.filmfare.com/awards/filmfare-awards-south-2017/telugu/nominations/best-actor-female/rakul-preet-singh। আহৰণ কৰা হৈছে: 31 May 2020. 

বাহ্যিক সংযোগ সম্পাদনা কৰক