ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প পদাৰ্থবিজ্ঞান

(ৱিকিপিডিয়া:WikiProject Physicsৰ পৰা পুনঃনিৰ্দেশিত)

ৱিকি পদাৰ্থবিজ্ঞান প্ৰকল্পৰ মূল লক্ষ্য হৈছে অসমীয়া ৱিকিপিডিয়াত পদাৰ্থ বিজ্ঞানৰ লগত জড়িত বিষয় সমূহৰ ওপৰত নতুন আৰু গুণগত মানসম্পন্ন প্ৰবন্ধৰ সৃষ্টি কৰা।

সদস্য সম্পাদনা কৰক

  1. দীপাংকৰ চেতিয়া বাৰ্তা 15:11, 7 ফেব্ৰুৱাৰী 2012 (UTC)
  2. কৌশিক দাসবাৰ্তা 19:32, 7 ফেব্ৰুৱাৰী 2012 (UTC)
  3. প্ৰণৱ জ্যোতি ভূঞা বাৰ্তা 07:43, 8 ফেব্ৰুৱাৰী 2012 (UTC)
  4. প্ৰভাকৰ শৰ্মা নেওগ 07:52, 10 ফেব্ৰুৱাৰী 2012 (UTC)
  5. বিকাশ শৰ্মা বাৰ্তা 20:15, 10 ফেব্ৰুৱাৰী 2012 (UTC)
  6. স্যামন্ত কুমাৰ গোস্বামী বাৰ্তা 01:29, 8 জুন 2012 (UTC)

কৰিবলগীয়া কাম সম্পাদনা কৰক

  • প্ৰথম পৰ্যায়
    • পদাৰ্থ বিজ্ঞানৰ সৰ্বসাধাৰণে জানিবলগীয়া প্ৰবন্ধ সমূহৰ এখন তালিকা প্ৰস্তুত কৰা।
    • সেই প্ৰবন্ধ সমূহ আন ৱিকিপিডিয়া (যেনে: ইংৰাজী)ৰ পৰা অনুবাদ কৰা।
    • প্ৰতিটো প্ৰবন্ধত নিৰ্দিষ্ট বিষয়টোৰ সম্পৰ্কে এটা সম্যক ধাৰণা থকা উচিত (যেনে: মূল তত্ত্বটো বৰ্ণনা কৰা অন্ততঃ এটা পেৰেগ্ৰাফ)।

প্ৰয়োজনীয়তা সম্পাদনা কৰক

  1. যাদৃচ্ছিক ভাবে নিৰ্বাচিত বিষয় যোগ কৰাৰ পৰিৱৰ্তে, নিৰ্দিষ্ট তালিকা অনুসৰি বিষয় যোগ কৰা।
    1. ই শৃংখলাবদ্ধ ভাবে অধিক প্ৰবন্ধ যোগ কৰাত সহায় কৰিব।
    2. পদাৰ্থ বিজ্ঞানৰ প্ৰবন্ধৰ নামকৰণৰ ক্ষেত্ৰত ইংৰাজী শব্দৰ সঠিক অসমীয়া প্ৰতিশব্দ নিৰ্বাচনত সহায়ক হ'ব (যিহেতু বহুতো ইংৰাজী শব্দৰ সঠিক অসমীয়া প্ৰতিশব্দ নাই বা কিছুমানৰ একাধিক আছে)।
  2. প্ৰবন্ধ সমূহ পৰ্যায় ক্ৰমে যোগ কৰাত সহায় কৰিব।
    1. যেনে প্ৰথম পৰ্যায়ত সৰ্বসাধাৰণ প্ৰবন্ধসমূহ, পাছত ক্ৰমে জটিল বিষয়ৰ প্ৰবন্ধ সমূহ যোগ কৰা হ'ব।
  3. পদাৰ্থ বিজ্ঞানৰ প্ৰবন্ধ সম্পাদনা কৰিবৰ বাবে আপুনি এই প্ৰকল্পৰ সদস্য হোৱাৰ প্ৰয়োজন নাই, কিন্তু প্ৰকল্পই আপোনাক পদাৰ্থ বিজ্ঞানৰ প্ৰবন্ধ সম্পাদনা কৰাত সহায় কৰিব।

প্ৰক্ৰিয়া সম্পাদনা কৰক

  1. প্ৰতিটো পৰ্যায়ৰ বাবে এখন লক্ষ্য তালিকা কৰা হ'ব।
  2. আন ৱিকিপিডিয়াৰ পৰা অনুবাদ বা নিজাকৈ সংগৃহীত তথ্য উত্‍সৰ পৰা লক্ষ্য তালিকাৰ প্ৰবন্ধসমূহ নতুনকৈ যোগ কৰা হ'ব।
    1. প্ৰতিটো প্ৰবন্ধত নিৰ্দিষ্ট বিষয়টোৰ সম্পৰ্কে এটা সম্যক ধাৰণা থকাৰ ওপৰত গুৰুত্ব দিয়া হ'ব (যেনে: মূল তত্ত্বটো বৰ্ণনা কৰা অন্ততঃ এটা পেৰেগ্ৰাফ যোগ কৰা হ'ব)।
    2. মূল প্ৰবন্ধৰ সৈতে সকলোবোৰ সম্ভাব্য প্ৰতিশব্দৰ প্ৰবন্ধৰ পুনৰনিৰ্দেশিত পৃষ্ঠা যোগ কৰা হ'ব।
    3. সম্ভব হ'লে ইংৰাজী প্ৰতিশব্দৰ পুনঃনিৰ্দেশিত পৃষ্ঠা যোগ কৰা হ'ব, ই প্ৰবন্ধ অনুসন্ধানত সহায় কৰিব, লগতে পদাৰ্থবিদ্যাৰ জটিল শব্দৰ অসমীয়া প্ৰতিশব্দৰ পৰা হ'ব পৰা বিভ্ৰাত দূৰ কৰিব।
  3. লক্ষ্য তালিকাৰ কোনো প্ৰবন্ধ যদি আগৰে পৰা অসমীয়া ৱিকিপিডিয়াত আছে আৰু ই পোখালি অৱস্থাত আছে তেন্তে ইয়াৰ বিস্তাৰ কৰা হ'ব।


প্ৰবন্ধসমূহ (লক্ষ্য তালিকা - ১) সম্পাদনা কৰক

তালিকা-(ক)বিশেষ প্ৰবন্ধ সম্পাদনা কৰক

ক্ৰমিক নং অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ ইংৰাজী ৱিকিপিডিয়াৰ প্ৰবন্ধ পোখালি প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায় সম্পূৰ্ণ Featured প্ৰবন্ধ
পদাৰ্থ বিজ্ঞান Physics   '   '
পদাৰ্থ বিজ্ঞানৰ ইতিহাস History of physics   '   '

তালিকা-(খ) সম্পাদনা কৰক

ক্ৰমিক নং অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ ইংৰাজী ৱিকিপিডিয়াৰ প্ৰবন্ধ পোখালি প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায় সম্পূৰ্ণ Featured প্ৰবন্ধ
ত্বৰণ Acceleration   '   '   '   '
পৰমাণু Atom   '
শক্তি Energy
৩.১ শক্তিৰ সংৰক্ষণশীলতা Conservation of energy
বিদ্যুৎ চুম্বকীয় বিকিৰণ Electromagnetic radiation   '
৪.১ অৱলোহিত ৰশ্মি Infrared
৪.২ অতিবেঙুণী ৰশ্মি Ultraviolet   '
৪.৩ পোহৰ Light   '   '
৪.৩.১ ৰং Color
ধ্ৰুপদী বলবিজ্ঞান Classical mechanics   '
বল Force   '
৬.১ বিদ্যুত চুম্বকত্ব Electromagnetism
৬.১.১ চুম্বক ক্ষেত্ৰ Magnetic field
৬.২ মহাকৰ্ষণ Gravitation   '
৬.৩ Strong interaction
৬.৪ Weak interaction
চুম্বক Magnet
ভৰ Mass   '   '
ধাতু Metal
৯.১ তীখা Steel
১০ নিউক্লীয় বিভংগন Nuclear fission
১১ পদাৰ্থৰ অৱস্থা State of matter
১১.১ গেছীয় পদাৰ্থ Gas
১১.২ জুলীয়া পদাৰ্থ Liquid   '
১১.৩ প্লাজমা Plasma
১১.৪ কঠিন পদাৰ্থ Solid
১২ কোৱাণ্টাম বলবিজ্ঞান Quantum mechanics   '
১৩ তেজষ্ক্ৰীয় বিকিৰণ Radioactive decay
১৪ সাধাৰণ আপেক্ষিকতাবাদ General relativity
১৫ বিশেষ আপেক্ষিকতাবাদ Special relativity   '
১৬ অৰ্ধপৰিবাহী Semiconductor   '
১৭ শব্দ Sound   '
১৮ বেগ Velocity   '   '   '   '
১৮.১ পোহৰৰ বেগ Speed of light   '   '
১৯ ঊষ্ণতা Temperature
২০ সময় Time   '   '
২১ তাপগতি বিজ্ঞান Thermodynamics   '
২২ ভেকুৱাম Vacuum
২৩ কোৱাণ্টাম ডট্‌ Quantum dot   '   '   '
২৪ আলোক বিদ্যুৎ পৰিঘটনা Photoelectric effect   '   '