আফ্ৰিকা
বিশ্বৰ ২য় বৃহত্তম মহাদেশ
(Africa (etymology)ৰ পৰা পুনঃনিৰ্দেশিত)
আফ্ৰিকা (ইংৰাজী: Africa) মাটিকালি আৰু জনসংখ্যাৰ দিশৰ পৰা বিশ্বৰ দ্বিতীয় বৃহত্তম মহাদেশ (এছিয়াৰ পাছতেই)। পাৰ্শ্ববৰ্তী দ্বীপসমূহক লগ লগাই মহাদেশখন মাটিকালি ৩০,২২১,৫৩২ বৰ্গ কিলোমিটাৰ (১১,৬৬৮,৫৯৮ বৰ্গমাইল)। এইখন বিশ্বৰ মুঠ ভূপৃষ্ঠতলৰ ৬% আৰু মুঠ স্থলপৃষ্ঠৰ ২০.৪% জুৰি অৱস্থিত।[2] এই মহাদেশৰ ৬১খন ৰাষ্ট্ৰ অথবা সমমানৰ প্ৰশাসনিক অঞ্চলত ১০০ কোটিৰো অধিক মানুহ, অৰ্থাৎ বিশ্বৰ জনসংখ্যাৰ ১৪% লোকে বসবাস কৰে। আফ্ৰিকাৰ প্ৰায় মধ্যভাগৰ মাজেদিয়ে বিষুবৰেখা পাৰ হৈ গৈছে। ইয়াৰ বেছি ভাগ অংশই ক্ৰান্তীয় অঞ্চল অৱস্থিত। মহাদেশখনৰ উত্তৰত ভূমধ্যসাগৰ, উত্তৰ-পূৰ্বে ছুয়েজ খাল আৰু লোহিত সাগৰ, পূৰ্বে ভাৰত মহাসাগৰ, আৰু পশ্চিমে আটলাণ্টিক মহাসাগৰ অৱস্থিত। উত্তৰ-পূৰ্ব কোনাত আফ্ৰিকা চিনাই উপদ্বীপৰ মাধ্যমৰে এছিয়া মহাদেশৰ সৈতে সংযুক্ত।
মাটিকালি | 30,221,532 km2 (11,668,599 sq mi) |
---|---|
জনসংখ্যা | 1,022,234,000[1] (2010, 2nd) |
জনঘনত্ব | 30.51/km2 (about 80/sq mi) |
বাসিন্দা | আফ্ৰিকান |
দেশসমূহ | 56 তালিকা |
অধীনস্থ অঞ্চলসমূহ | তালিকা |
ভাষাসমূহ | তালিকা |
সময় অঞ্চলসমূহ | UTC-1 ৰ পৰা UTC+4 লৈ |
দেশ আৰু অঞ্চলসমূহ
সম্পাদনা কৰক- আলজেৰিয়া
- কেনেৰী দ্বীপপুঞ্জ
- চেউটা
- ইজিপ্ত
- লিবিয়া
- মাদিৰা
- মেলিয়া
- মৰক্কো
- তুনিছিয়া
- পশ্চিম চাহাৰা
- বুৰুণ্ডী
- কম'ৰছ
- দীজিবৌটি
- এৰিট্ৰিয়া
- ইথিঅ'পিয়া
- ফৰাছী দক্ষিণ আৰু এণ্টাৰ্কাটিক ভূমি
- কেনিয়া
- মাদাগাস্কাৰ
- মালাৱী
- মৰিছাছ
- ময়ত্তে
- মজাম্বিক
- ৰেউনিয়ন
- ৰুৱাণ্ডা
- ছেচেল্লেচ
- ছোমালিয়া
- ছোমালিলেণ্ড
- দক্ষিণ ছুডান
- ছুদান
- তাঞ্জানিয়া
- উগাণ্ডা
- জাম্বিয়া
- জিম্বাৱৱে
- আংগলা
- কেমেৰুন
- চেণ্ট্ৰেল আফ্ৰিকান ৰিপাব্লিক
- চাদ
- কংগো
- কংগো গণৰাজ্য
- বিষুৱীয় গিনি
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "World Population Prospects: The 2010 Revision" United Nations (Department of Economic and Social Affairs, population division)
- ↑ Sayre, April Pulley. (1999) Africa, Twenty-First Century Books. ISBN 0-7613-1367-2.
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত আফ্ৰিকা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- সাধাৰণ তথ্য
- আফ্ৰিকা বিষয়ে Curlie (DMOZ)-ত থকা তথ্য
- African & Middle Eastern Reading Room from the United States Library of Congress
- Africa South of the Sahara from Stanford University
- The Index on Africa from The Norwegian Council for Africa
- ইতিহাস
- নিউজ মিডিয়া
- allAfrica.com current news, events and statistics
- Focus on Africa magazine from BBC World Service
- পৰিভ্ৰমণ
- আফ্ৰিকা ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা