অসমত অৱস্থিত ৰাষ্ট্ৰীয় গুৰুত্বৰ স্মৃতিচিহ্নৰ তালিকা
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
অসমৰ ৰাষ্ট্ৰীয় গুৰুত্বৰ স্মৃতিচিহ্নৰ তালিকা ভাৰতীয় পুৰাতত্ব অনুসন্ধান বিভাগে (Archeological Survey of India) আনুষ্ঠানিকভাৱে দাখিল কৰা আৰু ৱেবছাইটত সন্নিবিষ্ট তথ্যৰ ভিত্তিত নিৰ্মাণ কৰা হৈছে।[1] এই স্মৃতিচিহ্নসমূহৰ চিনাক্তকৰণৰ বাবে ভাৰতীয় পুৰাতত্ব অনুসন্ধান বিভাগে ৰাজ্যিক স্তৰত কিছুমান চক্ৰ গঠন কৰিছে। ভাৰতীয় পুৰাতত্ব অনুসন্ধান বিভাগে অসমত এনে ৫৫টা ৰাষ্ট্ৰীয় গুৰুত্বৰ স্মৃতিচিহ্ন চিনাক্ত কৰিছে।[2] ভাৰতীয় পুৰাতত্ব বিভাগে এই কৃৰ্তিচিহ্ন সমূহৰ ৰক্ষণাবেক্ষণ কৰে।
ৰাষ্ট্ৰীয় গুৰুত্বৰ স্মৃতিচিহ্নৰ তালিকা
সম্পাদনা কৰকক্ৰমিক নং | বিৱৰণ | অৱস্থান | ঠিকনা | জিলা | ভৌগলিক স্থানাংক | চিত্ৰ |
---|---|---|---|---|---|---|
N-AS-1 | কছাৰী ধ্বংসাৱশেষ
|
খাছপুৰ | কাছাৰ জিলা | |||
N-AS-2 | ঈদগাহ | ৰঙামাটি পাহাৰ | ধুবুৰী জিলা | |||
N-AS-3 | পাণবাৰী মছজিদ, ৰঙামাটি | ৰঙামাটি | ধুবুৰী জিলা | |||
N-AS-4 | শ্ৰী সূৰ্য মন্দিৰ
ৰ ধ্বংসাৱশেষ |
দেশভুজ দেৱস্থান | গোৱালপাৰা জিলা | |||
N-AS-5 | মিষ্টাৰ বি. জে. ষ্টওৰ কবৰৰ ওপৰত নিৰ্মিত স্মৃতিসৌধ | গোৱালপাৰা | গোৱালপাৰা জিলা | |||
N-AS-6 | লেফটেনেণ্ট ক্ৰেছৱেলৰ সমাধি | গোৱালপাৰা | গোৱালপাৰা জিলা | |||
N-AS-7 | প্ৰাচীন গুহা আৰু সমাধি | যোগীঘোপা | বঙাইগাঁও জিলা | |||
N-AS-8 | কাছমাৰী পথাৰৰ একশিলা | কাছমাৰী পথাৰ | গোলাঘাট জিলা | |||
N-AS-9 | নেঘেৰিটিং শিৱদৌল | নেঘেৰিটিং | গোলাঘাট জিলা | |||
N-AS-10 | উৰ্বশী দ্বীপৰ স্তম্ভ আৰু ভাস্কৰ্য | গুৱাহাটী | কামৰূপ মহানগৰ জিলা | |||
N-AS-11 | বিষ্ণু জনাৰ্দনৰ শিলৰ ভাস্কৰ্য্য | গুৱাহাটী | কামৰূপ মহানগৰ জিলা | |||
N-AS-12 | পোৱামক্কাৰ ভিতৰৰ শিলত খোদিত চিহ্ন | হাজো | কামৰূপ জিলা | |||
N-AS-13 | শ্ৰী কেদাৰ মন্দিৰ | হাজো | কামৰূপ জিলা | |||
N-AS-14 | শ্ৰী গণেশ মন্দিৰ | হাজো | কামৰূপ জিলা | |||
N-AS-15 | শ্ৰী কামেশ্বৰ মন্দিৰ | হাজো | কামৰূপ জিলা | |||
N-AS-16 | দুৱাৰগৰিলা শিলৰ চিহ্ন | কামাখ্যা পাহাৰ | কামৰূপ জিলা | |||
N-AS-17 | শিলত খোদিত মূৰ্তি
|
কামাখ্যা পাহাৰ | কামৰূপ জিলা | |||
N-AS-18 | শিলৰ মন্দিৰ | মাইবং | ডিমা হাছাও জিলা | |||
N-AS-19 | দুটা স্মৃতি শিলা: ১) ডিমাছা আৰু কোঁচ ৰজাৰ মাজৰ চুক্তি শিলা
২) ডিমাছা আৰু আহোম ৰজাৰ মাজত চুক্তি শিলা |
মাইবং | ডিমা হাছাও জিলা | |||
N-AS-20 | বলচাওন একশিলা গোট (Bolosaon Group monoliths) | উত্তৰ কাছাৰ পাহাৰ | ডিমা হাছাও জিলা | |||
N-AS-21 | দেৰেবাৰা একশিলা গোট (Derebara Group monoliths) | North Cachar Hills | North Cachar Hills | |||
N-AS-22 | খাৰতং একশিলা গোট (Khartong Group of monoliths) | উত্তৰ কাছাৰ পাহাৰ | ডিমা হাছাও জিলা | |||
N-AS-23 | কোবাক একশিলাৰ গোট (Kobak Group monoliths) | উত্তৰ কাছাৰ পাহাৰ | ডিমা হাছাও জিলা | |||
N-AS-24 | চাৰিটা মৈদামৰ গোট | চৰাইদেউ | চৰাইদেউ জিলা | |||
N-AS-25 | কাৰেংঘৰ | গড়গাঁও | শিৱসাগৰ জিলা | 26°55′25″N 75°49′36″E / 26.923611°N 75.826667°E Monument on map |
||
N-AS-26 | বিষ্ণু দৌল, গৌৰীসাগৰ | গৌৰীসাগৰ | শিৱসাগৰ জিলা | |||
N-AS-27 | দেৱী দৌল, গৌৰীসাগৰ | গৌৰীসাগৰ | শিৱসাগৰ জিলা | |||
N-AS-28 | শিৱ দৌল, গৌৰীসাগৰ | গৌৰীসাগৰ | শিৱসাগৰ জিলা | |||
N-AS-29 | গৌৰীসাগৰ পুখুৰী, গৌৰীসাগৰ | গৌৰীসাগৰ | শিৱসাগৰ জিলা | |||
N-AS-30 | বিষ্ণু দৌল, জয়সাগৰ | জয়সাগৰ | শিৱসাগৰ জিলা | |||
N-AS-31 | দেৱী দৌল, জয়সাগৰ | জয়সাগৰ | শিৱসাগৰ জিলা | |||
N-AS-32 | ঘনশ্যামৰ ঘৰ | জয়সাগৰ | শিৱসাগৰ জিলা | |||
N-AS-33 | গোলাঘৰ | জয়সাগৰ | শিৱসাগৰ জিলা | |||
N-AS-34 | তলাতল ঘৰ | জয়সাগৰ | শিৱসাগৰ জিলা | 26°57′58″N 94°37′29″E / 26.966061°N 94.624648°E Monument on map |
||
N-AS-35 | ৰংঘৰ | জয়সাগৰ | শিৱসাগৰ জিলা | 26°58′01″N 94°37′09″E / 26.967055°N 94.619086°E Monument on map |
||
N-AS-36 | শিৱ দৌল, জয়সাগৰ | জয়সাগৰ | শিৱসাগৰ | |||
N-AS-37 | ৰংগনাথ দৌল, মেটেকা | মেটেকা | শিৱসাগৰ জিলা | |||
N-AS-38 | বিষ্ণু দৌল, শিৱসাগৰ | শিৱসাগৰ | শিৱসাগৰ জিলা | |||
N-AS-39 | দেৱী দৌল | শিৱসাগৰ | শিৱসাগৰ জিলা | |||
N-AS-40 | শিৱসাগৰ পুখুৰীৰ পাৰত অৱস্থিত আহোম যুগৰ আঠটা বৰটোপ, শিৱসাগৰ | শিৱসাগৰ | শিৱসাগৰ জিলা | |||
N-AS-41 | শিৱসাগৰৰ শিৱদৌল | শিৱসাগৰ | শিৱসাগৰ জিলা | |||
N-AS-42 | বৰ দৌল, বিশ্বনাথ | বিশ্বনাথ | বিশ্বনাথ জিলা | |||
N-AS-43 | লেফটেনেণ্ট লিৱিছ ভান চাদানৰ সমাধি, বিশ্বনাথ | বিশ্বনাথ | বিশ্বনাথ জিলা | |||
N-AS-44 | লেফটেনেণ্ট থমাছ কেনেদিৰ সমাধি, বিশ্বনাথ | বিশ্বনাথ | শোণিতপুৰ জিলা | |||
N-AS-45 | উমাতুমণি দ্বীপৰ শঙ্কৰেশ্বৰ, বিশ্বনাথ | বিশ্বনাথ | বিশ্বনাথ জিলা | |||
N-AS-46 | বিশ্বনাথ শিৱলিংগ | বিশ্বনাথ | বিশ্বনাথ জিলা | |||
N-AS-47 | ধন্দি ভগ্নাৱশেষ আৰু দৌল, এন. চি. কামদেৱাল | ধন্দি, ১ নং মাজিকুছি | বিশ্বনাথ জিলা | |||
N-AS-48 | শিঙৰী পাহাৰৰ ভগ্নাৱশেষ | শিঙৰী পাহাৰ | শোণিতপুৰ জিলা | |||
N-AS-49 | বামুণী পাহাৰৰ ধ্বংসাৱশেষ, তেজপুৰ | তেজপুৰ | শোণিতপুৰ জিলা | |||
N-AS-50 | শিলৰ মন্দিৰৰ ধ্বংসাৱশেষ, দ-পৰ্বতীয়া | দ-পৰ্বতীয়া | শোণিতপুৰ জিলা | |||
N-AS-51 | ব্ৰহ্মপুত্ৰৰ পাৰৰ শিলত কটা ভাস্কৰ্য্য, তেজপুৰ | তেজপুৰ | শোণিতপুৰ জিলা | |||
N-AS-52 | চুমেৰী কম্পাউণ্ডৰ (অবিবাহিত ব্ৰিটিছ সৈনিক বিষয়া সকল থকা ঠাই) ভাস্কৰ্য্য, তেজপুৰ | তেজপুৰ | শোণিতপুৰ জিলা | |||
N-AS-53 | হয়গ্ৰীৱ মাধৱ মন্দিৰ, হাজো | হাজো | কামৰূপ জিলা | |||
N-AS-54 | চুলতান চেৰশ্বাহৰ বন্দুক | শদিয়া | তিনিচুকীয়া জিলা | |||
N-AS-55 | মোগলৰ জাহাজত ব্যৱহৃত দুটা হাত হিলৈ, শদিয়া | শদিয়া | তিনিচুকীয়া জিলা |
লগতে চাওক
সম্পাদনা কৰকতথ্য উৎস
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত অসমত অৱস্থিত ৰাষ্ট্ৰীয় গুৰুত্বৰ স্মৃতিচিহ্ন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |