উৎপল দাস
অসমীয়া ছবিৰ অভিনেতা
উৎপল দাস (ইংৰাজী: Utpal Das) অসমীয়া চলচ্চিত্ৰ জগতৰ এজন জনপ্ৰিয় অভিনেতা৷[1] তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ, চুটি ছবি আৰু ধাৰাবাহিকত অভিনয় কৰিছে।
উৎপল দাস | |
---|---|
জন্ম | ১৪ ডিচেম্বৰ, ১৯৮৬ (৩৭ বছৰ) গুৱাহাটী, অসম, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অভিনেতা |
অভিনীত অসমীয়া চলচ্চিত্ৰ
সম্পাদনা কৰকবৰ্ষ | চলচ্চিত্ৰ | চৰিত্ৰ | পৰিচালক | টোকা |
---|---|---|---|---|
২০০৮ | ধন কুবেৰৰ ধন | ধীৰাজ কাশ্যপ | ||
২০১১ | ৰামধেনু[2] | মুনিন বৰুৱা | ||
২০১১ | জানমনি | ৰাজেশ ভূঞা | ||
২০১২ | ৰ’দ্ | গৌতম বৰুৱা | ||
২০১২ | বৰলাৰ ঘৰ | মধুকৃষ্ণ | মানি চি. কাপেন | দ্বিভাষিক চলচ্চিত্ৰ (অসমীয়া-বাংলা ) |
২০১৩ | দুৰ্জন | মৌপ্ৰাণ শৰ্মা | ||
২০১৬ | দূৰদৰ্শন...এটি যন্ত্ৰ | ৰাজেশ ভূঞা | ||
২০১৭ | কোঁৱৰপুৰৰ কোঁৱৰ | ৰাজেশ ভূঞা | ||
২০১৮ | দ্য আণ্ডাৰৱ'ৰ্ল্ড | ৰাজেশ যশপাল |
অভিনীত অসমীয়া ভিচিডি
সম্পাদনা কৰক- ৰিঙা ৰিঙা মন
- জানমনি ১
- জানমনি ২
- পুৰ্ণিমা ১
- পুৰ্ণিমা ২
- উৰণীয়া মন
- জোনাকী মন
- সোণাৰুৰ হালধীয়া হাঁহি
- চিন্তামনি
- অলকানন্দা
- ফাগুণী
- চানেকী
টিভি ধাৰাবাহিক
সম্পাদনা কৰকচলচ্চিত্ৰ আৰু ভিচিডিত অভিনয় কৰাৰ বাদেও তেখেতে টিভি ধাৰাবাহিকতো অভিনয় কৰি আহিছে, তাৰে মাজৰ জনপ্ৰিয় ছিৰিয়েল দুখনমান হ’ল:-
- অনুৰাধা , ৰং যোগে সম্প্ৰচাৰিত।
- তুমি দুচকুত কাজল ল’লে, ৰং যোগে সম্প্ৰচাৰিত।
- বিন্দাছ, ৰং যোগে সম্প্ৰচাৰিত।
- মৰমৰ অনুৰাধা, ৰেঙণি যোগে সম্প্ৰচাৰিত।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Utpal Das". http://cinemaroll.com/action/utpal-das-the-amazing-assamese-actor/। আহৰণ কৰা হৈছে: February 07, 2013.
- ↑ "Utpal Das Filmography". http://www.imdb.com/name/nm4974278/। আহৰণ কৰা হৈছে: February 07, 2013.