মুনমী ফুকন (ইংৰাজী: Moonmi Phukan) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ, ছুটি ছবি, ধাৰাবাহিক আৰু ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰিছে[উদ্ধৃতিৰ প্ৰয়োজন]

মুনমী ফুকন
জন্ম ২৯ ফেব্ৰুৱাৰী, ১৯৮৮
শিৱসাগৰ, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
পেচা অভিনেত্ৰী

চলচ্চিত্ৰপঞ্জী সম্পাদনা কৰক

বৰ্ষ চলচ্চিত্ৰ পৰিচালক টোকা
২০১১ ৰামধেনু মুনিন বৰুৱা অতিথি শিল্পী
২০১২ ৰ’দ্‌ গৌতম বৰুৱা
২০১৬ দূৰদৰ্শন...এটি যন্ত্ৰ (২০১৬) ৰাজেশ ভূঞাঁ
২০১৭ তুমি আহিবানে (২০১৭) প্ৰেৰণা বৰবৰুৱা

ভ্ৰাম্যমাণ থিয়েটাৰ সম্পাদনা কৰক

অসমৰ কেইবাখনো ভ্ৰাম্যমাণ থিয়েটাৰত মুনমীয়ে অভিনয় কৰিছে। সেইবোৰৰ ভিতৰত হেঙুল থিয়েটাৰ আৰু থিয়েটাৰ সূৰ্য্য উল্লেখযোগ্য।

অসমীয়া ভিচিডিত মুনমী ফুকন সম্পাদনা কৰক

  • জানমণি (২০১১)
  • চানেকী

টিভি ছিৰিয়েল সম্পাদনা কৰক

চলচ্চিত্ৰ আৰু ভিচিডি ত অভিনয় কৰাৰ বাদেও মুনমী ফুকনে টিভি ধাৰাবাহিকটো অভিনয় কৰি আহিছে, তাৰে মাজৰ জনপ্ৰিয় ছিৰিয়েল হ’ল:-

তথ্য সংগ্ৰহ সম্পাদনা কৰক