কাতি

অসমীয়া বৰ্ষৰ সপ্তম মাহ
(কাতি মাহৰ পৰা পুনঃনিৰ্দেশিত)
০১
19
০২
20
০৩
21
০৪
22
০৫
23
০৬
24
০৭
25
০৮
26
০৯
27
১০
28
১১
29
১২
30
১৩
31
১৪
01
১৫
02
১৬
03
১৭
04
১৮
05
১৯
06
২০
07
২১
08
২২
09
২৩
10
২৪
11
২৫
12
২৬
13
২৭
14
২৮
15
২৯
16
৩০
17
১৪৩০ ভাস্কৰাব্দ

কাতি অসমীয়া বৰ্ষপঞ্জীৰ সপ্তম মাহ। এই সময়ত সূৰ্যই কৰ্কট ক্ৰান্তিৰপৰা লাহে লাহেকৈ দক্ষিণলৈ গতি কৰে। কৃত্তিকা নক্ষত্ৰৰ নামেৰে এই মাহৰ নাম কাৰ্তিক বা কাতি হৈছে। অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম।[1] কাতি মাহত ৩০ দিন থাকে।[2] কাতি মাহত শৰৎ ঋতুৰ সমাপ্তি হৈ হেমন্ত ঋতুৰ আৰম্ভ হয়। আহিন আৰু কাতি মাহৰ সংক্ৰাতিৰ দিনা অসমীয়া লোক সকলে কাতি বিহু উদযাপন কৰে।[3]

অন্য পঞ্জিকাত কাতিৰ সমসাময়িক মাহ সম্পাদনা কৰক

অসমীয়া পঞ্জিকাত আহিন মাহ চলি থাকোঁতে গ্ৰেগৰিয়ান পঞ্জিকাঅক্টোবৰ আৰু নৱেম্বৰ হয়। কাতি অক্টোবৰৰ ১৮ বা ১৯ তাৰিখত আৰম্ভ হয় আৰু নৱেম্বৰৰ মধ্যলৈকে থাকে।[2] কাতি মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু পঞ্জিকাত আশ্বিন মাহ চলি থাকে।[1]

উৎসৱ পৰ্ব, দিৱস আদি সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক