দ্য বুদ্ধ এণ্ড হিজ ধম্ম গৌতম বুদ্ধৰ জীৱন আৰু দৰ্শন বিষয়ক এক গ্ৰন্থ। এই গ্ৰন্থ লেখক ভীমৰাও ৰামজী আম্বেদকাৰৰ জীৱনৰ শেষ প্ৰকাশন। কুইন (২০১৫)ৰ মতে, এই গ্ৰন্থ নৱযান বৌদ্ধ ধৰ্মৰ এক ধৰ্মীয় গ্ৰন্থ হৈ পৰিছে।[2]

দ্য বুদ্ধ এণ্ড হিজ ধম্ম  
লেখক ভীমৰাও ৰামজী আম্বেদকাৰ
দেশ ভাৰত
ভাষা ইংৰাজী
প্ৰকাশক সিদ্ধাৰ্থ কলেজ পাব্লিকেছনছ, মুম্বাই[1]
প্ৰকাশ ১৯৫৭
পৃষ্ঠা সংখ্যা ৫৯৯
পৰৱৰ্তী Dr. Babasheb Ambedkar: Writings and Speeches, Vol. 12. Unpublished writings ; Ancient Indian commerce ; Notes on laws ; Waiting for a visa ; Miscellaneous notes, etc.

প্ৰকাশন সম্পাদনা কৰক

গ্ৰন্থখন ১৯৫৭ চনত প্ৰকাশ কৰা হৈছিল। তাৰ আগৰ বছৰ, অৰ্থাৎ ১৯৫৬ চনৰ ৬ ডিচেম্বৰ তাৰিখে কিতাপখনৰ লেখক ভীমৰাও আম্বেদকাৰৰ মৃত্যু হৈছিল। ইংৰাজীত লিখা এই কিতাপখন একে বছৰেই হিন্দী, গুজৰাটী, তেলুগু, মাৰাঠী, মালয়ালম, বাংলা আৰু কন্নড় ভাষালৈ অনুবাদ কৰা হৈছিল।

উৎস আদিৰ দৈতে আম্বেদকাৰৰ সংগ্ৰহ কৰা লেখ আৰু বক্তৃতাৰ একাদশ সংস্কৰণৰ লগতে এই গ্ৰন্থ ১৯৭৯ চনত পুনঃ প্ৰকাশিত হ'ল।[3]

ভীমৰাও আম্বেদকাৰৰ মতে বৌদ্ধ ধৰ্মক সঠিকভাৱে বুজিবলৈ তিনিখন কিতাপ পঢ়াৰ প্ৰয়োজন, যাৰ মাজতে দ্য বুদ্ধ এণ্ড হিজ ধম্ম অন্যতম। আন দুখন কিতাপ হ'ল বুদ্ধ এণ্ড কাৰ্ল মাৰ্ক্স আৰু ৰিভলিউছন এণ্ড কাউণ্টাৰ-ৰেভলিউছন ইন এঞ্চিয়েণ্ট ইণ্ডিয়া[4]

জনপ্ৰিয় মাধ্যমত সম্পাদনা কৰক

হিন্দী ভাষাত মুক্তি লাভ কৰা বোলছবি, এ জাৰ্ণি অৱ সংযক বুদ্ধৰ আধাৰ দ্য বুদ্ধ এণ্ড হিজ ধম্ম[5]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Ambedkar, B. R. The Buddha and His Dhamma, retrieved 2008-12-27
  2. Queen, Christopher (2015). Emmanuel, Steven M.. ed. A Companion to Buddhist Philosophy. John Wiley & Sons. পৃষ্ঠা. 529–531. ISBN 978-1-119-14466-3. https://books.google.com/books?id=P_lmCgAAQBAJ. 
  3. Ambedkar, Babasheb, Dr. (1979). The Buddha and His Dhamma. Dr. Babasheb Ambedkar, writings and speeches. 11. Government of Maharashtra. http://drambedkarwritings.gov.in/upload/uploadfiles/files/Volume_11.pdf। আহৰণ কৰা হৈছে: 2021-03-22. 
  4. Ambedkar, B.R.. "Preface / unpublished". Columbia University. Archived from the original on 2018-05-02. https://web.archive.org/web/20180502081913/http://www.columbia.edu/itc/mealac/pritchett/00ambedkar/ambedkar_buddha/00_pref_unpub.html। আহৰণ কৰা হৈছে: 2022-05-11. 
  5. "Film on Buddha based on Ambedkar's book to be released on March 15". 13 March 2013. Archived from the original on 15 November 2013. https://web.archive.org/web/20131115025328/http://articles.timesofindia.indiatimes.com/2013-03-13/nagpur/37681977_1_lord-buddha-film-director-dhamm। আহৰণ কৰা হৈছে: 19 July 2013. 

গ্ৰন্থপঞ্জী সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক