প্ৰকাশ ৰাজ

ভাৰতীয় অভিনেতা

প্ৰকাশ ৰাজ (ইংৰাজী: Prakash Raj; জন্ম : ২৬ মাৰ্চ ১৯৬৫) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা,[3] পৰিচালক, প্ৰযোজক, টেলিভিচন উপস্থাপক, কৰ্মী আৰু ৰাজনীতিবিদ,[4] যিয়ে দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰ জগতত অভিনয়ৰ বাবে পৰিচিত।[5][6]

প্ৰকাশ ৰাজ

কেৰালাৰ সাহিত্য উৎসৱত প্ৰকাশ ৰাজ, ২০১৮
জন্ম প্ৰকাশ ৰাজ
২৬ মাৰ্চ, ১৯৬৫ (৫৯ বছৰ)[1]
বাংগালুৰু,[2] মহীশূৰ জিলা, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা
  • পৰিচালক
  • প্ৰযোজক
  • টেলিভিচন উপস্থাপক
  • কৰ্মী
  • ৰাজনীতিবিদ
সক্ৰিয় হৈ থকা সময় ১৯৮৬–বৰ্তমান
দাম্পত্যসঙ্গী ললিতা কুমাৰী (বি. ১৯৯৪; বিবি. ২০০৯)
পোনী বৰ্মা (বি. ২০১০)
সন্তান

কন্নড় টেলিভিচন ইণ্ডাষ্ট্ৰি আৰু কন্নড় চলচ্চিত্ৰত কিছু বছৰ কাম কৰাৰ পিছত, তেওঁ কে. বালাচন্দ্ৰৰ 'ডিউ’ট' (১৯৯৪) ৰ জৰিয়তে তামিল চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিছিল আৰু তেতিয়াই তেওঁ তামিল চলচ্চিত্ৰ জগতত বাণিজ্যিকভাৱে সফল চলচ্চিত্ৰ তাৰকা লৈ পৰিগণিত হৈছিল। স্মৰণত তেওঁ তেওঁৰ প্ৰডাকচন কোম্পানীৰ নাম 'ডিউ’ট মুভিজ' ৰাখিছিল।[7][8] প্ৰকাশে হিন্দী ভাষাৰ কেইখনমান চলচ্চিত্ৰতো কাম কৰিছিল।

মাতৃভাষা কান্নডা ভাষাৰ বাহিৰেও তামিল, তেলেগু, মালয়ালম, মাৰাঠি, হিন্দী আৰু ইংৰাজী ভাষাত তেওঁৰ সাবলীলতাই তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বাধিক সন্ধানী অভিনেতাসকলোৰ মাজত স্থান দিছে।[9]

তেওঁ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল। অভিনেতা হিচাবে ১৯৯৮ চনত মণি ৰত্নমৰ 'ইৰুভাৰ'ত শ্ৰেষ্ঠ সহ অভিনেতাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল, ১৯৯৮ চনত কৃষ্ণ বংশী পৰিচালিত তেলেগু চলচ্চিত্ৰ 'অন্তপুৰম'ৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল[10] আৰু প্ৰিয়দৰ্শন পৰিচালিত তামিল চলচ্চিত্ৰ 'কাঞ্চিভৰাম'ৰ ভূমিকাত অভিনয়ৰ বাবে ২০০৭ চনত শ্ৰেষ্ঠ অভিনেতাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।[11]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

প্ৰকাশ ৰাজৰ ১৯৬৫ চনৰ ২৬ মাৰ্চ তাৰিখে বাংগালুৰুত জন্ম হৈছিল[12][2][1] তেওঁৰ পিতৃ তুলু আৰু মাতৃ কন্নড় আছিল।[13]

তেওঁৰ ভাতৃ প্ৰসাদ ৰাজও এগৰাকী অভিনেতা।[2][14] তেওঁ চেণ্ট জোচেফচ্‌ ইণ্ডিয়ান হাই স্কুলৰ পৰা স্কুল শিক্ষা শেষ কৰি তেওঁ বাংগালুৰুৰ চেণ্ট জোচেফ কলেজ অফ কমাৰ্চত পঢ়িবলৈ লয়। বিশিষ্ট তামিল চলচ্চিত্ৰ পৰিচালক কে. বালচন্দ্ৰৰ পৰামৰ্শত প্ৰকাশ ৰাজে তেওঁৰ নাম পৰিৱৰ্তন কৰি ‘ৰাজ’ কৰিছিল; যদিও তেওঁক নিজ ৰাজ্য, কৰ্ণাটকত প্ৰকাশ ৰায় বুলিয়ে অভিহিত কৰা হয়। [উদ্ধৃতিৰ প্ৰয়োজন]

১৯৯৪ চনত প্ৰকাশ ৰাজ অভিনেত্ৰী ললিতা কুমাৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। সিহঁতৰ দুজনী কন্যা, মেঘনা আৰু পূজা আৰু পুত্ৰ সন্তানটোৰ নাম সিধু।[15][16] ২০০৯ চনত এই দম্পতীৰ বিবাহবিচ্ছেদ হৈছিল।[17] তেওঁ ২০১০ চনৰ ২৪ আগষ্টত কৰিঅ’গ্ৰাফাৰ পোনী বৰ্মাক বিয়া কৰাইছিল।[18] সিহঁতৰ সন্তানটোৰ নাম বেদান্ত[19][20]

প্ৰকাশ ৰাজ দাবি কৰিছিল যে, তেওঁ এগৰাকী নাস্তিক।[6]

চলচ্চিত্ৰপুঞ্জী সম্পাদনা কৰক

অভিনেতা হিচাপে সম্পাদনা কৰক

১৯৮০-১৯৮৯ সম্পাদনা কৰক

চন চলচ্চিত্ৰ চৰিত্ৰ ভাষা টোকা তথ্য প্ৰসংগ
১৯৮৮ মিথিলেয়া চেথেয়াৰু কন্নড়

১৯৯০–১৯৯৯ সম্পাদনা কৰক

চন চলচ্চিত্ৰ চৰিত্ৰ ভাষা টোকা তথ্য প্ৰসংগ
১৯৯০ মুথিনা হাৰা জয় সিং কন্নড়
ৰামাচাৰী কন্নড়
অনুকূলাক্কোব্বা গান্দা কন্নড়
১৯৯১ কেৰালিদা কেশৰী (Keralida Kesari) মাৰি বিৰাপ্পান কন্নড়
১৯৯২ চমৎকাৰ (Chamatkara) ইন্সপেক্টৰ ৰাও কন্নড় কেমিঅ’ এপিয়াৰেঞ্চ
মাল্লিগ হোভ কন্নড়
১৯৯৩ হাৰাকেয়া কুৰি বাদ্ৰী কন্নড়
ট্ৰপিকেল হিট (Tropical Heat) পলিচ অফিচাৰ ইংৰাজী [21]
১৯৯৪ ডিউ’ট এক্টৰ চাৰপী তামিল
নিষ্কাৰ্ষ সুৰেশ কন্নড়
ল’কআপ ডেথ গিৰি কন্নড়
নীলা ৰমেশ তামিল
ময়োৰ প্ৰভাকৰ (Mayor Prabhakar) কন্নড়
১৯৯৫ থালাইভানিন আৰুলুল্লাম (Thalaivanin Arulullam) দেৱ সৰভানন তামিল
বম্বে কুমাৰ তামিল
সংকল্পম গাদ্দাপালুগু চেঞ্চু ৰামৈয়াহ তেলেগু
পুল্লাকুত্তিকৰন প্ৰকাশ ৰাও তামিল
আশয় মেজৰ মাধৱন তামিল
চেথানাম ৰাজশেখৰ তামিল
১৯৯৬ কাল্কী প্ৰকাশ তামিল শ্ৰেষ্ঠ খলনায়কৰ বাবে তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা
দ্য প্ৰিন্স গুৰু/ভেঙ্কাটেশ মালয়ালম
প্ৰিয়ম ধৰ্মা তামিল
সুবাস আৰুমুগাস্বামী তামিল
সহনম (Sahanam) কে.এন.ৰাও তেলেগু
গানশ্ব’ট আলি জাফাৰ খান তেলেগু
বিনোদাম তেলেগু
জননী (Janani) কন্নড়
ইন্দ্ৰপ্ৰস্থম মোহন গৰ্গ মালয়ালম
পবিত্ৰ বন্ধম সুৰীয়া তেলেগু
বিশ্বনাথ মাইকেল তামিল
পুমনি অশ্বিনীন সুব্ৰমণিয়াম তামিল
আলেকজেণ্ডাৰ অশোক তামিল
১৯৯৭ সুস্বগাথাম বাসুদেৱ ৰাও তেলেগু
হিটলাৰ প্ৰকাশ ৰাজ তেলেগু
ইৰুভৰ তামিলঝসেলভান তামিল সহ অভিনেতাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
মিনসৰা কানাভু জয়পাল তামিল
মোম্মাগা কন্নড়
অৰবিন্দন কৃষ্ণান কুমাৰ তামিল
অৰু য়াথ্ৰামোঝী সত্য মালয়ালম
ৰাশি মেলাপাত্তী ৰামস্বামীৰ পুত্ৰ তামিল
ধিনামুম ইন্নাই গাভানী ৰোলেক্স তামিল
ভিহআই পি তামিল কেমিঅ’ এপিয়াৰেঞ্চ
নন্দিনী প্ৰকাশ তামিল
নাগামান্দালা আপ্পান্না কন্নড়
নেৰ্ৰুক্কু নেৰ কন্দস্বামী তামিল
পেল্লিচেচুকুন্দম তেলেগু
পাত্থিনী ঈশ্বৰ তামিল
বিদুকথাই নীলাকান্দাম তামিল
১৯৯৮ অন্তপুৰম নৰসিংহ তেলেগু শ্ৰেষ্ঠ অভিনেতাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (বিশেষ জুৰী)
চান্তচাম নদেশন তামিল
কাভালাই পাদাথে সগোধাৰা তামিল
স্বৰ্ণমুখী আকাশ তামিল
চোদলানী ভুন্দী মহেন্দ্ৰ তেলেগু
য়াৰে নেনু চেলুভ জেতু কন্নড়
সন্ধিপ্পোমা বিশ্বৰ পিতৃ তামিল
চেন্থোৰাম মুথু মুনিক্কাম তামিল
চল্লামেল ড॰ সূৰ্য প্ৰকাশ তামিল
গুৰুপাৰভাই গুৰুমুৰ্তী তামিল
শান্তি শান্তি শান্তি গংগা প্ৰসাদ কন্নড়
প্ৰেথসোদ থাপ্পা কন্নড়
১৯৯৯ স্নেহম কোচাম পেদ্দাব্বায়ী তেলেগু
ইন স্বাচা কাত্ৰাই গুৰু তামিল
পাদায়াপ্পা আইজি সুব্ৰমণিয়াম তামিল কেমিঅ’ এপিয়াৰেঞ্চ
ভেদু সামান্যুদু কাদু (Veedu Samanyudu Kaadu) তেলেগু
ৰাজাকুমাৰুদু ধানুঞ্জয় তেলেগু
অন্তপুৰম (Anthapuram) নৰসিংহ তামিল
পি (P) ভেঙ্কাট নাৰায়ণ তেলেগু
ৰাজস্থান তামিল
প্ৰেমিনচেডী এন্দুকাম্মা (Preminchedi Endukamma) জগন তেলেগু
সমুদ্ৰাম নোকা ৰাজু তেলেগু
জেড প্ৰকাশ কন্নড়

২০০০–২০০৯ সম্পাদনা কৰক

চন চলচ্চিত্ৰ চৰিত্ৰ ভাষা টোকা
২০০০ কচেমামগা ভেল্লি লাভামগা ৰানদী মাষ্টৰ তেলেগু
সঞ্চালনম (Sanchalanam) তেলেগু
অপ্পু মহাৰাণী তামিল
বাদ্ৰি নন্দ তেলেগু
মনোহৰাম শ্ৰীনিবাস মুৰ্তী তেলেগু
ৰিয়েল ষ্টোৰী (Real Story) বীৰৈয়া তেলেগু
আদাবি চুক্কা (Adavi Chukka) তেলেগু
চামুন্দী কন্নড়
মোদু মুক্কালাতা পৰমহামশা তেলেগু
চিন্না চিন্না কান্নিলে সাবেসন তামিল
আজাদ চালিম তেলেগু
বানাভিল প্ৰকাশ তামিল শ্ৰেষ্ঠ খলনায়কৰ বাবে তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা
বাচি তাতিনেনি কোটেশ্বৰ ৰাও তেলেগু
চিৰু নাব্বুথো প্ৰতাপ তেলেগু
তিৰুমালা তিৰুপতি ভেঙ্কাটেশ তেলেগু কেমিঅ’ এপিয়াৰেঞ্চ
২০০১ ম্ৰুগাৰাজু বাল্মীকি দোৰা তেলেগু
বাঞ্চিনাথন চিদামবৰম তামিল
মুৰাৰী শ্ৰীণু তেলেগু কেমিঅ’ এপিয়াৰেঞ্চ
উচিৰে ৰুদ্ৰে গোৱদা কন্নড়
ঋষি তামিল
লিট্যল জন কাল ভৈৰৱন / কাল ভৈৰৱ তামিল / হিন্দী / ইংৰাজী
দোষ্ট এচিপি নীলাকান্দা ভ্ৰামাচাৰী তামিল
আম্মৈ কচম (Ammai Kosam) তেলেগু
প্ৰেমাক্কে চাই কন্নড়
ভালেভাদেৱী বসু বেনাৰ্জী তেলেগু
নুভু নাকু নাচাভ মুৰ্তী তেলেগু
অল্লি থানদা ভানাম তামিল
সাৰদুকুপোদাম ৰণ্ডী প্ৰব্লেম পাৰামকুশম (Problem Paramkusam) তেলেগু
2002 প্ৰেমাকু স্বাগতম মহেন্দ্ৰ তেলেগু
কান্নাথিল মুথামিট্টাল ডা° হেৰোল্ড বিক্ৰমসিং তামিল শ্ৰেষ্ঠ সহ অভিনেতাৰ বাবে আইটিএফএ বঁটা
ইকাঙ্গী কন্নড়
ধায়া ধায়া তামিল শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (বিশেষ জুৰী)
আদ্ৰুটাম পলিচ অফিচৰ তেলেগু
ইন্দ্ৰ চেন্না কেশৱ ৰেড্ডী তেলেগু
ইডিয়ট বিপ্ৰ নাৰায়ণ তেলেগু
শক্তি - দ্য পাৱাৰ চাৰ্পচশ্বুটাৰ হিন্দী
অতিথি আলী আব্দুল খান কন্নড়
নুভে নুভে বিশ্বনাথ তেলেগু শ্ৰেষ্ঠ তেলেগু সহ অভিনেতাৰ বাবে ফিল্মফেয়াৰ বঁটা
বব্বী য়াদাগিৰি তেলেগু
কাধল অঝিভাথিল্লাই তামিল
কাদগম আমজাদ খান তেলেগু শ্ৰেষ্ঠ সহ অভিনেতাৰ বাবে নন্দী বঁটা
আই লাভ ইউ দা বিনয় তামিল
ৰাইফলচ্‌ নৰসিংহ বৰ্মা তেলেগু
২০০৩ চোক্কা থঙ্গাম সুন্দৰম তামিল মনোনীত, শ্ৰেষ্ঠ সহ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা - তামিল
অক্কাডু অবুল ৰেড্ডী তেলেগু সন্তোষাম বেষ্ট ভিলেইন এৱাৰ্ড
জুনিয়ৰচ্‌ প্ৰিন্সিপাল তেলেগু
ফুলচ্‌ তেলেগু
গাংগত্ৰী নীলকণ্ঠ নাইডু তেলেগু নন্দী এৱাৰ্ড ফোৰ বেষ্ট ভিলেইন
দিল গৌৰী শংঙ্কৰ তেলেগু
কাধাল সাদুগুডু চিদাম্বৰম তামিল
আম্মা নান্না অ’ তামিলা আম্মায়ী ৰঘুবীৰ তেলেগু নন্দী এৱাৰ্ড ফোৰ বেষ্ট কেৰেক্টাৰ এক্টৰ
নিজাম এচিপি ৰাজা নৰেন্দ্ৰ তেলেগু
চিমহাচলম দৰা স্বামী ৰাজু তেলেগু
চাৰমিনাৰ (Charminar) সুৰেন্দ্ৰ বাবু তেলেগু
ঠাকুৰ সূৰ্যাম তেলেগু শ্ৰেষ্ঠ সহ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা - তেলেগু
নাম ইৰফান পাথান খান তামিল
প্ৰীতি প্ৰেমা প্ৰণয়া ডা° অশোক কন্নড়
শিৱামনি ডাট্টু তেলেগু
২০০৪ বৰ্ষম ৰংগা ৰাও তেলেগু
লক্ষ্মী নৰসিংহ ধৰ্মা ভিক্ষাম তেলেগু
অথাদে অকা সৈন্যাম প্ৰকাশ ৰাও তেলেগু
খাকী এচিপি শ্ৰীকান্ত নাইডু হিন্দী
থেক্কেক্কাৰা চুপাৰফাষ্ট জুন্নীকুট্টী মলয়ালম
চেনু বাসন্তী লক্ষ্মী অপ্পালা নাইডু তেলেগু
ঘিল্লী মুথু পান্দী তামিল ফিল্মফেয়াৰ এৱাৰ্ড ফোৰ বেষ্ট তামিল ভিলেইন
সাম্বা পশুপতি তেলেগু
কোদুকু (Koduku) নাৰায়ণান তেলেগু
যোগনাম ইন্সপেক্টৰ প্ৰতাপ ৰেড্ডী তেলেগু
শ্ৰী অঞ্জানেয়াম অঞ্জিৰ পিতৃ তেলেগু
বিম্বা (Bimba) ভৱম কুমাৰ কন্নড়
চাৰ্ট : দ্য চেলেঞ্জ নান্দু হিন্দী
না অট’গ্ৰাফ প্ৰকাশ কুমাৰ তেলেগু
ইনত্লো শ্ৰীমতী বেধিলো সুন্দৰ মুৰ্তী তেলেগু
বাচুল ৰাজা এমবিবিএছ বিশ্বনাথ তামিল
আজাগিয়া থেয়ে অৰবিন্দ তামিল
অৰ্জুন বালা তেলেগু
গিৰি সূৰ্যপ্ৰকাশ তামিল
মি. কুমাৰ চন অফ মহালক্ষ্মী ঈশ্বৰ তামিল
কোঞ্চেম টাস্লো ভুন্তে চেপুটানু (Konchem Touchlo Vunte Cheputanu) তেলেগু
বিদ্যাৰ্থী তেলেগু
মাচ দুৰ্গা প্ৰসাদ তেলেগু
২০০৫ আয়া কাৰুপ্পাস্বামী তামিল
নুব্বুস্তানাণ্টে নেনোড্ডাণ্টানা প্ৰকাশ তেলেগু
ধানা ৫১ (Dhana 51) তেলেগু
সংক্ৰান্তি গোৱৰ্ধন চৌধুৰী তেলেগু
চক্ৰম চক্ৰমৰ পিতৃ তেলেগু
বান্নী সোমৰাজু তেলেগু
সুভাষ চন্দ্ৰ বসু ভেঙ্কাটৰত্নম তেলেগু
অথানোক্কাদে ৰামৰ পিতৃ তেলেগু
ভদ্ৰা সুৰেন্দ্ৰ তেলেগু
অমুধেয় ভিক্টৰ তামিল
অৰিন্থুম অৰায়ামালুম আধি নাৰায়ণ তামিল
অন্দাৰিবাডু বীৰেন্দ্ৰ (ঈৰু বাবু) তেলেগু
অন্নীয়ান ডিচিপি প্ৰভাকৰ তামিল তামিলনাডু ষ্টেট ফিল্ম এৱাৰ্ড ফোৰ বেষ্ট ভিলেইন
অথাডু চিবিআই অভিচাৰ অঞ্জানেয়া প্ৰসাদ তেলেগু
পোন্নিয়িন চেলভান গুৰু তামিল
পাণ্ডিপাডা পাণ্ডিদুৰাই মলয়ালম
পলিটিকেল ৰৱডী পাণ্ডু তেলেগু
আদুম কুধু জমিন্দাৰ তামিল ডাইৰেক্ট টু টেলিভিচন
ভাগীৰথ ভেংকাট ৰত্নম তেলেগু
শিৱাকাশী উদায়াপ্পা তামিল ফিল্মফেয়াৰ এৱাৰ্ড ফোৰ বেষ্ট তামিল ভিলেইন
২০০৬ পৰমশিৱম নন্দকুমাৰ তামিল
আৰতি তামিল
সৰবানা সুন্দৰানান্দী তামিল
ইধায়া থিৰুদাম মায়িলৰাৱণ তামিল
সুয়েৎসাই এমএলএ তামিল
অজয় বিজয় কন্নড়
ইল্লালু প্ৰিয়ুৰালা (Illalu Priyurala) বীৰ সিং তেলেগু
পোকিৰি আলি ভাই তেলেগু
বীৰভদ্ৰ তেলেগু
থালৈনগৰম তামিল
পাৰিজাথম সন্তোষ তামিল
বিক্ৰমাৰ্কুদু ডিজিপি তেলেগু কেমিঅ’ এপিয়াৰেঞ্চ
অশোক অশোকৰ পিতৃ তেলেগু
বোম্মাৰিল্লু অৰবিন্দ তেলেগু শ্ৰেষ্ঠ সহ অভিনেতাৰ বাবে নন্দী বঁটা
অৰাণ কৰ্ণেল তামিল
বেট্টৈয়াদু বিলৈয়াদু অৰোকিয়াৰাজ তামিল
পেৰাৰাসু ইলাক্ক্যাম তামিল
ষ্টেলিন মুদু কৃষ্ণায়া তেলেগু
ভাথিয়াৰ ঈশ্বৰ পাণ্ডিয়ান তামিল
সৈনিকুদু মন্দি নানী তেলেগু
খতৰনাক তেলেগু
ইন থিৰুবিলৈয়াদাল আৰামবাম গুৰু তামিল
ৰাশী তেলেগু কেমিঅ’ এপিয়াৰেঞ্চ
পই বিধি তামিল
২০০৭ পক্বিৰী আলী ভাইB তামিল মনোনীত, শ্ৰেষ্ঠ খলনায়কৰ বাবে বিজয় বঁটা
লী পুথিৰান তামিল
মঝী Vijayakumar তামিল শ্ৰেষ্ঠ সহ অভিনেতাৰ বাবে বিজয় বঁটা
বিয়াবাৰী তামিল কেমিঅ’ এপিয়াৰেঞ্চ
আদিভৰম আদাভাল্লাকু চেলাভু তেলেগু কেমিঅ’ এপিয়াৰেঞ্চ
জাগাদম তেলেগু কেমিঅ’ এপিয়াৰেঞ্চ
মুন্না কাখা তেলেগু
বীৰাপ্পু বেধুকান্নু তামিল
আৰিয়া কাচী তামিল
চিৰুথা কাৰ্থিকেয়া তেলেগু
কান্না ৰঘুনাথ তামিল
২০০৮ ভীম চীনা তামিল
ভেল্লী থিৰাজ কান্নৈয়া তামিল
জলচা ইন্দু আৰু ভাগ্যমতীৰ পিতৃ তেলেগু
সন্তোষ সুব্ৰমণিয়াম সুব্ৰমণিয়াম তামিল
আৰাই ইন ৩০৫-ইল কাডাভুল কাডাভুল তামিল
কান্ত্ৰী পথু ৰাজু তেলেগু
পাৰুগু নীলকণ্ঠ তেলেগু
সৰোজা বিশ্বনাথ তামিল
ৰেইনবোও (Rainbow) গডফাডাৰ তেলেগু
আলিভাভা সুব্ৰমণিয়াম তামিল
পান্ধায়ম মাচানাম তামিল
কথা বাংগাৰু লোকাম বালুৰ পিতৃ তেলেগু মনোনীত, শ্ৰেষ্ঠ সহ তামিল অভিনেতাৰ বাবে ফিল্মফেয়াৰ বঁটা
কাঞ্চিভৰম বেঙ্গাদম তামিল শ্ৰেষ্ঠ অভিনেতাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা - তামিল (2009)
শ্ৰেষ্ঠ অভিনেতাৰ বাবে বিজয় বঁটা
অভিয়ুম নানুম ৰঘুৰাম তামিল তামিলনাডু ষ্টেট ফিল্ম এৱাৰ্ড ফৰ বেষ্ট কেৰেক্টাৰ আৰ্টিষ্ট (পুৰুষ)
মননীত, ফিল্মফেয়াৰ বেষ্ট তামিল চাপোৰ্টিং এক্টৰ এৱাৰ্ড
পঞ্চমিৰথাম ৰাৱণা তামিল
২০০৯ বিল্লু জে.ডি. তামিল শ্ৰেষ্ঠ খলনায়কৰ বাবে তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা
কন্সেম ইস্তাম কন্সেম প্ৰকাশ তেলেগু
থোৰানাই থামিজাৰাচু তামিল
পিষ্টা সূৰ্যপ্ৰকাশ তেলেগু
মালাই মালাই ইসাকী তামিল
অঞ্জানেয়ুলু জয় প্ৰকাশ তেলেগু কেমিঅ’ এপিয়াৰেঞ্চ
যোশ প্ৰিন্সিপাল তেলেগু
ৱানটেড বানি ভাই হিন্দী
চোল্লা চোল্লা ইনিক্কুম বাদ্ৰি নাৰায়ণন তামিল
মাথিয়া চেন্নাই তামিল কেমিঅ’ এপিয়াৰেঞ্চ
কথা বীৰেন তেলেগু

২০১০-২০১৯ সম্পাদনা কৰক

চন চলচ্চিত্ৰ চৰিত্ৰ ভাষা টোকা
২০১০ নানু নানা কুনাসু ৰাজ উথাপ্পা কন্নড় পৰিচালকো
চিংগাম মায়িল বাগানম তামিল
থীৰাধা বিলৈয়াট্টু পিল্লাই জ্যোতিৰ ভাতৃ তামিল
হু মাইকেল কন্নড়
কাধালাগী অনন্তকৃষ্ণন (এ.কে) তামিল
গোলিমাৰ ডিগিপি তেলেগু
বৃন্দাবনম ভানু প্ৰসাদ তেলেগু
খালেজা জিকে তেলেগু
আনৱাৰ ষ্টেলীন মানিমৰান মলয়ালম
ইলেক্ট’ আব্ৰাহাম মলয়ালম
কালেকচন গাৰী ভাৰয়া গৌতম তেলেগু
মেগিঝচি তামিল কেমিঅ’ এপিয়াৰেঞ্চ
অৰেঞ্জ অভিশেষ বৰ্মা তেলেগু
চুট্টু চেতান তামিল
২০১১ মিৰাপাকায় কিট্টু তেলেগু
পায়ানাম বিশ্বনাথন তামিল
গগনম বিশ্বনাথ তেলেগু
বাষ্টাদু না ৰাজু নৰসিংহ তেলেগু
ৱানটেড বাসব ৰেড্ডী তেলেগু
দংগলা মুথা মুন্না ভাই তেলেগু
পোন্নাৰ শংকৰ মানথিয়াপ্পান তামিল
ক’ যোগেশ্বৰণ তামিল
মি: পাৰফেক্ট দুবেয় তেলেগু
ভানাম ৰহিমুদ্দিন কুৰেশী তামিল
ঢোল নন্দ কন্নড়
ইনগেয়ুম কাধাল নিজে তামিল কেমিঅ’ এপিয়াৰেঞ্চ
পুট্টাক্কানা হাইৱে শনি কৃষ্ণ কন্নড়
ৰাজধানী অজয় কন্নড়
বাদ্ৰীনাথ ভীষ্মনাৰায়ণ তেলেগু
পিল্লাইয়াৰ থেৰু ভেদু ডাক্টৰ তামিল কেমিঅ’ এপিয়াৰেঞ্চ
ববুদ্দাহ... হোগা তেৰা বাপ কবীৰ বাবু হিন্দী
বেঙ্গাই ৰাজালিঙ্গম তামিল
সিংগাম জয়কান্ত চিক্ৰে হিন্দী
ৰৱথিৰাম শিৱৰ ককাক তামিল কেমিঅ’ এপিয়াৰেঞ্চ
মি: ৰাস্কেল (Mr. Rascal) তেলেগু
দোকুদু শংকৰ নাৰায়ণ তেলেগু শ্ৰেষ্ঠ সহ অভিনেতাৰ বাবে সিমা বঁটা
অচাৰাভেল্লী আজ্জু ভাই তেলেগু
চোলো ৰঘুপতি নাইডু তেলেগু
২০১২ প্ৰাৰ্থনে (Prarthane) সাহুকাৰ থিম্মাপ্পা কন্নড়
বিজিনেজমেন জয়দেৱ তেলেগু
বডীগাৰ্ড বাৰাদাৰাজুলা নাইডু তেলেগু
ধনি শুভ্ৰমনিয়াম তামিল পৰিচালোকো
তেলেগু
সাগুনি আৰ. কে. বোপাথী তামিল
দেভুদু চেচিনা মানুছুলু প্ৰকাশ ৰাজ তেলেগু
কেমেৰামেন গংগাথো ৰামবাবু ৰাণা প্ৰতাপ নাইডু তেলেগু
ধামাৰুকাম ভগৱান শিৱ তেলেগু
দাবাং ২ ঠাকুৰ বাচ্চা সিং হিন্দী
২০১৩ চেথাম্মা ভাকিতলো চেট্টু ৰিলাঙী মাবায়া তেলেগু
মুম্বাই মিৰোৰ (Mumbai Mirror) চেট্টী হিন্দী
অংগলে গিথা আদিকেষৱুলু তেলেগু
চেন্নাইয়িল অৰু নাল গৌতম কৃষ্ণ তামিল
গৌৰৱম পশুপতি তামিল
তেলেগু
থিল্লু মুল্লু শিৱ গুৰুনাথান তামিল
বালুপু নানজী/ মোজান ৰাও তেলেগু
থুল্লি ভিলায়াদু সিংগামুথু তামিল
পুলিচগিৰি নাগোৰি শুভ্ৰমনিয়াম হিন্দী
ভাগ মিলখা ভাগ বীৰাপানদিয়ান হিন্দী
জঞ্জীৰ তেজা হিন্দী
থোফান তেলেগু
ৰাজ্জো হণ্ডা ভাউ হিন্দী
সিং সাব দ্য গ্ৰেট ভূদেৱ সিং হিন্দী
২০১৪ হাৰ্ট এটেক্ট কেমিঅ’ তেলেগু
ক্ৰেজী ষ্টাৰ কন্নড়
ৰেচ গুৰাম ভীম প্ৰকাশ তেলেগু
হিৰ’পাণ্টী আধ্বিক চৌধুৰী হিন্দী
উন সামায়াল আৰায়িল কালিদাস তামিল পৰিচালোকো
উলাবাচাৰু বিৰিয়ানি (Ulavacharu Biriyani) তেলেগু
অগ্গাৰানে (Oggarane) কালিদাস কন্নড়
আল্লুদু শ্ৰেণু ভাই আৰু নৰসিংহ তেলেগু
পিল্লা নুভু লেনি জেৱিথাম প্ৰভাকৰ তেলেগু
এণ্টাৰটৰইনমেণ্ট কৰন হিন্দী
কাথাই থিৰৈকাথাই বাসানাম ইয়াক্কাম তামিল কেমিঅ’ এপিয়াৰেঞ্চ
গোৱিন্দুদু আনদাৰিভাদেলে বালাৰাজু তেলেগু
পাৱাৰ এ. কে. মিশ্ৰা
মুকুন্দ জয় প্ৰকাশ
২০১৫ টেম্পাৰ ৱালটাইৰ বসু
চন অৱ সত্যনাৰায়ণ সত্যমূৰ্তী
পুলান বিচাৰানৈ ২ তামিল
জেকে ইনুম নানবানিন ৰুদ্ৰাচাগান তামিল
অ কাধাল কণমনী গানাপাট্টী তামিল
লায়ন চিএম ভৰদ্বাজ তেলেগু
ৰান্না শৰৎ চন্দ্ৰ কন্নড়
বিনাবায়্যা ৰামায়্যা (Vinavayya Ramayya) তেলেগু
ৰুদ্ৰামাদেৱী শিৱ দেবৈয়া তেলেগু
মিষ্টাৰ এয়াৰাৱাটা প্ৰতাপ খালে কন্নড়
থংগা বানাম ভিট্টাল ৰাও তামিল
চেকেতী ৰাজ্যম তেলেগু
ইনজি ইদুপ্পাঝাগি সত্যনন্দ তামিল
চাইজ জিৰ’ তেলেগু
বুলোগাম দীপক তামিল
২০১৬ বেংগলৰ নাটকল ফ্ৰান্সিচ তামিল
প্ৰিয়ংকা কন্নড়
স্পীডুন্নোডু বীৰভদ্ৰপ্পা তেলেগু
দেৱৰাজ নাদাল্লী কন্নড়
কেণ্ডীফ্লিপ জ’জ’ ইংৰাজী/ হিন্দী
সূৰ্য কৃষ্ণ তেলেগু
আপিৰি প্ৰসাদ ৰাও তেলেগু
থ’ঝা প্ৰসাদ তামিল
এট্টেক গুৰু ৰাজ তেলেগু
মনিথান আদিশেষন তামিল
ক ২ যোগেশ্বৰন তামিল
ৰাজাধী ৰাজা ৰুদ্ৰাটচাগান তেলেগু
শ্ৰীৰাষ্টু শুভামাষ্টু শ্ৰীৰাম তেলেগু
ক’টিগ’ব্বা সত্যৰ পিতৃ কন্নড়
মুদিনজা ইভানা পুদি সত্যমৰ পিতৃ তামিল
আইডল ৰামায়ণ ভুজাগৈয়া কন্নড়
মানা অৰি ৰামায়ণম তেলেগু
কাদাভুল ইৰুকান কুমাৰু মনিমৰণ তামিল
নাু মাট্টু বীৰালক্ষ্মী ট্ৰেইনাৰ কন্নড়
2017 সাতামানাম ৰাঘৱৰাজু তেলেগু
দ্বাৰকা মুখ্যমন্ত্ৰী তেলেগু
য়াক্কাই চাগায়াম তামিল
ৰাজাকুমাৰ জগন্নাথ কন্নড়
en:Achayans কমিচনাৰ কাৰ্তিক কাথিৰেচন মালয়ালম
আৰাদুগুলা বুলেট নিত্যানন্দ তেলেগু
ভানামগন ৰাজাশেখৰ তামিল
নক্ষত্ৰম পৰশুৰামৈয়া আই. পি. এছ. তেলেগু
আনগাৰালা ৰামবাবু ৰাঙ্গা নয়ন তেলেগু
গোলমাল এগেইন বসু ৰেড্ডী হিন্দী
ৰাজা দ্য গ্ৰেট এছ পি প্ৰকাশ তেলেগু
গৱদ্ৰু হোটেল (Gowdru Hotel) ৰিচিৰ ককা কন্নড়
ৰিচি ফাডাৰ এ. কে. সগয়ম (Father A.K. Sagayam) তামিল
বেলৈক্কাৰন কাশী তামিল
কালাবাদিয়া পোঝুদুগাল সুন্দৰৰঞ্জন তামিল
২০১৮ জয় সিংহ মাষ্টৰ তেলেগু
প্ৰেম বাৰাহা আৰ্মী মেনৰ দেউতাক কন্নড়
চোলি্লিবিদাৱা তামিল
ৰাঙ্গাস্থলম এম এল এ দক্ষিণা মূৰ্ত্তী তেলেগু
সেইজাৰ ভূপতি কন্নড় মনোনিত– শ্ৰেষ্ঠ খলনায়কৰ বাবে ফিল্মবিট বঁটা – কন্নড়
মোহনলাল নিজে মালয়ালম
ভাৰত আনে নেনু বাৰাদাৰাজুলু তেলেগু
মহানতী আলুৰি চক্ৰপানী তেলেগু দ্বিভাষিক
নাদিগাইয়াৰ থিলাগাম (Nadigaiyar Thilagam) তামিল
চামটাইমচ কৃষ্ণমূৰ্ত্তী তামিল direct-to-video
ট্ৰাফিক ৰামাস্বামী পুলিচ অভিচাৰ তামিল
গোদাচাৰী সত্য তেলেগু
শ্ৰীনিবাস কল্যানম আৰ. কে. তেলেগু
৬০ বায়াদু মণিৰাম গোবিন্দৰাজন তামিল
চেক্কা চিৱানথা বানাম সেনাপাতি তামিল
হেল্লো গুৰু কোসামে বিশ্বনাথ তেলেগু
সেই এচিপি সূৰ্যনাৰায়ণ তামিল
অদিয়ান ৰাবুন্নী মালয়ালম
২০১৯ এন. টি. আৰ. বি নাগী ৰেড্ডী তেলেগু
এফ২ : ফান এণ্ড ফ্ৰাষ্ট্ৰেশ্বন দৰা স্বামী নাইডু তেলেগু
নাইন ডাক্টৰ. ইনিয়াথ খান মালয়ালম
দেৱ ৰামালিঙ্গাম তামিল
অথিৰণ ডাক্টৰ মোলায়াদাথু কুন্না নায়াৰ মালয়ালম
মহৰ্ষী কে. সৈত্যনাৰায়ন তেলেগু
ফাৰ্ষ্ট ৰেঙ্ক ৰাজু চি এ অ পাৰ্থসাৰথি তেলেগু
অসুৰন বেণুগোপাল সেসাদ্ৰি তামিল
আঝিয়ানথা কোলাঙাল ২ গৌৰী শংকৰ তামিল
বিকি মামা ব্ৰিগাদিয়াৰ বিজয় প্ৰকাশ তেলেগু
ৰুলাৰ বীৰেন্দ্ৰনাথ ঠাকুৰ তেলেগু

২০২০  – বৰ্তমান সম্পাদনা কৰক

চন চলচ্চিত্ৰ চৰিত্ৰ ভাষা টোকা
২০২০ চাৰিলেৰু নেকেভাৰু এমএলএ য়েদ্দুলা নগেন্দ্ৰ তেলেগু
মায়াবাজাৰ ২০১৬ এচিপি অশোক কন্নড়
নাৰাপ্পা লয়াৰ বেণুগোপাল (Lawyer Venugopal) তেলেগু
অল্লুদু অধুৰ্চ (Alludu Adhurs)
পুষ্পা
উকীল চাব এডভোকেট সূৰ্য প্ৰকাশ
যুৱৰত্ন কৃষ্ণ বৰ্ধন কন্নড় ফিল্মিং
অগ্নি চিৰাগুগাল চিবিআই অভিচাৰ নবীন কুমাৰ তামিল ফিল্মিং
আন্নাথে
থালাইবি মিঃ কৰুণানিধি হিন্দী/তামিল/তেলেগু

পৰিচালক আৰু প্ৰযোজক হিচাপে সম্পাদনা কৰক

চন চলচ্চিত্ৰ ভাষা প্ৰযোজক পৰিচালক টোকা
২০০২ ধায়া তামিল হয় নহয়
২০০৩ নাম হয় নহয়
২০০৪ আঝাগিয়া থেয়ে হয় নহয়
২০০৫ কান্দা নাল মুধাল হয় নহয়
২০০৬ পই হয় নহয়
২০০৭ মোঝি হয় নহয়
২০০৮ বেল্লি থিৰৰই হয় নহয়
অভিয়ুম নানুম হয় নহয়
২০১০ ইনিধু ইনিধু হয় নহয়
নানু নান্না কানাচু কন্নড় হয় হয় Directorial Debut
২০১১ পায়ানাম তামিল হয় নহয়
পুট্টাক্কানা হাইৱে কন্নড় হয় নহয় নেশ্যনেল এৱাৰ্ড ফৰ বেষ্ট ৰিজনেল ফিল্ম অফ দ্য ইয়াৰ[22]
বেংগালুৰু ইণ্টাৰনেশ্যনেল ফিল্ম ভেষ্টিবল এৱাৰ্ড[23]
২০১২ মায়িলু তামিল হয় নহয়
ধনী হয় হয়
২০১৩ গৌৰৱম তামিল / তেলেগু হয় নহয়
২০১৪ উন চামায়াল আৰায়িল / অগ্গাৰানে / উলাভাচাৰু বিৰিয়ানী[24][25] তামিল / কন্নড় / তেলেগু হয় হয়
২০১৬ মানাভূৰী ৰামায়ণা / ইদোল্লে ৰামায়ণা তেলেগু / কন্নড় হয় হয়
২০২০ আৰিশাদভাৰ্গা কন্নড় হয় নহয়

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 dinakaran. Web.archive.org. Retrieved on 10 June 2014.
  2. 2.0 2.1 2.2 "Prakash Raj Openheart with RK ABN Andhrajyothy". YouTube. 6 November 2011. https://www.youtube.com/watch?v=xVhfzqkk3Ho। আহৰণ কৰা হৈছে: 6 December 2013. 
  3. "If artistes become cowards, they make society a coward: Prakash Raj". http://indianexpress.com/article/india/if-artistes-become-cowards-they-make-society-a-coward-prakash-raj-4975924/lite. 
  4. "Prakash Raj gets 'whistle' symbol from Bengaluru Central, urges citizens to be 'whistleblowers'". Times Now. 2019-03-29. Archived from the original on 2019-04-01. https://web.archive.org/web/20190401161209/https://www.timesnownews.com/amp/elections/article/2019-lok-sabha-elections-prakash-raj-whistle-bengaluru-central-karnataka-narendra-modi-gauri-lankesh-congress-bjp/391220। আহৰণ কৰা হৈছে: 2020-08-21. 
  5. "Prakash Raj exclusive: Everyone has the right to differ, but this is orchestrated trolling. And you cannot threaten me with continuous abuse". http://www.firstpost.com/india/prakash-raj-exclusive-everyone-has-the-right-to-differ-but-this-is-orchestrated-trolling-and-you-cannot-threaten-me-with-continuous-abuse-4174937.html/amp. 
  6. 6.0 6.1 "I stopped taking life for granted after my son's death: Prakash Raj". The Times of India. 10 July 2013. Archived from the original on 27 September 2013. https://web.archive.org/web/20130927023205/http://articles.timesofindia.indiatimes.com/2013-07-10/news-interviews/40491192_1_negative-roles-prakash-rai-prakash-raj। আহৰণ কৰা হৈছে: 6 December 2013. 
  7. 'I cannot allow love to rule my thoughts', hindu.com, 8 June 2004.
  8. Catching them young! , Malathi Rangarajan, 19 August 2010 The Hindu
  9. https://m.timesofindia.com/city/mangaluru/prakash-rai-responds-to-detractors/articleshow/62213495.cms
  10. "46th National Film Festival 1999, pg 82". nic.in. http://dff.nic.in/2011/46_nff_1999.pdf. 
  11. "55th National Film Awards for the Year 2007". Press Information Bureau (Govt. of India). http://pib.nic.in/archieve/others/2009/sep/r2009090707.pdf. 
  12. "'I cannot allow love to rule my thoughts'". The Hindu. 8 June 2004. http://www.hindu.com/mp/2004/06/08/stories/2004060800210100.htm। আহৰণ কৰা হৈছে: 6 December 2013. 
  13. [1]
  14. Prakash Raj's brother debuts in Kollywood  – Tamil Movie News. Indiaglitz.com (23 September 2010). Retrieved on 10 June 2014.
  15. "Prakashraj and Pony Verma get married". Thaindian News. Archived from the original on 2011-10-06. https://web.archive.org/web/20111006162737/http://www.thaindian.com/newsportal/entertainment/prakashraj-and-pony-verma-get-married_100418359.html। আহৰণ কৰা হৈছে: 2020-08-22. 
  16. "Actor Prakash Raj's son dies". The Times of India. 21 March 2004. Archived from the original on 2012-07-01. https://archive.is/20120701131932/http://articles.timesofindia.indiatimes.com/2004-03-21/hyderabad/28342135_1_sidhu-actor-prakash-raj-chennai. 
  17. "Prakash Raj Granted Divorce". Yahoo! India. 19 November 2009. Archived from the original on 23 November 2009. https://web.archive.org/web/20091123082954/http://in.movies.yahoo.com/news-detail/71841/Prakashraj-granted-divorce.html. 
  18. "Prakash Raj marriage with Pony Verma". www.supergoodmovies.com. Archived from the original on 27 February 2013. https://web.archive.org/web/20130227021833/http://www.supergoodmovies.com/8001/tollywood/prakash-raj-marriage-with-pony-verma-news-details। আহৰণ কৰা হৈছে: 20 January 2013. 
  19. Little hero Vedhanth, big hero Prakash Raj - Indiaglitz
  20. "Cute Vedanth's picture - Andhra Headlines". Archived from the original on 2017-12-01. https://web.archive.org/web/20171201032019/http://www.andhraheadlines.com/news/movies/163060/sunday-spl-cute-vedanths-picture। আহৰণ কৰা হৈছে: 2020-08-22. 
  21. (en ভাষাত) Tropical Heat, https://www.rottentomatoes.com/m/tropical_heat/, আহৰণ কৰা হৈছে: 19 April 2017 
  22. "National Film Award for Prakash Raj  — Puttakkana Highway | Cine Vedika | Telugu | Film News | Daily Serials | TV Shows | Movies| Music". Cine Vedika. Archived from the original on 24 March 2012. https://web.archive.org/web/20120324194203/http://cinevedika.net/2011/05/national-film-award-for-prakash-raj.html। আহৰণ কৰা হৈছে: 6 August 2012. 
  23. "'Lucky' wins the Golden Bherunda award at BIFF  — IBN South  — IBN Bangalore ". CNN IBN. 26 December 2011. Archived from the original on 3 December 2013. https://web.archive.org/web/20131203220408/http://ibnlive.in.com/news/lucky-wins-the-golden-bherunda-award-at-biff/215058-62-132.html। আহৰণ কৰা হৈছে: 6 August 2012. 
  24. Prakash Rai to direct Oggarane | Chakpak
  25. Oggarane Kannada film by actor Prakash Raj | ಮೈಸೂರಿನಲ್ಲಿ 'ಒಗ್ಗರಣೆ' ಹಾಕಲಿರುವ ಪ್ರಕಾಶ್ ರೈ – Oneindia Kannada

বাহ্যিক সংযোগ সম্পাদনা কৰক