প্ৰদান বৰুৱা অসমৰ পৰা নিৰ্বাচিত লোকসভাৰ সদস্য। ২০১৬ চনৰ নৱেম্বৰত হোৱা লোকসভা নিৰ্বাচনত লখিমপুৰ সংসদীয় সমষ্টিৰ পৰা তেওঁ নিৰ্বাচিত হৈছিল।[1]

প্ৰদান বৰুৱা
লোকসভাৰ সদস্য
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২২ নৱেম্বৰ ২০১৬
পূৰ্বসূৰী সৰ্বানন্দ সোণোৱাল
সমষ্টি লখিমপুৰ
বিধানসভাৰ সদস্য
ধেমাজি
কাৰ্যকাল
১৯ মে’ ২০১৬ – ২২ নৱেম্বৰ ২০১৬
পূৰ্বসূৰী সুমিত্ৰা পাতিৰ
উত্তৰসূৰী ডাঃ ৰনোজ পেগু
ব্যক্তিগত তথ্য
জন্ম ৩০ এপ্ৰিল, ১৯৬৫ (৫৮ বছৰ)
চিলাপথাৰ, ধেমাজি, অসম
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
দাম্পত্যসঙ্গী অৰুণিমা বৰুৱা
সন্তান
বাসস্থান ধেমাজি
পেচা সমাজকৰ্মী
ৰাজনীতিবিদ
১২ ডিচেম্বৰ, ২০১৬-ৰ তথ্য

ইয়াৰ পূৰ্বে তেওঁ ধেমাজি জিলাৰ ধেমাজি বিধানসভা সমষ্টি (নং ১১৩)ৰ পৰা অসম বিধানসভাৰ সদস্য আছিল৷ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হোৱাৰ পূৰ্বে বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আছিল।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "PRADAN BARUAH : Bio, Political life, Family & Top stories". The Times of India. https://timesofindia.indiatimes.com/elections/candidates/pradan-baruah। আহৰণ কৰা হৈছে: 2023-07-02.