৩০ এপ্ৰিল
তাৰিখ
এপ্ৰিল | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ||||
২০২৪ |
৩০ এপ্ৰিল (ইংৰাজী: 30 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২০তম (অধিবৰ্ষত ১২১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪৫টা দিন বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰকজন্ম
সম্পাদনা কৰক- ১৭৭৭ - কাৰ্ল ফ্ৰিডৰিখ গাউছ, জাৰ্মান গণিতজ্ঞ আৰু পদাৰ্থ-বিজ্ঞানী।
- ১৮৭০ - দাদাচাহেব ফাল্কে, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক।
- ১৯১৬ - ক্লড শ্বেনন, আমেৰিকান গণিতজ্ঞ।
- ১৯২৭ - ফাটিমা বিবি, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ ন্যায়াধীশ।
- ১৯৩৭ - দিলীপ কুমাৰ দত্ত, অসমীয়া গণিতজ্ঞ, শিক্ষাবিদ আৰু লেখক।
- ১৯৪৯ - এণ্টনিও গুটেৰেছ, পৰ্তুগীজ কূটনীতিবিদ আৰু ৰাজনীতিজ্ঞ।
- ১৯৪৪ - সোণাল মানসিং, ভাৰতীয় শাস্ত্ৰীয় নৃত্য শিল্পী।
- ১৯৮৭ - ক্ৰিচ মৰিচ, দক্ষিণ আফ্ৰিকাৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ।
- ১৯৮৭ - ৰোহিত শৰ্মা, ভাৰতীয় ক্ৰিকেটাৰ।
মৃত্যু
সম্পাদনা কৰক- ১৯৪২ - শৰৎ চন্দ্ৰ ৰায়, ভাৰতীয় পণ্ডিত।
- ১৯৪৫ - এডল্ফ হিটলাৰ, জাৰ্মানীৰ ৰাজনীতিবিদ তথা নাজী দলৰ নেতা।
- ২০২০ - ঋষি কাপুৰ, ভাৰতীয় অভিনেতা।[1]
- ২০২০ - চুনী গোস্বামী, ভাৰতীয় ফুটবল খেলুৱৈ। (জন্ম: ১৫ জানুৱাৰী, ১৯৩৮)
- ২০২১ - ৰোহিত চাৰ্দানা, ভাৰতীয় বাতৰি সূত্ৰধাৰ, বাতৰি পৰিবেশক, সাংবাদিক তথা সম্পাদক। (জন্ম: ২২ ছেপ্টেম্বৰ, ১৯৭৯)[2]
দিৱস
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ DelhiApril 30, India Today Web Desk New; April 30, 2020UPDATED:; Ist, 2020 10:11. "Veteran actor Rishi Kapoor dies at 67 in Mumbai hospital" (en ভাষাত). https://www.indiatoday.in/movies/celebrities/story/rishi-kapoor-dies-at-67-in-mumbai-tweets-amitabh-bachchan-1672703-2020-04-30.
- ↑ Bureau, ABP News (30 April 2021). "Well-Known TV News Anchor Rohit Sardana Passed Away After kidney failure; Had Contracted Coronavirus" (en ভাষাত). news.abplive.com. https://news.abplive.com/news/india/well-known-tv-news-anchor-rohit-sardana-passes-away-after-heart's-attack-had-contracted-coronavirus-1455357। আহৰণ কৰা হৈছে: 30 April 2021.
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ৩০ এপ্ৰিল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনত Archived 2007-02-17 at the Wayback Machine