প্ৰশান্ত মহাসাগৰ

এখন মহাসাগৰ

প্ৰশান্ত মহাসাগৰ (ইংৰাজী: Pacific Ocean; লেটিন: Mare Pacificu ) হৈছে পৃথিৱীৰ বৃহত্তম মহাসাগৰ। ই দক্ষিণে এণ্টাৰ্কটিকা পৰ্যন্ত বিস্তৃত; পশ্চিমে এছিয়া আৰু অষ্ট্ৰেলিয়া আৱৰা; আৰু ইয়াৰ পূবত আছে দুই আমেৰিকা মহাদেশ। প্ৰশান্ত মহাসাগৰ আয়তন ১৬৫.২ মিলিয়ন বৰ্গকিলোমিটাৰ (৬৪.১ মিলিয়ন বৰ্গমাইল), যি পৃথিৱী পৃষ্ঠৰ প্ৰায় ৩২%, সমস্ত জলভাগৰ ৪৬%। এয়া পৃথিৱীৰ সমস্ত ভূ-ভাগৰ আয়তনতকৈ অধিক।[1]

প্ৰশান্ত মহাসাগৰ

বিষুৱ ৰেখাই প্ৰশান্ত মহাসাগৰক দুভাগত বিভক্ত কৰিছে: উত্তৰে উত্তৰ প্ৰশান্ত মহাসাগৰ আৰু দক্ষিণে দক্ষিণ প্ৰশান্ত মহাসাগৰ[2]

কাষৰীয়া দেশ আৰু অন্যান্য অঞ্চলসমূহ সম্পাদনা কৰক

দেশসমূহ সম্পাদনা কৰক

1 The status of Taiwan is disputed. For more information, see political status of Taiwan.

অন্যান্য অঞ্চল সম্পাদনা কৰক

সাগৰীয় দ্বীপসমূহ সম্পাদনা কৰক

প্ৰশান্ত মহাসাগৰৰ সীমাৰ ভিতৰত সম্পূৰ্ণকৈ অন্তৰ্ভুক্ত হোৱা দ্বীপসমূহক তিনিটা মূল গোটত ভাগ কৰিব পাৰি- মাইক্ৰ’নেছিয়া (Micronesia), মেলানেছিয়া ( Melanesia) আৰু পলিনেছিয়া (Polynesia)। মাইক্ৰনেছিয়া বিষুৱৰ উত্তৰে আৰু ইণ্টাৰনেশ্যনেল ডেট লাইন ( International Date Line) পশ্চিমে অৱস্থিত। ইয়াত মাৰিয়ানা দ্বীপপূঞ্জ ( Mariana Islands), কেৰ’লিন দ্বীপপূঞ্জ (Caroline Islands) আৰু মাৰ্শেল দ্বীপপূঞ্জ (Marshall Islands) অৱস্থিত।[3][4]

মেলানেছিয়াৰ ভিতৰত গ্ৰিণলেণ্ডৰ পিছতে বিশ্বৰ সৰ্ববৃহৎ দ্বীপ নিউগিনি (New Guinea) অৱস্থিত। মেলানেছিয়া গোটত থকা অন্যান্য উল্লেখযোগ্য দ্বীপবোৰ হৈছে- বিছমাৰ্ক (Bismarck Archipelago), চ’ল’ম’ন দ্বীপপূঞ্জ (Solomon Islands), ছাণ্টা ক্ৰুজ (Santa Cruz), ভানুৱাটো (Vanuatu), ফিজি (Fiji) and নিউ কেলিড’নিয়া (New Caledonia)।[5]

আটাইতকৈ বৃহৎ দ্বীপৰ সমষ্টি পলিনেছিয়া উত্তৰে হাৱাইৰ পৰা নিউজিলেণ্ডলৈকে বিস্তৃত হৈ আছে।[6]

প্ৰশান্ত মহাসাগৰৰ দ্বীপসমূহ মূলত: চাৰিপ্ৰকাৰৰ - continental islands, high islands, coral reefs আৰু uplifted coral platforms[7][8][9]

আলোকচিত্ৰৰ ভঁৰাল সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Pacific Ocean". Encyclopædia Britannica. 2006. Chicago: Encyclopædia Britannica, Inc.
  2. International Hydrographic Organization (1953). "Limits of Oceans and Seas, 3rd edition". প্ৰকাশক Monte Carlo, Monaco: International Hydrographic Organization. Archived from the original on 15 October 2010. https://web.archive.org/web/20101015152118/http://www.iho-ohi.net/iho_pubs/standard/S-23/S23_1953.pdf। আহৰণ কৰা হৈছে: 12 June 2010. 
  3. Academic American encyclopedia. Grolier Incorporated. 1997. পৃষ্ঠা. 8. ISBN 978-0-7172-2068-7. http://books.google.com/books?id=cF8NAQAAMAAJ। আহৰণ কৰা হৈছে: 12 June 2013. 
  4. Lal, Brij Vilash; Fortune, Kate (2000). The Pacific Islands: An Encyclopedia. University of Hawaii Press. পৃষ্ঠা. 63–. ISBN 978-0-8248-2265-1. http://books.google.com/books?id=T5pPpJl8E5wC&pg=PA63। আহৰণ কৰা হৈছে: 14 June 2013. 
  5. West, Barbara A. (2009). Encyclopedia of the Peoples of Asia and Oceania. Infobase Publishing. পৃষ্ঠা. 521–. ISBN 978-1-4381-1913-7. http://books.google.com/books?id=pCiNqFj3MQsC&pg=PA521। আহৰণ কৰা হৈছে: 14 June 2013. 
  6. Dunford, Betty; Ridgell, Reilly (1996). Pacific Neighbors: The Islands of Micronesia, Melanesia, and Polynesia. Bess Press. পৃষ্ঠা. 125–. ISBN 978-1-57306-022-6. http://books.google.com/books?id=3n2z7E1zH3MC। আহৰণ কৰা হৈছে: 14 June 2013. 
  7. Gillespie, Rosemary G.; Clague, David A. (2009). Encyclopedia of Islands. University of California Press. পৃষ্ঠা. 706. ISBN 978-0-520-25649-1. http://books.google.com/books?id=g9ZogGs_fz8C&pg=PA706। আহৰণ কৰা হৈছে: 12 June 2013. 
  8. "Coral island", Encyclopædia Britannica. Retrieved 22 June 2013.
  9. "Nauru", Charting the Pacific. Retrieved 22 June 2013.

লগতে চাওক সম্পাদনা কৰক