বিশ্বজ্যোতি শৰ্মা

অসমীয়া সাহিত্যিক

বিশ্বজ্যোতি শৰ্মা (ইংৰাজী: Bishwajyoti Sharma; অসমৰ এগৰাকী ঔপন্যাসিক, লেখক, অধ্যাপক৷ তেখেত বৰ্তমান প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ ৰয়াসন বিজ্ঞান বিভাগৰ অধ্যাপক৷ তেখেত অসম সাহিত্য সভাৰ প্ৰাগজ্যোতিকা শাখাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল৷ তেখেত তিতাবৰ অঞ্চলৰ বিভিন্ন ক্ৰীড়া সংগঠনৰ লগতো জড়িত হৈ আছে৷ [1] গৰীয়সী, প্ৰকাশ, অন্যযুগ, বসুন্ধৰা আদিত তেখেতৰ কুৰিটাতকৈয়ো অধিক গল্প প্ৰকাশ হোৱাৰ লগতে শতাধিক প্ৰবন্ধ অসমৰ বিভিন্ন আলোচনী, বাতৰি কাকতত প্ৰকাশ পাইছে৷

বিশ্বজ্যোতি শৰ্মা
জন্ম অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা ৰয়াসন বিজ্ঞান বিভাগত স্নাতকোত্তৰ, এম.ফিল
বিষয় উপন্যাস সাহিত্য
সহযোগী মণিৰাণী কলিতা

জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

১৯৭৭ চনৰ ১ ডিচেম্বৰ৷ যোৰহাট জিলাৰ বিবিজান গাঁৱত৷ পিতৃৰ নাম ব্ৰহ্মদেউ পাণ্ডে আৰু মাতৃৰ নাম বিনয় দেৱী পাঠক৷

শিক্ষা সম্পাদনা কৰক

  • হাইস্কুল শিক্ষান্ত পৰীক্ষা- তিতাবৰ মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, ১৯৯৩
  • হায়াৰচেকেণ্ডেৰী- নন্দনাথ শইকীয়া মহাবিদ্যালয়, ১৯৯৫
  • স্নাতক ডিগ্ৰী-নন্দনাথ শইকীয়া মহাবিদ্যালয়, ১৯৯৮
  • স্নাতকোত্তৰ ডিগ্ৰী- ডিব্ৰুগড় বিশ্ববিদ্যালয়, ২০০১
  • এম.ফিল- বিনায়ক মিছন ইউনিভাৰ্চিটি, চালেম, ২০০৯
  • বি.এড- গুৱাহাটী বিশ্ববিদ্যালয়, ২০১০

সাহিত্যৰাজি সম্পাদনা কৰক

  • উলটি আহ ল’ৰালিৰ ধেমালি, অসম সাহিত্য সভা, তিতাবৰ শাখা, ২০১৫
  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৃষ্ণচূড়াৰ ৰং, বনফুল প্ৰকাশন, ২০১৫
  • তেজপিয়া, বনলতা,২০১৭[2]
  • আংৰা, এম.আৰ. প্ৰকাশন, ২০১৮
  • নীলকণ্ঠী, বনলতা, ২০১৯
  • আড়াল, আঁক-বাক, ২০২১ [3]
  • শিপা,(সম্পা.), নিজা প্ৰকাশ, প্ৰাগজ্যোতিকা সাহিত্য শাখা, গল্প সংকলন

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • অসম সাহিত্য সভাৰ ‘সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা বঁটা’, ২০১৯[1]
  • বিন্দু সাহিত্য সন্মান, শ্ৰেষ্ঠ উপন্যাস বঁটা- ২০১৭
  • Teacher of Excellence in Chemistry in 2015, Govt. of Assam

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 "নীলকণ্ঠী উপন্যাসৰ বাবে বিশ্বজ্যোতি শৰ্মালৈ অসম সাহিত্য সভাৰ বিশেষ যুৱ সাহিত্য বঁটা, অইল ইণ্ডিয়ালৈও সন্মান…". https://www.asomiyapratidin.in/asom-sahitya-sabha-award-to-biswajyoti-sarma-and-oil/। আহৰণ কৰা হৈছে: 2 August 2022. 
  2. "তেজপীয়া". https://www.scientiabooks.in/product-tag/%E0%A6%A4%E0%A7%87%E0%A6%9C%E0%A6%AA%E0%A6%BF%E0%A7%9F%E0%A6%BE-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A7%8B%E0%A6%A4%E0%A6%BF-%E0%A6%B6%E0%A7%B0%E0%A7%8D/। আহৰণ কৰা হৈছে: 2 August 2022. 
  3. "আংৰা". https://www.google.com/search?q=%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A7%8B%E0%A6%A4%E0%A6%BF+%E0%A6%B6%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A6%BE&rlz=1C1VDKB_enIN972IN972&sxsrf=ALiCzsZfaDS_rkXrQoiY6cf8su5OIN0WXw:1659451632270&tbm=isch&source=iu&ictx=1&vet=1&fir=0TvLI5M9DLCElM%252CTHgF6VCr0ljKYM%252C_%253BhVi8bsJ8ZT-fdM%252CBS0nug1oD6whUM%252C_%253BMjuV4jwTX1LFmM%252Cac4_rx1W0JyaqM%252C_%253BSA0X-wi-oRn3UM%252COhHtKOqiUiFuuM%252C_%253B_rwmzcF1-lLiVM%252CAUyqu9zss1PFSM%252C_%253BomdGoHGTtG8gOM%252CLuMm3HnSk6_jQM%252C_%253BXSbRfVj0BaHQDM%252COhHtKOqiUiFuuM%252C_%253Bn_PGkBsuzNWPmM%252CAUyqu9zss1PFSM%252C_%253Bj-C9CyvXQotatM%252COhHtKOqiUiFuuM%252C_%253B1ti2FuQYNq-zeM%252CuNkaYN7Lb5MS4M%252C_&usg=AI4_-kSaagMgoCONclNrK8pOL5TflqKAIA&sa=X&ved=2ahUKEwihxsCIs6j5AhWLjdgFHfh-AxQQ9QF6BAgKEAE#imgrc=hVi8bsJ8ZT-fdM। আহৰণ কৰা হৈছে: 2 August 2022.