ৰমন মেগছেছে বঁটা বিজয়ীসকলৰ তালিকা

ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি

তলৰ তালিকাখন ফিলিপাইন ৰাষ্ট্ৰপতি ৰমন মেগছেছেৰ (ইংৰাজী: Ramon Magsaysay) সোঁৱৰণত বাৰ্ষিকভাৱে প্ৰদান কৰা 'ৰমন মেগছেছে বঁটা'-বিজয়ীৰ (ইংৰাজী: Ramon Magsaysay Award) আংশিক তালিকা। মেগছেছে বঁটাক এছিয়ান’বেল বঁটাৰ দৰে মান কৰা হয়[1][2]। এই বঁটা পোণপ্ৰথম ১৯৫৭ চনৰ এপ্ৰিল মাহত প্ৰদান কৰা হৈছিল]। তালিকাখনত বঁটা প্ৰাপকৰ জন্ম দেশ বা নাগৰিকত্ব কাষত উল্লেখ কৰা হৈছে। সম্পূৰ্ণ তালিকাৰ বাবে তলৰ বাহ্যিক সংযোগ চাওক।

মেগ্‌ছেছে বঁটা বিজয়ী সম্পাদনা কৰক

বছৰ বঁটা প্ৰাপক নাগৰিকত্ব / কৰ্মস্থলী
চৰকাৰী সেৱা
১৯৫৮ বিনোৱা ভাৱে (Vinoba Bhave)   ভাৰত
১৯৫৮ জিয়াং মেংলিন (Jiang Menglin)   টাইৱান
১৯৫৯ চি.ডি. দেশমুখ (C. D. Deshmukh)   ভাৰত
১৯৫৯ জোছ একিলাৰ (Jose Aguilar)   ফিলিপাইন
১৯৬১ ৰেডেন ক'ডিজাট (Raden Kodijat)   ইণ্ডোনেছিয়া
১৯৬২ ফ্ৰান্সেছ্‌কা ৰেয়েছ একিন' (Francesca Reyes-Aquino)   ফিলিপাইন
১৯৬৩ আখ্‌টাৰ হামিদ খান (Akhtar Hameed Khan)   পাকিস্তান
১৯৬৪ উকিহাৰু মিকি (Yukiharu Miki)   জাপান
১৯৬৫ পুৱে উংপাক'ৰ্ন (Puey Ungpakorn)   থাইলেণ্ড
১৯৬৬ ফন ছাইছিংকিউ (Fon Saengsingkaew)   থাইলেণ্ড
১৯৬৭ কিঅ' বিপাখ'নে (Keo Viphakone)   লাউচ
১৯৬৮ কুৱং-টিং লি (Kwoh-Ting Li)   টাইৱান
১৯৬৯ ছু ছি-চু (Hsu Shih-chu)   টাইৱান
১৯৭১ আলি ছেদিকিন (Ali Sadikin)   ইণ্ডোনেছিয়া
১৯৭২ গহ কেং ছুই (Goh Keng Swee)   ছিংগাপুৰ
১৯৭৩ বালাচন্দ্ৰ শেখৰ (Balachandra Sekhar)   মালয়েছিয়া
১৯৭৪ হিৰ'ছি কুৰ'কি (Hiroshi Kuroki)   জাপান
১৯৭৫ মহম্মদ চুফিয়ান (Mohammed Sufian)   মালয়েছিয়া
১৯৭৬ এলছি টু (Elsie Tu)   গ্ৰেট ব্ৰিটেইন কৰ্মস্থান   হংকং
১৯৭৭ বেঞ্জামিন গলষ্টন (Bejamin Galstaun)   ইণ্ডোনেছিয়া
১৯৭৮ ডেট' ছেহৰাম বিন য়াব (Dato Shahrum bin Yub)   মালয়েছিয়া
১৯৭৯ ৰাডেন ৱাছিট' (Raden Wasito)   ইণ্ডোনেছিয়া
১৯৮০ মহম্মদ আলিয়াছ (Muhammed Alias)   মালয়েছিয়া
১৯৮১ প্ৰবেছ ৱাছি (Prawes Wasi)   থাইলেণ্ড
১৯৮২ আৰ্টুৰ' আলকাৰাজ (Arturo Alcaraz)   ফিলিপাইন
১৯৮৩ ছু নান-চেং (Su Nan-cheng)   টাইৱান
১৯৮৪ টা-ইউ ৱু (Ta-You Wu)   টাইৱান
১৯৮৫ টান শ্ৰী নুৰদিন (Tan Sri Noordin)   মালয়েছিয়া
১৯৮৬ আব্দুল ছাত্তাৰ এধি (Abdul Sattar Edhi)   পাকিস্তান
১৯৮৭ হাজি হানাফিয়া (Haji Hanafiah)   মালয়েছিয়া
১৯৮৮ মিৰিয়াম ছেণ্টিয়াগ' (Miriam Santiago)   ফিলিপাইন
১৯৮৯ জাকিয়া হানুম (Zakiah Hanum)   মালয়েছিয়া
১৯৯১ আলফ্ৰেড' আৰ.এ. বেংজন (Alfredo R.A. Bengzon)   ফিলিপাইন
১৯৯২ চেমলং শ্ৰীমুৱাং (Chamlong Srimuang)   থাইলেণ্ড
১৯৯৩ ভ' টং হুৱান (Vo Tong Xuan)   ভিয়েটনাম
১৯৯৪ কিৰণ বেদী (Kiran Bedi)   ভাৰত
১৯৯৫ মৰিহিক' হিৰামাৎসু (Morihiko Hiramatsu)   জাপান
১৯৯৬ টি.এন. শেষান (T N Seshan)   ভাৰত
১৯৯৭ আনন্দ পান্যাৰচুন (Anand Panyarachun)   থাইলেণ্ড
১৯৯৮ চৈয়দ আবিদুল ৰিঝভি (Syed Abidul Rizvi)   পাকিস্তান
১৯৯৯ তছনীম আহমেদ ছিদ্দিকী (Tasneem Ahmed Siddiqui)   পাকিস্তান
২০০০ জেছি ৰব্‌ৰেগ' (Jesse Robredo)   ফিলিপাইন
২০০১ য়ুৱান লংপিং (Yuan Longping)   চীন
২০০২ হিলাৰিঅ' জি. ডেভাইড, কনিষ্ঠ (Hilario G. Davide)   ফিলিপাইন
২০০৩ জেম্‌ছ মাইকেল লিংডো (James Michael Lyngdoh)   ভাৰত
২০০৪ হেইডি য়'ৰাক (Haydee Yorac)   ফিলিপাইন
২০০৫ জন উংফাকৰ্ন (Jon Ungphakorn)   থাইলেণ্ড
২০০৬ এক ছন চেন (Ek Sonn Chan)   কম্বোডিয়া
২০০৭ জ'ভিট' আৰ. ছলংগা (Jovito R. Salonga)   ফিলিপাইন
২০০৮ গ্ৰেছ পেডেকা (Grace Padaca)   ফিলিপাইন
২০১০ পেন ইউ (Pan Yue)   চীন
২০১০ ফু কিপিং (Fu Qiping)   চীন
২০১১
২০১২ ছৈয়দা ৰিজৱানা হাছান (Syeda Rizwana Hasan)   বাংলাদেশ
জন সেৱা
১৯৫৯ জোৱাকিন ভিলালংগা (Joaquin Vilallonga)   ফিলিপাইন
১৯৫৯ টি টি লুচ (Tee Tee Luce)   বাৰ্মা
১৯৬০ ড. হেনৰি হলেণ্ড (Dr. Henry Holland আৰু ড. ৰোনাল্ড হলেণ্ড (Dr. Ronald Holland)   গ্ৰেট ব্ৰিটেইন কৰ্মস্থান:   পাকিস্তান
১৯৬১ নীলাৱান পিণ্‌টং (Nilawan Pintong)   থাইলেণ্ড
১৯৬২ হ'ৰেছ কাদুৰি (Horace Kadoorie)   গ্ৰেট ব্ৰিটেইন কৰ্মস্থান:   হংকং
১৯৬২ লৰেন্স কাদুৰি (Lawrence Kadoorie)   গ্ৰেট ব্ৰিটেইন কৰ্মস্থান:   হংকং
১৯৬৩ হেলেন কিম (Helen Kim)   কোৰিয়া
১৯৬৪ গুৱেইন লাক হ'ৱা (Augustine Nguyen Lac Hoa   দক্ষিণ ভিয়েটনাম
১৯৬৫ জয়প্ৰকাশ নাৰায়ন (Jayaprakash Narayan)   ভাৰত
১৯৬৬ কিম য়ং-কি (Kim Yong-ki)   কোৰিয়া
১৯৬৭ ছিথিপৰ্ন ক্ৰীড়াকাৰা (Sithiporn Kridakara)   থাইলেণ্ড
১৯৬৮ ছেইচি ট'বাটা (Seiichi Tobata)   জাপান
১৯৬৯ কিম হুৱং-ছিও (Kim Hyung-Seo)   কোৰিয়া
১৯৭১ পেড্ৰ' অ'ৰাটা (Pedro Orata)   ফিলিপাইন
১৯৭২ চেচিল গুইড'ট (Cecile Guidote)   ফিলিপাইন
১৯৭২ গিল'পেজ কাবায়াও (Gilopez Kabayao)   ফিলিপাইন
১৯৭৩ এণ্ট'নিও ফৰ্টিচ (Antonio Fortich)   ফিলিপাইন
১৯৭৩ বেঞ্জামিন গেষ্টন (Benjamin Gaston)   ফিলিপাইন
১৯৭৪ এম.এছ. শুভলক্ষ্মী (M.S. Subbulakshmi)   ভাৰত
১৯৭৫ ফ্ৰা পাৰ্নচান্দ (Phra Parnchand)   থাইলেণ্ড
১৯৭৬ হামেনিজিল্ড ফাৰ্নাণ্ডেজ (Hermenegild Fernandez)   ফ্ৰান্স কৰ্মস্থান:   শ্ৰীলংকা
১৯৭৭ ফি ডেল মাণ্ড' (Fe del Mundo)   ফিলিপাইন
১৯৭৮ প্ৰতীপ হাটা (Prateep Hata)   থাইলেণ্ড
১৯৭৯ চেং কী-ৰিয়' (Chang Kee-ryo)   কোৰিয়া
১৯৮০ ওম দে-ছাপ (Ohm Dae-sup)   কোৰিয়া
১৯৮১ জোহানা নাছুটিয়ন (Johanna Nasution)   ইণ্ডোনেছিয়া
১৯৮২ মনিভাই দেশাই (Manibhai Desai)   ভাৰত
১৯৮৩ ফুআ হৰিফিটাক (Fua Hariphitak)   থাইলেণ্ড
১৯৮৪ থংবাই থংপাও (Thongbai Thongpao)   থাইলেণ্ড
১৯৮৫ বাবা আম্‌তে (Baba Amte)   ভাৰত
১৯৮৬ আব্দুল ছাত্তাৰ এধি (Abdul Sattar Edhi)   পাকিস্তান
১৯৮৬ বিলকিছ এধি (Bilquis Edhi)   পাকিস্তান
১৯৮৭ হান্স জেছিন (Hans Jassin)   ইণ্ডোনেছিয়া
১৯৮৮ মাছানবু ফুকুঅ'কা (Masanobu Fukuoka)   জাপান
১৯৮৯ লক্ষ্মীচান্দ জৈন (Lakshmi Chand Jain)   ভাৰত
১৯৯১ ৰাজকুমাৰী মহা চক্ৰী শিৰিনধৰ্ন (Princess Maha Chakri Sirindhorn)   থাইলেণ্ড
১৯৯২ এঞ্জেল এলকালা (Angel Alcala)   ফিলিপাইন
১৯৯৩ বানু জাহাংগীৰ কয়াজী (Banoo Jehangir Coyaji)   ভাৰত
১৯৯৪ মেচাই বীৰাবদ্য (Mechai Viravaidya)   থাইলেণ্ড
১৯৯৫ আছ্‌মা জাহাংগীৰ (Asma Jahangir)   পাকিস্তান
১৯৯৬ জন উ-জিন ও (John Woong-Jin Oh)   কোৰিয়া
১৯৯৭ মহেশ চন্দ্ৰ মেহতা (Mahesh Chandra Mehta)   ভাৰত
১৯৯৮ ছফন চুফাপং (Sophon Suphapong)   থাইলেণ্ড
১৯৯৯ ৰোজা ৰোজাই (Rosa Rosal)   ফিলিপাইন
২০০০ লিয়াং কংজি (Liang Congjie)   চীন
২০০১ উ কিং (Wu Qing)   চীন
২০০২ ৰুথ ফাও (Ruth Pfau)   পাকিস্তান
২০০৩ গাঅ' য়াজ'লি (Gao Yajolie)   চীন
২০০৪ জিয়াং ইয়াংঅং (Jiang Yanyong)   চীন
২০০৫ টেটেন মাছডুকি (Teten Masduki)   ইণ্ডোনেছিয়া
২০০৫ ভি শান্তা (V Shanta)   ভাৰত
২০০৬ পাৰ্ক অ'ন-ছুন (Park Won-soon)   কোৰিয়া
২০০৭ কিম ছুন-টে (Kim Sun-tae)   কোৰিয়া
২০০৮ এৰিছ এলিপ (Aris Alip)   ফিলিপাইন
২০০৮ থেৰচাই জিভকাটে (Therdchai Jivacate)   থাইলেণ্ড
২০০৯ ক্ৰিছানা ক্ৰাইছিণ্টু (Krisana Kraisintu)   থাইলেণ্ড
২০১০ ক্ৰিষ্টোফাৰ বাৰ্নিড' (Christopher Bernido)   ফিলিপাইন
২০১০ মেডাম ভিক্ট'ৰিয়া কাৰ্পিও-বাৰ্নিড' (Ma. Victoria Carpio-Bernido)   ফিলিপাইন
২০১১ হুছানেইন জুআইনি (Husanain Juaini)   ইণ্ডোনেছিয়া
২০১১ ট্ৰি মুমপানি (Tri Mumpuni)   ইণ্ডোনেছিয়া
২০১২ ইয়াং ছিয়াং ক'মা (Yang Siang Koma)   কম্বোডিয়া
সামাজিক নেতৃত্ব
১৯৫৮ বিনোৱা ভাৱে (Vinoba Bhave)   ভাৰত
১৯৫৯ টেনজিং গিয়াত্‍ ছো, চতুৰ্দশ দালাই লামা (Dalai Lama)   তিব্বত
১৯৬০ টুনকু আব্দুল ৰহমান (Tunku Abdul Rahman)   মালয়েছিয়া
১৯৬১ গাছ বৰ্জিষ্ট (Gus Borgeest)   গ্ৰেট ব্ৰিটেইন কৰ্মস্থান:   হংকং
১৯৬২ পালায়িল নাৰায়ণন (Palayil Narayanan)   মালয়েছিয়া
১৯৬২ কোৱেছনা পোৰেদিৰেদ্‌জা (Koesna Poeradiredja)   ইণ্ডোনেছিয়া
১৯৬৩ ভাৰ্গিজ কুৰিয়েন (Verghese Kurien)   ভাৰত
১৯৬৩ দাৰা খুৰোদি (Dara Khurodi)   ভাৰত
১৯৬৩ ত্ৰিভূৱনদাস পেটেল (Tribhuvandas Patel)   ভাৰত
১৯৬৪ পাবলো টেপিয়া (Pablo Tapia)   ফিলিপাইন
১৯৬৫ লিম কিম ছান (Lim Kim San)   ছিংগাপুৰ
১৯৬৬ কমলাদেৱী চট্টোপাধ্যায় (Kamaladevi Chattopadhyay)   ভাৰত
১৯৬৭ ৰাজ্জাক আব্দুল (Razak Abdul)   মালয়েছিয়া
১৯৬৮ ৰ'জাৰিও এনকাৰনিচিয়ন(Rosario Encarnacion)   ফিলিপাইন
১৯৬৮ ছিলভানো এনকাৰনিচিয়ন (Silvino Encarnacion)   ফিলিপাইন
১৯৬৯ এ. টি. আৰিয়াৰত্নে (Ahangamage Ariyaratne)   শ্ৰীলংকা
১৯৭১ এম. এছ. স্বামীনাথন (M.S. Swaminathan)   ভাৰত
১৯৭২ হান্স ৱেষ্টেনবাৰ্গ (Hans Westenberg)   ইণ্ডোনেছিয়া
১৯৭৩ ক্ৰাছে চানাৱংছে (Krasae Chanawongse)   থাইলেণ্ড
১৯৭৪ ফুচেই ইছিকাৱা (Fusaye Ichikawa)   জাপান
১৯৭৫ লি টাই-ইয়ং (Lee Tai-Young)   কোৰিয়া
১৯৭৬ ট'ছিকাজু ৱাকাটছুকি (Toshikazu Wakatsuki)   জাপান
১৯৭৭ ইলা ভট্ট (Ela Bhatt)   ভাৰত
১৯৭৮ তেহেৰুন্নিছা আব্দুল্লা (Tahrunessa Abdullah)   বাংলাদেশ
১৯৭৯ মাবেল এৰ'ল (Mabelle Arole)   ভাৰত
১৯৭৯ ৰজনীকান্ত এৰ'ল (Rajanikant Arole)   ভাৰত
১৯৮০ ফজল হাছান আবেদ (Fazle Hasan Abed)   বাংলাদেশ
১৯৮১ পি.কে. শেঠী (Pramod Karan Sethi)   ভাৰত
১৯৮২ চণ্ডী প্ৰসাদ ভট্ট (Chandi Prasad Bhatt)   ভাৰত
১৯৮৩ এণ্টন স্বেডজেৰ' (Anton Soedjarwo)   ইণ্ডোনেছিয়া
১৯৮৪ মহম্মদ ইউনুছ (Muhammad Yunus)   বাংলাদেশ
১৯৮৫ জাফৰুল্লা চৌধুৰী (Zafrullah Chowdhury)   বাংলাদেশ
১৯৮৬ জন ভিনচেণ্ট দেলি (John Vincent Daly)   আমেৰিকা যুক্তৰাষ্ট্ৰ কৰ্মস্থান:   কোৰিয়া
১৯৮৬ পল জেৰঙ জু জেই (Paul Jeong Gu Jei)   কোৰিয়া
১৯৮৭ আৰু ৱালিয়াছেভি (Aree Valyasevi)   থাইলেণ্ড
১৯৮৮ মহম্মদ য়েছিন (Mohammed Yeasin)   বাংলাদেশ
১৯৮৯ কিম ইম-ছুন (Kim Im-soon)   কোৰিয়া
১৯৯১ চেং য়েন (Ven. Cheng Yen)   টাইৱান
১৯৯২ ছোৱেইব ছুলতান খান (Shoaib Sultan Khan)   পাকিস্তান
১৯৯৩ আব্দুৰৰহমান ৱাদিৰ (Abdurrahman Wadir)   ইণ্ডোনেছিয়া
১৯৯৪ সীমা সমৰ (Sima Samar)   আফগানিস্তান কৰ্মস্থান:   পাকিস্তান
১৯৯৪ ফেই হিয়াতং(Fei Xiaotong)   চীন
১৯৯৫ হো মিং তেহ (Ho Ming-Teh)   টাইৱান
১৯৯৬ পাণ্ডুৰংগ শাস্ত্ৰী আঠাৱলে (Pandurang Shastri Athavale)   ভাৰত
১৯৯৭ ইভা ফিডেলা মামো (Eva Fidela Maamo)   ফিলিপাইন
১৯৯৮ নুঅন ফেলি (Nuon Phaly)   কম্বোডিয়া
১৯৯৯ এঞ্জেলা গোমেজ (Angela Gomes)   বাংলাদেশ
২০০০ অৰুণা ৰয় (Aruna Roy)   ভাৰত
২০০১ ৰাজেন্দ্ৰ সিং (Rajendra Singh)   ভাৰত
২০০২ চিন্থিয়া মায়ুং (Cynthia Maung)   বাৰ্মা
২০০৩ শান্তা সিন্‌হা (Shantha Sinha)   ভাৰত
২০০৪ প্ৰায়ং ৰন্নাৰং (Prayong Ronnarong)   থাইলেণ্ড
২০০৫ সোমবাথ সোমফোনে (Sombath Somphone)   লাউচ
২০০৬ গৌড় কলিংগ কমিউনিটি ডেভেলপমেণ্ট ফাউণ্ডেছন (Gawad Kalinga Community Development Foundation)   ফিলিপাইন
২০০৬ এণ্ট'নিও মেল'ট' (Antonio Meloto)   ফিলিপাইন
২০০৭ মহাবীৰ পান (Mahabir Pun)   নেপাল
২০০৮ ড. প্ৰকাশ আম্‌তে(Dr. Prakash Amte)   ভাৰত
২০০৮ ড. মন্দাকিনী আম্‌তে (Dr. Mandakini Amte)   ভাৰত
২০০৯ দীপ জোশী (Deep Joshi)   ভাৰত
২০১০ এ.এইচ.এম. নোমন খান (A.H.M. Noman Khan)   বাংলাদেশ
২০১১
২০১২ কুলেন্দই ফ্ৰান্সিছ (Kulendei Francis)   ভাৰত
সংবাদ সেৱা, সাহিত্য আৰু সৃষ্টিশীল সংযোগী কলা
১৯৫৮ ৰবাৰ্ট ডিক (Robert Dick)   গ্ৰেট ব্ৰিটেইন কৰ্মস্থান:   ফিলিপাইন
১৯৫৮ ম'খ্‌টাৰ লুবিছ Mochtar Lubis)   ইণ্ডোনেছিয়া
১৯৫৯ তাৰ্জি ভিটাচ্চি (Tarzie Vittachi)   শ্ৰীলংকা
১৯৫৯ এডৱাৰ্ড মাইকেল ল-য়'ন (Edward Michael Law-Yone)   বাৰ্মা
১৯৬১ অমিতাভ চৌধুৰী (Amitabha Chowdhury)   ভাৰত
১৯৬২ জেং জুন-হা (Jang Jun-ha)   কোৰিয়া
১৯৬৪ ৰিচাৰ্ড উইলছন (Richard Wilson)   গ্ৰেট ব্ৰিটেইন কৰ্মস্থান:   হংকং
১৯৬৪ কেছাৰ ছাং (Kayser Sung)   চীন কৰ্মস্থান:   হংকং
১৯৬৫ আকিৰা কুৰোছাৱা (Akira Kurosawa)   জাপান
১৯৬৭ সত্যজিৎ ৰায় (Satyajit Ray)   ভাৰত
১৯৬৮ টন থাট্‌ থিয়েন (Ton That Thien)   ভিয়েটনাম
১৯৬৯ মিট'জি নিছিমোটো (Mitoji Nishimoto)   জাপান
১৯৭১ প্ৰায়ুন চেনংয়নচ (Prayoon Chanyavongs)   থাইলেণ্ড
১৯৭২ য়াছুজি হানামোৰি (Yasuji Hanamori)   জাপান
১৯৭৩ মিছিকো ইছিমুৰে (Michiko Ishimure)   জাপান
১৯৭৪ জাকাৰিয়া ছাৰিয়ান (Zacarias Sarian)   ফিলিপাইন
১৯৭৫ বুব্‌লি জৰ্জ ভাৰ্গিজ (Boobli George Verghese)   ভাৰত
১৯৭৬ শম্ভু মিত্ৰ (Sombhu Mitra)   ভাৰত
১৯৭৭ মহেশ চন্দ্ৰ ৰেগ্‌মি (Mahesh Chandra Regmi)   নেপাল
১৯৭৮ ইয়ুন ছুক-জুং (Yoon Suk-joong)   কোৰিয়া
১৯৭৯ লোকুকামকানামগে মঞ্জুশ্ৰী (Lokukamkanamge Manjusri)   শ্ৰীলংকা
১৯৮০ এফ. ছিঅ'নিল জোছ (F. Sionil Jose)   ফিলিপাইন
১৯৮১ গৌৰ কিশোৰ ঘোষ (Gour Kishore Ghosh)   ভাৰত
১৯৮২ অৰুণ শোৰী (Arun Shourie)   ভাৰত
১৯৮৩ মাৰ্চেলিন জয়াক'ড়ি (Marcelline Jayakody)   শ্ৰীলংকা
১৯৮৪ আৰ. কে. লক্ষ্মণ (R. K. Laxman)   ভাৰত
১৯৮৫ লিনো ব্ৰোকা (Lino Brocka)   ফিলিপাইন
১৯৮৬ ৰেডিঅ' ভেৰিটাছ (Radio Veritas)   ফিলিপাইন
১৯৮৭ ডিয়ান ইং (Diane Ying)   টাইৱান
১৯৮৮ এড়িৱীৰা শৰচন্দ্ৰ (Ediriweera Sarachchandra)   শ্ৰীলংকা
১৯৮৯ জেম্‌ছ বি. ৰয়টাৰ (James Reuter)   ফিলিপাইন
১৯৯১ কে. ভি. ছুব্বান্না (K.V. Subbanna)   ভাৰত
১৯৯২ ৰবি শংকৰ (Ravi Shankar)   ভাৰত
১৯৯৩ বিনভেনিড' লুম্বেৰা (Bienvenido Lumbera)   ফিলিপাইন
১৯৯৪ আব্দুল ছামাদ ইছমাইল (Abdul Samad Ismail)   মালয়েছিয়া
১৯৯৫ প্ৰেমোদ্যা অনন্ত টোয়েৰ (Pramoedya Ananta Toer)   ইণ্ডোনেছিয়া
১৯৯৬ নিক জোয়াকিন (Nick Joaquin)   ফিলিপাইন
১৯৯৭ মহাশ্বেতা দেৱী (Mahasweta Devi)   ভাৰত
১৯৯৮ ৰুওচেং ইং (Ruocheng Ying)   চীন
১৯৯৯ ৰাওল লক্‌চিন (Raul Locsin)   ফিলিপাইন
১৯৯৯ লিন্‌ হৱাই-মিন (Lin Hwai-min)   টাইৱান
২০০০ আত্মকুসুম অস্ত্ৰাতমাদ্‌জা (Atmakusumah Astraatmadja)   ইণ্ডোনেছিয়া
২০০১ ৱান্নাকুৱাট্টা অমৰদেৱ (Wannakuwatta Amaradeva)   শ্ৰীলংকা
২০০২ ভৰত কৈৰালা (Bharat Koirala)   নেপাল
২০০৩ শীলা কৰ'নেল (Sheila Coronel)   ফিলিপাইন
২০০৪ আব্দুল্লা আবু ছৈয়দ (Abdullah Abu Sayeed)   বাংলাদেশ
২০০৫ মতিউৰ ৰহমান (Matiur Rahman)   বাংলাদেশ
২০০৬ ইউজেনিয়া ডুৰান এপ'ষ্ট'ল (Eugenia Duran Apostol)   ফিলিপাইন
২০০৭ পি ছাইনাথ (P. Sainath)   ভাৰত
২০০৮ আকিঅ' ইছি (Akio Ishii)   জাপান
২০০৯ মা জুন (Ma Jun)   চীন
২০১০ হুঅ' ডৈছান (Huo Daishan)   চীন
২০১১
২০১২ ৰমুলো ডাভিদে (Romulo Davide)   ফিলিপাইন
শান্তি আৰু আন্তৰ্জাতিক বুজাপৰা
১৯৫৮ অপাৰেছন ব্ৰাদাৰহুড (Operation Brotherhood)   ফিলিপাইন
১৯৬০ ৱাই. চি. জেম্‌ছ য়েন (Y. C. James Yen)   টাইৱান
১৯৬১ জেনিভাইভ কলফিল্ড (Genevieve Caulfield)   আমেৰিকা যুক্তৰাষ্ট্ৰ কৰ্মস্থান:   থাইলেণ্ড
১৯৬২ মাদাৰ টেৰেছা (Mother Teresa)   ভাৰত
১৯৬৩ পীচ কৰ্পছ (Peace Corps)   আমেৰিকা যুক্তৰাষ্ট্ৰ
১৯৬৪ ৱেল্থি হনছিংগাৰ ফিছাৰ (Welthy Fisher)   আমেৰিকা যুক্তৰাষ্ট্ৰ কৰ্মস্থান:   ভাৰত
১৯৬৫ বেয়ানিহান ফিলিপিন ৰাষ্ট্ৰীয় লোন নৃত্য কোম্পানী (Bayanihan Folk Arts Center and its Supporting Entities)   ফিলিপাইন
১৯৬৬ মেকং নৈ কমিছন (Mekong Committee and Cooperating Entities)   কম্বোডিয়া
১৯৬৭ ছিৰ'ছি নাছু (Shiroshi Nasu)   জাপান
১৯৬৮ কেয়াৰ (CARE) (Cooperative for American Relief Everywhere) (CARE)   ফিলিপাইন
১৯৬৯ ইণ্টাৰনেছনেল ৰাইচ ৰিছাৰ্ছ ইনষ্টিটিউট (International Rice Research Institute) (IRRI)   আমেৰিকা যুক্তৰাষ্ট্ৰ কৰ্মস্থান:   ফিলিপাইন
১৯৭১ ছাবুৰ' অকিটা (Saburo Okita)   জাপান
১৯৭৩ ছামাৰ ইন্‌ষ্টিটিউট অফ লিংগুইষ্টিক্‌ছ (Summer Institute of Linguistics)   ফিলিপাইন
১৯৭৪ উইলিয়াম মাষ্টাৰছন (William Masterson)   ফিলিপাইন
১৯৭৫ পেট্ৰিক জেম্‌ছ মেক্‌গ্লিন্‌চি (Patrick James McGlinchey)   আয়াৰলেণ্ড কৰ্মস্থান:   কোৰিয়া
১৯৭৬ হেনিং হল্ক লাৰছেন (Henning Holck-Larsen)   ডেনমাৰ্ক কৰ্মস্থান:   ভাৰত
১৯৭৭ ইউ.পি.এল.বি. কলেজ অফ এগ্ৰিকালচাৰ (UPLB College of Agriculture)   ফিলিপাইন
১৯৭৮ ছ'ৱেডজেটম'ক' (Soedjatmoko)   ইণ্ডোনেছিয়া
১৯৭৯ এছ'ছিয়েছন অফ ছাউথ-ইষ্ট এছিয়ান নেছন্‌চ (Association of Southeast Asian Nations)   ইণ্ডোনেছিয়া
১৯৮০ ছিগেহাৰু মাৎছুমোটো (Shigeharu Matsumoto)   জাপান
১৯৮১ অগষ্টাইন জং কাং (Augustine Joung Kang)   কোৰিয়া
১৯৮৩ এলয়ছিয়াছ স্বাৰ্জ (Aloysius Schwartz)   আমেৰিকা যুক্তৰাষ্ট্ৰ কৰ্মস্থান:   কোৰিয়া
১৯৮৪ জিৰো কাৱাকিটা (Jiro Kawakita)   জাপান
১৯৮৫ হেৰ'ল্ড ৰে ৱাটছন (Harold Ray Watson)   ফিলিপাইন
১৯৮৬ ইণ্টাৰনেছনেল ইন্‌ষ্টিটিউট অফ ৰুৰেল ৰি-কন্‌ষ্ট্ৰাক্‌ছন (International Institute of Rural Reconstruction)   ফিলিপাইন
১৯৮৭ ৰিচাৰ্ড উইলিয়াম টিম (Richard William Timm)   বাংলাদেশ /   আমেৰিকা যুক্তৰাষ্ট্ৰ
১৯৮৮ ডি ৰয়েল প্ৰজেক্ট (The Royal Project)   থাইলেণ্ড
১৯৮৯ এছিয়ান ইন্‌ষ্টিটিউট অফ টেক্‌ন'লজী (Asian Institute of Technology)   থাইলেণ্ড
১৯৯১ প্ৰেছ ফাউণ্ডেছন অফ এছিয়া (Press Foundation of Asia)   ফিলিপাইন
১৯৯২ ৱাছিংটন ছাইচিপ (Washington SyCip)   ফিলিপাইন /   আমেৰিকা যুক্তৰাষ্ট্ৰ
১৯৯৩ ন'ব'ৰু আয়ামুৰা (Noboru Iwamura)   জাপান
১৯৯৪ এডুৱাৰ্ড' জৰ্জ এঞ্জ'ৰেনা (Eduardo Jorge Anzorena)   আৰ্জেণ্টিনা কৰ্মস্থান:   জাপান
১৯৯৫ এছিয়ান ইন্‌ষ্টিটিউট অফ মেনেজমেণ্ট (Asian Institute of Management)   ফিলিপাইন
১৯৯৬ ট'ছিহিৰো টাকামি (Toshihiro Takami)   জাপান
১৯৯৭ ছাডাক' অ'গাটা (Sadako Ogata)   জাপান
১৯৯৮ ক'ৰাজ'ন একিন' (Corazon Aquino)   ফিলিপাইন
২০০০ জ'কিন আৰ্‌পুথাম (Jockin Arputham)   ভাৰত
২০০১ ইকুঅ' হিৰায়ামা (Ikuo Hirayama)   জাপান
২০০২ পম্‌নিয়ুন ছুনিম (Pomnyun Sunim)   কোৰিয়া
২০০৩ টেট্‌ছু নাকামুৰা (Tetsu Nakamura)   জাপান
২০০৩ ছেয়েই ট'য়'মা (Seiei Toyoma)   জাপান
২০০৪ লক্ষ্মীনাৰায়ণ ৰামদাস (Laxminarayan Ramdas)   ভাৰত
২০০৪ ইব্‌ন আব্দুৰ ৰেহমান (Ibn Abdur Rehman)   পাকিস্তান
২০০৬ ডা. ছন্দুক ৰুইট্‌ (Dr. Sanduk Ruit)   নেপাল
২০০৭ টেং ঝিয়াং (Tang Xiyang)   চীন
২০০৮ আহমদ ছায়াফিই মাৰিফ (Ahmad Syafi'i Maarif)   ইণ্ডোনেছিয়া
২০০৯ য়ু ঝিয়াগং (Yu Xiaogang)   চীন
২০১০ টাৰাট'ছি আকিবা (Tadatoshi Akiba)   জাপান
২০১১ কৌল পান্‌হা (Koul Panha)   কম্বোডিয়া
২০১২ চেন ছু-চু (Chen Shu-chu)   টাইৱান
নেতৃত্ব (Emergent Leadership)
২০০১ ঔং চেন্থল (Oung Chanthol)   কম্বোডিয়া
২০০১ ডিটা ইণ্ডা ছাৰি (Dita Indah Sari)   ইণ্ডোনেছিয়া
২০০২ সন্দীপ পাণ্ডে (Sandeep Pandey)   ভাৰত
২০০৩ এনিচেট' গুটেৰেছ লোপেজ (Aniceto Guterres Lopes)   টিমুৰ লেষ্টে
২০০৪ বেঞ্জামিন আবাডিয়ান' (Benjamin Abadiano)   ফিলিপাইন
২০০৫ য়ুন হাই-ৰেন (Yoon Hye-Ran)   দক্ষিণ কোৰিয়া
২০০৬ অৰবিন্দ কেজৰিৱাল (Arvind Kejriwal)   ভাৰত
২০০৭ চেন গুৱাংচেং (Chen Guangcheng)   চীন
২০০৭ চুং ট' (Chung To)   চীন
২০০৮ আনন্দ গালাপ্পাট্টি (Ananda Galappatti)   শ্ৰীলংকা
২০০৯ কা ছ' ৱা (Ka Hsaw Wa)   বাৰ্মা
২০১০
২০১১ নীলিমা মিশ্ৰ (Nileema Mishra)   ভাৰত
২০১১ হৰিশ হাণ্ডে (en:Harish Hande)   ভাৰত
২০১১ কৌল পান্‌হা (Koul Panha)   কম্বোডিয়া
২০১২ ৰুৱিন্দ্ৰিজাৰ্ট' (Ruwindrijarto)   ইণ্ডোনেছিয়া

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Clare Arthurs (2000-07-25). "Activists share 'Asian Nobel Prize'". BBC News. Archived from the original on 2018-12-25. https://web.archive.org/web/20181225130248/http://news.bbc.co.uk/2/hi/world/asia-pacific/851034.stm%20/default.stm। আহৰণ কৰা হৈছে: 2008-02-20. 
  2. Ann Bernadette Corvera (2003-10-08). "'03 RAMON MAGSAYSAY AWARDEES: A LEAGUE OF EXTRAORDINARY MEN & WOMEN". Philippine Star. Archived from the original on 2008-10-08. https://web.archive.org/web/20081008002505/http://www.newsflash.org/2003/05/si/si001665.htm। আহৰণ কৰা হৈছে: 2008-02-21. 


বাহ্যিক সংযোগ সম্পাদনা কৰক