যোৰহাট জিলাৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ তালিকা

ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি

শিক্ষাৰ দিশত যোৰহাট এখন আগবঢ়া ঠাই। যোৰহাটৰ বাসিন্দাৰ স্বাক্ষৰতাৰ হাৰ অসমৰ ভিতৰতে সৰ্বাধিক।[1] ১৮৮৩ চনত প্ৰতিষ্ঠা কৰা যোৰহাট উচ্চ মাধ্যমিক বালক বিদ্যালয়ত তেতিয়াৰ পৰাই বিজ্ঞান শিক্ষাৰ ব্যৱস্থা আছিল। উজনি অসমৰ প্ৰথম মহাবিদ্যালয় ৰূপে জনাজাত “জগন্নাথ বৰুৱা মহাবিদ্যালয়” ১৯৩০ চনত যোৰহাট নগৰত প্ৰতিষ্ঠা কৰা হয়। পৰবৰ্তী কালত নগৰৰ ভিতৰে-বাহিৰে আৰু বহুত উচ্চ শিক্ষানুস্থান গঢ় লৈ উঠে।

গৱেষণা প্ৰতিষ্ঠান সম্পাদনা কৰক

বিশ্ববিদ্যালয় সম্পাদনা কৰক

কাৰিকৰী শিক্ষানুষ্ঠান সম্পাদনা কৰক

ডিজাইন শিক্ষানুষ্ঠান সম্পাদনা কৰক

চিকিৎসা প্ৰতিষ্ঠান সম্পাদনা কৰক

মহাবিদ্যালয় সম্পাদনা কৰক

কনিষ্ঠ মহাবিদ্যালয় সম্পাদনা কৰক

  • পূৰ্ব ভাৰতী কনিষ্ঠ মহাবিদ্যালয়, চিনামৰা
  • প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজ, তিতাবৰ
  • কনচেপ্ট জুনিয়ৰ কলেজ, তিতাবৰ
  • লুইত ভেলী একাডেমী
  • ক্ৰিচেন্ট একাডেমী
  • প্ৰজ্ঞা একাডেমী
  • ভেলী হাই একাডেমী
  • এনকেম ছায়েন্ছ একাডেমী কনিষ্ঠ মহাবিদ্যালয়

বিদ্যালয় সম্পাদনা কৰক

  • আৰ্মি পাব্লিক স্কুল
  • কছাৰীপৰীয়া প্ৰাথমিক বিদ্যালয়
  • নামগৰুমৰা বাপু বাঢ়ৈ উচ্চ মাধ্যমিক বিদ্যালয়
  • কল্যাণী উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • কাৰ্মেল স্কুল
  • খালচা উচ্চ মাধ্যমিক বিদ্যালয়
  • চিনামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • চেণ্ট মেৰীজ হাইস্কুল
  • ছেমফ'ৰ্ড ফিউচাৰিষ্টিক স্কুল
  • জয়া বিদ্যাপীঠ
  • জৱাহৰ নবোদয় বিদ্যালয়, তিতাবৰ
  • জোনাকী সঙ্ঘ বিদ্যালয়
  • ডন বস্ক' বিদ্যালয়, বাঘচুং
  • ডন বস্ক' বিদ্যালয়, লিচুবাৰী
  • দিল্লী পাব্লিক স্কুল
  • দীপাঙ্কৰ বিদ্যাপীঠ
  • দেৱী চৰণ বৰুৱা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়
  • দহোতীয়া উচ্চ মাধ্যমিক বিদ্যালয়
  • পালি উচ্চ মাধ্যমিক বিদ্যালয়
  • বৰভেটা পাব্লিক প্ৰাথমিক, মধ্য ইংৰাজী আৰু উচ্চ মাধ্যমিক বিদ্যালয়
  • বাহনা উচ্চ মাধ্যমিক বালক বিদ্যালয়
  • বাহনা বাল্য ভৱন
  • বাল্য ভৱন
  • বাল ভাৰতী বায়ু সেনা বিদ্যালয়
  • বিদ্যুৎকুঞ্জ জাতীয় বিদ্যালয়
  • ভাটেমৰা গীতাৰ্থী নিম্ন প্ৰাথমিক বিদ্যালয়
  • ভাটেমৰা মধ্য ইংৰাজী বিদ্যালয়
  • মহৰ্ষি বিদ্যা মন্দিৰ, যোৰহাট
  • মালৌ আলি উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়
  • মেৰীলেণ্ড হাইস্কুল
  • যোৰহাট আদৰ্শ সংযুক্ত বিদ্যালয়
  • যোৰহাট গীতাৰ্থী বিদ্যালয়
  • যোৰহাট হাই স্কুল
  • যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়
  • যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়
  • যোৰহাট মকতব্ আদৰ্শ প্ৰাথমিক বিদ্যালয়
  • ৰ'য়েল অ'ক্ হাইস্কুল
  • ৰাষ্ট্ৰভাষা উচ্চ মাধ্যমিক বিদ্যালয়
  • ৰেৱকান্ত বৰুৱা পাব্লিক হাইস্কুল
  • শঙ্কৰদেৱ চেমিনাৰী বিদ্যালয়
  • স্প্ৰীংডেইল হাইস্কুল
  • হেমলতা সন্দিকৈ মেম'ৰিয়েল ইনষ্টিটিউট
  • খৰিকটীয়া উচ্চ মাধ্যমিক বিদ্যালয়
  • ধলি উচ্চ মাধ্যমিক বিদ্যালয়
  • তৰাজান উচ্চ মাধ্যমিক বিদ্যালয়

কেন্দ্ৰীয় বিদ্যালয় সম্পাদনা কৰক

  • কেন্দ্ৰীয় বিদ্যালয় (বায়ু সেনা আস্থান)
  • কেন্দ্ৰীয় বিদ্যালয় (NEIST)
  • কেন্দ্ৰীয় বিদ্যালয় (ONGC)

গেলেৰী সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. http://www.whereincity.com/india/assam/assam-districts.php, আহৰণ ২৩.১১.২০১১