লাহোৱাল (বিধানসভা সমষ্টি)
লাহোৱাল বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ১১৭ হৈছে লাহোৱাল বিধানসভা সমষ্টিৰ ক্ৰমাংক।[1][2] লাহোৱাল ডিব্ৰুগড় জিলাৰ সাতটা বিধানসভা সমষ্টিৰ অন্যতম। ই ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত নটা বিধানসভা সমষ্টিৰ এখন। ডিব্ৰুগড় লোকসভা সমষ্টিৰ আন আঠটা বিধানসভা সমষ্টি হ'ল, ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড়, মৰাণ, দুলিয়াজান, টিংখং, নাহৰকটীয়া আৰু তিনিচুকীয়া জিলাৰ তিনিচুকীয়া, ডিগবৈ আৰু মাৰ্ঘেৰিটা।
বিধায়কসকল
সম্পাদনা কৰক- ১৯৫৭: লীলী সেনগুপ্তা, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ১৯৬২: লীলী সেনগুপ্তা, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ১৯৬৭: লীলী সেনগুপ্তা, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ১৯৭২: দীপক মূৰ্মু, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ১৯৭৮: দীপক মূৰ্মু, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ১৯৮৩: দীপক মূৰ্মু, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ১৯৮৫: দিপেন তাঁতি, নিৰ্দলীয়
- ১৯৯১: হৰেণ ভূমিজ, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ১৯৯৬: পৃথিৱী মাঝি, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ২০০১: পৃথিৱী মাঝি, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ২০০৬: পৃথিৱী মাঝি, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ২০১১: পৃথিৱী মাঝি, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ২০১৬: ৰিতুপৰ্ণ বৰুৱা, ভাৰতীয় জনতা পাৰ্টী
- ২০২১: বিনোদ হাজৰিকা, ভাৰতীয় জনতা পাৰ্টী