নাহৰকটীয়া (বিধানসভা সমষ্টি)

নাহৰকটীয়া বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ১২০ হৈছে নাহৰকটীয়া বিধানসভা সমষ্টিৰ ক্ৰমাংক।[1][2] নাহৰকটীয়া ডিব্ৰুগড় জিলাৰ সাতটা বিধানসভা সমষ্টিৰ অন্যতম। ই ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত নটা বিধানসভা সমষ্টিৰ এখন। ডিব্ৰুগড় লোকসভা সমষ্টিৰ আন আঠটা বিধানসভা সমষ্টি হ'ল, ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড়, মৰাণ, লাহোৱাল, দুলিয়াজান, টিংখং আৰু তিনিচুকীয়া জিলাতিনিচুকীয়া, ডিগবৈ আৰু মাৰ্ঘেৰিটা

বিধায়কসকল সম্পাদনা কৰক

  • ১৯৭৮: শশ কমল সন্দিকৈ, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাক্সবাদী)
  • ১৯৮৫: কুসুম্বৰ টাইৰায়, নিৰ্দলীয়
  • ১৯৯১: শশ কমল সন্দিকৈ, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাক্সবাদী)
  • ১৯৯৬: প্ৰণতি ফুকন, ভাৰতীয় জাতীয় কংগ্ৰেছ
  • ২০০০: প্ৰণতি ফুকন, ভাৰতীয় জাতীয় কংগ্ৰেছ
  • ২০০১: প্ৰণতি ফুকন, ভাৰতীয় জাতীয় কংগ্ৰেছ
  • ২০০৬: প্ৰণতি ফুকন, ভাৰতীয় জাতীয় কংগ্ৰেছ
  • ২০১১: প্ৰণতি ফুকন, ভাৰতীয় জাতীয় কংগ্ৰেছ
  • ২০১৬: নৰেণ সোণোৱাল, অসম গণ পৰিষদ
  • ২০২১: তৰংগ গগৈ, ভাৰতীয় জনতা পাৰ্টি


তথ্য সংগ্ৰহ সম্পাদনা কৰক