টিংখং বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ১১৯ হৈছে টিংখং বিধানসভা সমষ্টিৰ ক্ৰমাংক।[1][2] টিংখং ডিব্ৰুগড় জিলাৰ সাতটা বিধানসভা সমষ্টিৰ অন্যতম। ই ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত নটা বিধানসভা সমষ্টিৰ এখন। ডিব্ৰুগড় লোকসভা সমষ্টিৰ আন আঠটা বিধানসভা সমষ্টি হ'ল, ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড়, মৰাণ, লাহোৱাল, দুলিয়াজান, নাহৰকটীয়া আৰু তিনিচুকীয়া জিলাতিনিচুকীয়া, ডিগবৈ আৰু মাৰ্ঘেৰিটা

বিধায়কসকল সম্পাদনা কৰক

  • ১৯৬৭: বি. গগৈ, সংযুক্ত সমাজবাদী পাৰ্টি
  • ১৯৭২: ৰাজেন্দ্ৰ নাথ ফুকন, ভাৰতীয় জাতীয় কংগ্ৰেছ
  • ১৯৭৮: ভদ্ৰেশ্বৰ গগৈ, জনতা পাৰ্টি
  • ১৯৮৫: অতুল চন্দ্ৰ কোচ, নিৰ্দলীয়
  • ১৯৯১: পৃথ্বী মাঝি, ভাৰতীয় জাতীয় কংগ্ৰেছ
  • ১৯৯৬: এতুৱা মুণ্ডা, ভাৰতীয় জাতীয় কংগ্ৰেছ
  • ২০০১: এতুৱা মুণ্ডা, ভাৰতীয় জাতীয় কংগ্ৰেছ
  • ২০০৬: অনুপ ফুকন, অসম গণ পৰিষদ
  • ২০১১: এতুৱা মুণ্ডা, ভাৰতীয় জাতীয় কংগ্ৰেছ
  • ২০১৬: বিমল বৰা, ভাৰতীয় জনতা পাৰ্টি
  • ২০২১: বিমল বৰা, ভাৰতীয় জনতা পাৰ্টি

তথ্য সংগ্ৰহ সম্পাদনা কৰক