ডিব্ৰুগড় (বিধানসভা সমষ্টি)
অসম বিধানসভাৰ ১১৬ নং সমষ্টি
ডিব্ৰুগড় বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ১১৬ হৈছে ডিব্ৰুগড় বিধানসভা সমষ্টিৰ ক্ৰমাংক।[1][2] ডিব্ৰুগড় ডিব্ৰুগড় জিলাৰ সাতটা বিধানসভা সমষ্টিৰ অন্যতম। ই ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত নটা বিধানসভা সমষ্টিৰ এখন। ডিব্ৰুগড় লোকসভা সমষ্টিৰ আন আঠটা বিধানসভা সমষ্টি হ'ল, ডিব্ৰুগড় জিলাৰ মৰাণ, লাহোৱাল, দুলিয়াজান, টিংখং, নাহৰকটীয়া আৰু তিনিচুকীয়া জিলাৰ তিনিচুকীয়া, ডিগবৈ আৰু মাৰ্ঘেৰিটা।
বিধায়কসকল
সম্পাদনা কৰকঅসম বিধান সভাত ডিব্ৰুগড় সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা সদস্যসকলৰ তালিকা তলত উল্লেখ কৰা হ’ল।[3]
- ১৯৫৭: নীলমণি বৰঠাকুৰ, ভাৰতীয় কমিউনিষ্ট পাৰ্টি.
- ১৯৬১ (নিৰ্বাচিত): ৰমেশ চন্দ্ৰ বৰুৱা, ভাৰতীয় জাতীয় কংগ্ৰেছ।
- ১৯৬২: ৰমেশ চন্দ্ৰ বৰুৱা, ভাৰতীয় জাতীয় কংগ্ৰেছ।
- ১৯৬৭: ৰমেশ চন্দ্ৰ বৰুৱা, ভাৰতীয় জাতীয় কংগ্ৰেছ।
- ১৯৭২: ৰমেশ চন্দ্ৰ বৰুৱা, ভাৰতীয় জাতীয় কংগ্ৰেছ।
- ১৯৭৮: কেশৱ চন্দ্ৰ গগৈ, জনতা পাৰ্টি।
- ১৯৮৩: কেশৱ চন্দ্ৰ গগৈ, ভাৰতীয় জাতীয় কংগ্ৰেছ।
- ১৯৮৫: কেশৱ চন্দ্ৰ গগৈ, ভাৰতীয় জাতীয় কংগ্ৰেছ।
- ১৯৯১: কেশৱ চন্দ্ৰ গগৈ, ভাৰতীয় জাতীয় কংগ্ৰেছ।
- ১৯৯৬: কল্যাণ কুমাৰ গগৈ, ভাৰতীয় জাতীয় কংগ্ৰেছ।
- ২০০১ (নিৰ্বাচিত): ড॰ কল্যাণ কুমাৰ গগৈ, ভাৰতীয় জাতীয় কংগ্ৰেছ।
- ২০০১: ড॰ কল্যাণ কুমাৰ গগৈ, ভাৰতীয় জাতীয় কংগ্ৰেছ।
- ২০০৬: প্ৰশান্ত ফুকন, ভাৰতীয় জনতা পাৰ্টি।
- ২০১১: প্ৰশান্ত ফুকন, ভাৰতীয় জনতা পাৰ্টি।
- ২০১৬: প্ৰশান্ত ফুকন, ভাৰতীয় জনতা পাৰ্টি।
- ২০২১: প্ৰশান্ত ফুকন, ভাৰতীয় জনতা পাৰ্টি।[4]
লগতে চাওক
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ Elections in
- ↑ ASSAM ELECTIONS 2016 RESULTS
- ↑ "Dibrugarh Election Result 2021 LIVE: Dibrugarh MLA Election Result & Vote Share - Oneindia" (en ভাষাত). oneindia.com. 2 May 2021. Archived from the original on 27 November 2021. https://web.archive.org/web/20211127064322/https://www.oneindia.com/dibrugarh-assembly-elections-as-116/.
- ↑ "Dibrugarh Assembly constituency - Winners". www.resultuniversity.com. https://resultuniversity.com/election/dibrugarh-assam-assembly-constituency। আহৰণ কৰা হৈছে: 28 December 2020.