দুলিয়াজান (বিধানসভা সমষ্টি)

দুলিয়াজান বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ১১৮ হৈছে দুলিয়াজান বিধানসভা সমষ্টিৰ ক্ৰমাংক।[1][2] দুলিয়াজান ডিব্ৰুগড় জিলাৰ সাতটা বিধানসভা সমষ্টিৰ অন্যতম। ই ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত নটা বিধানসভা সমষ্টিৰ এখন। ডিব্ৰুগড় লোকসভা সমষ্টিৰ আন আঠটা বিধানসভা সমষ্টি হ'ল, ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড়, মৰাণ, লাহোৱাল, টিংখং, নাহৰকটীয়া আৰু তিনিচুকীয়া জিলাতিনিচুকীয়া, ডিগবৈ আৰু মাৰ্ঘেৰিটা

বিধায়ক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক