শিল্পা শেট্টী

ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল

শিল্পা শেট্টী কুন্দ্ৰা (ইংৰাজী: Shilpa Shetty Kundra; জন্ম: ৮ জুন ১৯৭৫)[7] হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল। ১৯৯৩ চনত শ্বাহৰুখ খানৰ সৈতে 'বাজিগৰ' চলচ্চিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ জগতত অভিষেক ঘটোৱাৰ পিছত প্ৰায় ৪০খন হিন্দী, তামিল, তেলুগু আৰু কন্নড় চলচ্চিত্ৰত অভিনয় কৰিছে। শিল্পাই প্ৰথম প্ৰধান চৰিত্ৰত অভিনয় কৰে ১৯৯৪ চনত 'আগ' বোলছবিত। ইয়াৰোপৰি তেওঁ 'ধড়কন' (২০০০) আৰু 'ৰিস্তে' (২০০২) চলচ্চিত্ৰত শক্তিশালী অভিনয় প্ৰদৰ্শন কৰে। ২০০৪ চনত 'ফিৰ মিলিঙ্গে' চলচ্চিত্ৰত এগৰাকী এইড্‌ছ ৰোগীৰ ভূমিকাত অভিনয় কৰি তেওঁ বহুতো পুৰস্কাৰ লাভ কৰিবৰ সক্ষম হয়। তেওঁৰ ভনীয়েক শমিতা শেট্টীও এগৰাকী বলিউড অভিনেত্ৰী।

শিল্পা শেট্টী

২০১৪ চনত শিল্পা শেট্টী
জন্ম অশ্বিনী শেট্টী[1][2]
৮ জুন, ১৯৭৫ (৪৯ বছৰ)[3]
মাঙ্গালোৰ, কৰ্ণাটক, ভাৰত[4][5]
পেচা বলিউডৰ অভিনেত্ৰী, চলচ্চিত্ৰ পৰিচালক, নৃত্য শিল্পী,লেখিকা, ব্যৱসায়ি, মডেল
সক্ৰিয় হৈ থকা সময় ১৯৯৩ চনৰ পৰা
উচ্চতা ৫ ফুট ১০ ইঞ্চি (১.৭৮ মিটাৰ)[6]
দাম্পত্যসঙ্গী ৰাজ কুন্দ্ৰা (বি. ২০০৯)
সন্তান
আত্মীয়-স্বজন শমিতা শেট্টী (ভগ্নী)

চলচ্চিত্ৰপঞ্জী

সম্পাদনা কৰক
 
শিল্পা শেট্টী ২০০৭ চনৰ আইফা পুৰস্কাৰ অনুষ্ঠানত
বছৰ চলচ্চিত্ৰ ভূমিকা ভাষা মন্তব্য
১৯৯৩ গাতে ৰ'হে মেৰা দিল শিল্পা হিন্দী অপ্ৰকাশিত
১৯৯৩ বাজীগৰ সীমা চোপড়া হিন্দী মনোনয়ন—লাক্স বছৰৰ নতুন মুখ ফিল্মফেয়াৰ পুৰস্কাৰ
মনোনয়ন—ফিল্মফেয়াৰ পুৰস্কাৰ শ্ৰেষ্ঠ অভিনেত্ৰী
১৯৯৪ আও প্যাৰ কৰে ছায়া হিন্দী
১৯৯৪ মেয় খিলাড়ী তু আনাড়ী মেনা/বাস্তন্তি হিন্দী
১৯৯৪ আগ বিজলী হিন্দী
১৯৯৫ গেম্বলাৰ ৰিতু হিন্দী
১৯৯৫ হাথকড়ি নেহা হিন্দী
১৯৯৬ মি. ৰোমিঅ' শিল্পা তামিল মি. ৰোমিও হিন্দী ও তেলুগু ভাষাত ডাবিং কৰি মুক্তি দিয়া হয়'
১৯৯৬ ছোটে সৰকাৰ সীমা হিন্দী
১৯৯৬ হিম্মত নিশা হিন্দী
১৯৯৬ সহসা বিৰুদু সাগৰ কন্যা বাংগাৰু তেলুগু সাগৰ কন্যা ছবিৰ ডাবিং হিন্দী ভাষাত মুক্তি দিয়া হয়'
২০০০ তৰকিব প্ৰীতি হিন্দী
২০০৩ গৰ্ব হিন্দী
২০০৫ খামোশ খউফ কী ৰাত সোণীয়া হিন্দী

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Kapoor, Reena (7 December 2014). "Here's why Shilpa Shetty's changed her name" (en ভাষাত). Deccan Chronicle. https://www.deccanchronicle.com/141207/entertainment-bollywood/article/shilpa-shetty%E2%80%99s-real-name-ashwini. 
  2. "What is Shilpa Shetty's real name?" (en ভাষাত). Times Now. 11 May 2018. https://www.timesnownews.com/real-name-of/article/what-is-shilpa-shettys-real-name/226744. 
  3. "Happy birthday Shilpa Shetty: Her 10 pics with husband Raj Kundra". Hindustan Times. https://www.hindustantimes.com/bollywood/happy-birthday-shilpa-shetty-her-10-pics-with-husband-raj-kundra-son-viaan-and-daughter-samisha-that-are-just-perfect/story-CIlhGaoWISoDDtiP01ttcN.html। আহৰণ কৰা হৈছে: 22 October 2020. 
  4. "Shilpa Shetty Biography". Filmy Chef. https://filmychef.com/shilpa-shetty-biography/amp। আহৰণ কৰা হৈছে: 22 October 2020. 
  5. "Hey Kudla Niklekh Pura Namaskara in coming to launch mother child centre at KMC actress Shilpa Shetty". Mangalorean.com. https://www.mangalorean.com/hey-kudla-niklekh-pura-namaskara-im-coming-to-launch-mother-child-centre-at-kmc-actress-shilpa-shetty/. 
  6. "A balancing act". The Hindu. 2006-08-05. https://www.thehindu.com/todays-paper/tp-features/tp-metroplus/a-balancing-act/article3197426.ece. 
  7. "Happy birthday Shilpa Shetty: A stylish star, a mother and an inspiration, here are all the roles she plays to perfection she is the mother of a 5-year-old Y.Vishwa of Hyderabad". Hindustan Times. 8 June 2017. https://www.indianexpress.com/article/entertainment/bollywood/happy-birthday-shilpa-shetty-these-throwback-photos-is-a-gift-for-shilpa-fans-4694281/lite/. "...and thus we celebrate her 42nd birthday..." 

বহিঃসংযোগ

সম্পাদনা কৰক