বঙালী ভাষাৰ ব্যৱহাৰ সম্পাদনা কৰক

পোনপ্ৰথমে আপোনাক অসমীয়া ৱিকিপিডিয়াত বৰঙণি আগবঢ়োৱাৰ বাবে ধন্যবাদ জনালোঁ। আপুনি শেহতীয়াকৈ সৃষ্টি কৰা প্ৰবন্ধসমূহত বঙালী ভাষাৰ ব্যৱহাৰ কৰা মোৰ সৃষ্টিগোচৰ হৈছে। অসমীয়া ভাষা আৰু বঙালী ভাষা দুটা ভিন্ন ভাষা। দুয়োটা ভাষাৰে বাক্যৰ গঠনশৈলী, বানান আদি ভিন্ন। অসমীয়া ভাষাৰ ৱিকিপিডিয়াত কেৱল অসমীয়া ভাষাৰ প্ৰবন্ধহে গ্ৰহণযোগ্য হয়। সেয়ে অনুগ্ৰহ কৰি প্ৰবন্ধসমূহ অসমীয়াত লিখে যেন। বঙালী ভাষা -ৰ সলনি অসমীয়া ভাষাৰ -ৰ ব্যৱহাৰ কে যেন। --SlowPhoton (talk) 02:18, 7 December 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

বিভূতিভূষণ বন্দোপাধ্যায় নামত একাধিক প্রবন্ধ সম্পাদনা কৰক

প্রিয়, টিটান সাহা, আপুনি ইতিমধ্যে বিভূতিভূষণ বন্দোপাধ্যায় নামৰ প্রবন্ধ ৰচনা কৰিছে যদিও অসমীয়া ৱিকিপিডিয়াত বিভূতিভূষণ বন্দ্যোপাধ্যায় নামৰ প্রবন্ধ আগৰ পৰাই আছে । যিটো ২০১৭ চনৰ ১৬ মার্চ তাৰিখত ৰচনা কৰা হৈছিল । ৱিকিপিডিয়াত এজন ব্যক্তিৰ একাধিক প্রবন্ধ গ্রহণযোগ্য নহয় । সেয়েহে পৰবর্তী প্রবন্ধ ৰচনাৰ সময় ভালদৰে অনুসন্ধান কৰি প্রবন্ধ ৰচনা কৰাৰ বাবে অনুৰোধ জনালো । ধন্যবাদ --Amrit barman (talk) 07:55, 27 December 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

প্ৰজেক্ট টাইগাৰ ২.০ | ধন্যবাদ সম্পাদনা কৰক

  ধন্যবাদ
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত স্থানীয় ভাষাৰ সমল বৃদ্ধিৰ উদেশ্যেৰে আয়োজিত প্ৰজেক্ট টাইগাৰ ২.০ শীৰ্ষক সম্পাদনা মেলাত আপুনি আগবঢ়োৱা অমূল্য অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনাক জনাব পাই সুখী হৈছোঁ যে প্ৰজেক্ট টাইগাৰ ২.০-ত অসমীয়া ৱিকিপিডিয়া সমাজৰ ১৮ জন অংশগ্ৰহণকাৰীয়ে ২০৫ টা প্ৰবন্ধ সৃষ্টি কৰি সম্পাদনা মেলাখনক সফল কৰি তোলে। আশা ৰাখিছোঁ আগলৈকে একেই উৎসাহেৰে আপুনি অসমীয়া ৱিকিপিডিয়াৰ শ্ৰীবৃদ্ধিৰ বাবে কাম কৰি যাব৷ ধন্যবাদ। --SlowPhoton (talk) 11:14, 21 January 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

Wiki Loves Women South Asia Barnstar Award সম্পাদনা কৰক

 
 

Greetings!

Thank you for contributing to the Wiki Loves Women South Asia 2020. We are appreciative of your tireless efforts to create articles about Women in Folklore on Wikipedia. We are deeply inspired by your persistent efforts, dedication to bridge the gender and cultural gap on Wikipedia. Your tireless perseverance and love for the movement has brought us one step closer to our quest for attaining equity for underrepresented knowledge in our Wikimedia Projects. We are lucky to have amazing Wikimedians like you in our movement. Please find your Wiki Loves Women South Asia postcard here. Kindly obtain your postcards before 15th July 2020.

Keep shining!

Wiki Loves Women South Asia Team

MediaWiki message delivery (talk) 13:27, 5 July 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters সম্পাদনা কৰক

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.