এই মাহৰ ৱিকিমিডিয়ান, অক্টোবৰ ২০২৪

সম্পাদনা কৰক
  এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ


- দিব্য দত্ত (বাৰ্তা) 17:48, 30 October 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

ৱিকিপিডিয়া এছিয়ান মাহ, ২০২৪

সম্পাদনা কৰক

প্ৰিয় পাপৰি,

ৱিকিপিডিয়া এছিয়ান মাহ, ২০২৪ত তোমাক অংশগ্ৰহণকাৰী ৰূপে দেখি আনন্দিত হ'লোঁ। প্ৰতিযোগিতা শেষ হবলৈ মাজত মাথোঁ আৰু দুটা দিন বাকী। আশাকৰোঁ এই দুদিনত এটা-দুটা প্ৰৱন্ধ লেখি প্ৰতিযোগিতাখনিলৈ তোমাৰ বৰঙণি আগবঢ়াবা।

JyotiPN (বাৰ্তা) 19:39, 12 December 2024 (ইউ.টি.চি.)JyotiPNউত্তৰ দিয়ক

এছিয়ান মাহৰ সহযোগী

সম্পাদনা কৰক
  এছিয়ান মাহৰ সহযোগী
হে ৱিকিসতীৰ্থ,

শেহতীয়াকৈ ৱিকিপিডিয়াত অনুষ্ঠিত এছিয়ান মাহ ২০২৪ সম্পাদনা মেলাত অংশগ্ৰহণ কৰি বৰঙণি আগবঢ়াই প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰাত আগভাগ লোৱাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য সন্মান আগবঢ়ালোঁ। আশা কৰোঁ এইবেলিৰ দৰে অহাবছৰো এইখিনি সময় আপুনি আমাৰ সৈতে সাহস হৈ থাকিব। ধন্যবাদেৰে,
অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ,
ৰুমি বৰা
প্ৰাণজ্যোতি নাথ
চাণক্য কুমাৰ দাস

চাণক্য (বাৰ্তা) 13:11, 15 December 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক