মৃদুল চন্দ্ৰ শৰ্মা
নমস্কাৰ, মৃদুল চন্দ্ৰ শৰ্মা
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
প্ৰবন্ধ লিখা সম্পৰ্কে
সম্পাদনা কৰকনমস্কাৰ, শেহতীয়াকৈ আপুনি ৰেচম সম্পৰ্কীয় সংশোধনৰ বাবে সম্পাদনা কৰা দেখি আনন্দিত। কিন্তু ৱিকিপিডিয়াত কোনো ব্যক্তিগত ব্লগ বা ফেইচবুক পেজৰ লিংক তথ্য হিচাপে গ্ৰহণ কৰা নহয়। এয়া প্ৰচাৰমূলক বিষয় হিচাপেহে গণ্য কৰা হয়। ইয়াৰোপৰি তথ্য মূলকভাৱে নিৰপেক্ষ দৃষ্টিভংগীৰে লিখা বাক্য আদিহে গ্ৰহণযোগ্য। গৱেষণামূলক মৌলিক প্ৰবন্ধ গ্ৰহণযোগ্য নহয়। -Nayan j Nath (বাৰ্তা) 11:06, 24 August 2022 (ইউ.টি.চি.)
- M.C. Sarmah et al (2013) Ericulture a comprehensive profile. Published by Director, Department of Sericulture BTC Kokrajhar, Assam.
- ড° মৃদুল চন্দ্ৰ শৰ্মা (২০২১) অসমৰ ৰেচম শিল্প: এক বিস্তাৰিত পৰ্যালোচনা । কিতাপ 'হেংদাং' । সম্পাদনা: শ্ৰী মুকুট শৰ্মা। প্ৰকাশক : বীৰ লাচিত সেনা, অসম।
-[সদস্য:মৃদুল চন্দ্ৰ শৰ্মা|মৃদুল চন্দ্ৰ শৰ্মা] (বাৰ্তা) 15:58, 24 August 2022 (ইউ.টি.চি.)
উদগণি বঁটা
সম্পাদনা কৰকধন্যবাদ জ্ঞাপন কৰিলো মৃদুল চন্দ্ৰ শৰ্মা (বাৰ্তা) 15:40, 9 September 2022 (ইউ.টি.চি.)