তথ্যসূত্ৰ

সম্পাদনা কৰক

পোনপ্ৰথমে আপোনাক অসমীয়া ৱিকিপিডিয়াত বৰঙণি আগবঢ়োৱাৰ বাবে ধন্যবাদ জনালোঁ। আপুনি শেহতীয়াকৈ সৃষ্টি কৰা প্ৰবন্ধসমূহত তথ্যসূত্ৰ ৰূপে ফেইচবুকৰ প'ষ্ট ব্যৱহাৰ কৰা সৃষ্টিগোচৰ হৈছে। ৱিকিপিডিয়াৰ নিয়ম অনুসৰি চচিয়েল মিডিয়াৰ প'ষ্ট, ব্লগ আদি তথ্যসূত্ৰ ৰূপে দিব নোৱাৰি। তথ্যসূত্ৰ ৰূপে আপুনি গ্ৰন্থ, বাতৰি-কাকত, আলোচনী আদি দিব পাৰে। অধিক তথ্যৰ বাবে এই লিঙ্ক চাব পাৰে। --SlowPhoton (talk) 05:22, 9 December 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

প্ৰজেক্ট টাইগাৰ ২.০ | ধন্যবাদ

সম্পাদনা কৰক
  ধন্যবাদ
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত স্থানীয় ভাষাৰ সমল বৃদ্ধিৰ উদেশ্যেৰে আয়োজিত প্ৰজেক্ট টাইগাৰ ২.০ শীৰ্ষক সম্পাদনা মেলাত আপুনি আগবঢ়োৱা অমূল্য অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনাক জনাব পাই সুখী হৈছোঁ যে প্ৰজেক্ট টাইগাৰ ২.০-ত অসমীয়া ৱিকিপিডিয়া সমাজৰ ১৮ জন অংশগ্ৰহণকাৰীয়ে ২০৫ টা প্ৰবন্ধ সৃষ্টি কৰি সম্পাদনা মেলাখনক সফল কৰি তোলে। আশা ৰাখিছোঁ আগলৈকে একেই উৎসাহেৰে আপুনি অসমীয়া ৱিকিপিডিয়াৰ শ্ৰীবৃদ্ধিৰ বাবে কাম কৰি যাব৷ ধন্যবাদ। --SlowPhoton (talk) 11:12, 21 January 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

Project Tiger 2.0 - Feedback from writing contest participants (editors) and Hardware support recipients

সম্পাদনা কৰক
 
tiger face

Dear Wikimedians,

We hope this message finds you well.

We sincerely thank you for your participation in Project Tiger 2.0 and we want to inform you that almost all the processes such as prize distribution etc related to the contest have been completed now. As we indicated earlier, because of the ongoing pandemic, we were unsure and currently cannot conduct the on-ground community Project Tiger workshop.

We are at the last phase of this Project Tiger 2.0 and as a part of the online community consultation, we request you to spend some time to share your valuable feedback on the Project Tiger 2.0 writing contest.

Please fill this form to share your feedback, suggestions or concerns so that we can improve the program further.

Note: If you want to answer any of the descriptive questions in your native language, please feel free to do so.

Thank you. Nitesh Gill (talk) 15:57, 10 June 2020 (UTC)

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters

সম্পাদনা কৰক

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.