Jyoti Chiring
নমস্কাৰ, Jyoti Chiring
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
— AdoroniBot (বাৰ্তা) 12:36, 13 June 2022 (ইউ.টি.চি.)
- ধন্যবাদ সকলোলৈকে Jyoti Chiring (বাৰ্তা) 06:14, 27 August 2023 (ইউ.টি.চি.)
স্বাধীনতা সংগ্ৰামী এডিটাথন পদক
সম্পাদনা কৰকহে ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত চলি থকা স্বাধীনতা সংগ্ৰামীৰ জীৱন-ভিত্তিক পষেকীয়া এডিটাথনৰ প্ৰতি আপুনি দেখুওৱা উৎসাহ আৰু ইয়ালৈ আগবঢ়োৱা বৰঙনিৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। -অসমীয়া ৱিকিমিডিয়া সমাজ |
এছিয়ান মাহৰ সহযোগী
সম্পাদনা কৰকএছিয়ান মাহৰ সহযোগী | ||
হে ৱিকিসতীৰ্থ,
শেহতীয়াকৈ ৱিকিপিডিয়াত অনুষ্ঠিত এছিয়ান মাহ ২০২৪ সম্পাদনা মেলাত অংশগ্ৰহণ কৰি বৰঙণি আগবঢ়াই প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰাত আগভাগ লোৱাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য সন্মান আগবঢ়ালোঁ। আশা কৰোঁ এইবেলিৰ দৰে অহাবছৰো এইখিনি সময় আপুনি আমাৰ সৈতে সাহস হৈ থাকিব। ধন্যবাদেৰে,
|