ৱিকিপিডিয়া:স্বাধীনতা সংগ্ৰামীৰ জীৱন-ভিত্তিক পষেকীয়া এডিটাথন

২০২৩ চনৰ স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত অসমৰ ব্যক্তিসকলৰ জীৱনী সংগ্ৰহৰ এক প্ৰচেষ্টা লোৱাৰ বাবে ১৫ আগষ্টৰ পৰা ২৯ আগষ্টলৈ পোন্ধৰদিনীয়া এক এডিটাথনৰ আয়োজন কৰা হৈছে৷ এই এডিটাথনত অসমীয়া ৱিকিপিডিয়াত নথকা বা অতি চমুকৈ উল্লেখ থকা অসমীয়া স্বাধীনতা সংগ্ৰামীসকলৰ জীৱনী বহলাই লিখা হ’ব৷

প্ৰবন্ধৰ তালিকা সম্পাদনা কৰক

বিস্তাৰ কৰিবলগীয়া প্ৰবন্ধ সম্পাদনা কৰক

নতুনকৈ লিখিবলগীয়া প্ৰবন্ধ সম্পাদনা কৰক

নিয়মাৱলী সম্পাদনা কৰক

  • এই এডিটাথন সকলোৰে বাবে মুকলি৷ ৱিকিপিডিয়াত সম্পাদনা কৰিব জনা সকলো ব্যৱহাৰকাৰীয়ে লগইন কৰাৰ পাছত ইয়াত ভাগ ল’ব পাৰিব৷
  • প্ৰবন্ধসমূহ ১৫ আগষ্টৰ পুৱা দহ বজাৰ পৰা পৰা ২৯ আগষ্টৰ নিশা ১২ বজাৰ ভিতৰত বিস্তাৰ অথবা সৃষ্টি কৰিব লাগিব।
  • প্ৰবন্ধসমূহ ৱিকিপিডিয়াৰ নীতি অনুসৰি সঠিক তথ্যসূত্ৰ (অতি কমেও তিনিটা) সহকাৰে বিস্তাৰ অথবা সৃষ্টি কৰিব লাগিব।
  • প্ৰবন্ধসমূহত কোনোধৰণৰ কপিৰাইট উলংঘন তথা উল্লেখনীয় সমস্যা থাকিব নালাগিব।

অংশগ্ৰহণকাৰীসকল‎ সম্পাদনা কৰক

  1. Pranamikaadhikary (বাৰ্তা) 14:06, 13 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. চন্দন চিৰিং ফুকন ✉️ 14:24, 13 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. Nayan j Nath (বাৰ্তা) 09:15, 14 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. Jyoti Chiring (বাৰ্তা) 05:11, 15 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. Medhi jyoti (বাৰ্তা) 17:01, 15 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6. 𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 04:33, 16 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7. BhuyanBhaskar (বাৰ্তা) 10:32, 16 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]