অক্লান্ত কৰ্মী পদক
আপুনি অসমীয়া ৱিকিপিডিয়াক ঠন ধৰি উঠিবলৈ অক্লান্তভাৱে সাৰ পানী যোগান ধৰি থকাৰ বাবে অশেষ ধন্যবাদ। লগতে শেহতীয়াকৈ Admin-ৰ গুৰুদায়িত্ব লোৱা বাবেও স্বাগতম আৰু ধন্যবাদ। মোৰ লগতে অসমীয়া সমাজে আপোনালোকৰ ৱিকি-বৰঙণিৰ বাবে কৃতাৰ্থ হৈ ৰ’ব।

বিৰাজ কুমাৰ কাকতি 12:37, 14 অক্টোবৰ 2011 (UTC)


Dear Psneog,

I am so happy to see you that you are an active wikipedian in this wiki. I hope we will have some more pages for this wiki. Are you from Silchar? I visited Silchar couple of time before. Please see my article about শিলচর. I will be very happy if we can exchange some idea. I am form Bishnupriya Manipuri Wikipedia. বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত ৱিকিপেদিয়া খোলা হইছে, আপুনি Visit করিলে ধন্যবাদ কৰিব।

উত্তম সিংহ ১৬:৫৭, ১৬ January ২০০৭ (UTC)

ধন্যবাদ, আপোনাৰ পত্ৰ পাই উত্সাহ পালো|

মোৰ ঘৰ যোৰহাতত| বৰ্তমান মই চাকৰিৰ দায়িত্বত শিলসৰত আছো| নিশ্ছয়, মই বিষ্ণুপ্ৰীয়া wikipedia-ৰ খবৰ ৰাখিছো আৰু মোৰ বিষ্ণুপ্ৰীয়া ছাত্ৰ-ছাত্ৰীসকলকো তাত লিখিবলৈ উত্সাহ দিছো| মোৰ ফালৰপৰাও আপোনালোকলৈ শু্ভেচ্ছা থাকিল|

Psneog ১৩:২০, ১৮ January ২০০৭ (UTC)

Thanks for your nice comments. It would be great idea if you encourage your students. Thanks -উত্তম সিংহ ২১:০০, ১৮ January ২০০৭ (UTC)

Just I am curious. Which one is the correct spelling of your name?

প্ৰভাকৰ শৰ্মা নেওগ or প্রভাকৰ শর্মা নেওগ। Thanks. উত্তম সিংহ ০২:০০, ২৩ January ২০০৭ (UTC)

- প্ৰভাকৰ শৰ্মা নেওগ (PRABHAKAR SARMA NEOG) ... why?

Psneog ০৫:০১, ২৪ January ২০০৭ (UTC)

Just I am trying to learn spelling system. If you do not mind, please tell me which way to write: প্রথম or প্ৰথম, and see the following picture which is taken from http://www.xobdo.org/

  Thanks. -উত্তম সিংহ ২২:০৮, ২৪ January ২০০৭ (UTC)

Please also check following website: http://www.language-museum.com/a/assamese.php

উত্তম সিংহ ২২:১৫, ২৪ January ২০০৭ (UTC)

I have heard about your effort towards the Oxomiya wikipedia in a group(assam_in_bangalore) mail. Nice to see your changes in the front page.

Sadly on my part, I have not been able to contribute to the wikipedia work for last couple of months because of my professional commitments. Perhaps we can figure out some topics among ourselves and start writing those. Your thoughts are always welcome.

I initially thought this as an abandoned wikipedia like Gujarati, Kashmiri, Tibetan etc. However, I am happy to find that people are active over here. The number of articles is very less over here which does not correspond to the large number of edits and users. I think you can run a bot to create basic articles on Indian cities which can be worked upon by the other users. Also, it would be easier to translate articles from Bangla and Manipuri wikipediae so that you can get readymade articles in the same script. If you need the bot script, you can contact Usingha or Manipuri or Ragib of Bangla. Thank you.--Eukesh ১৪:০০, ৩ February ২০০৭ (UTC)

Its really nice to have someone who knows Nepali over here! Please feel free to contact me at my Nepal Bhasa page here if required. Thank you.--Eukesh ২২:১৭, ১৬ February ২০০৭ (UTC)

 
THANKYOU SO MUCH Prabhakar for your Excellent Translation effort!
I am very very Grateful.
May you be Blessed!
(For your information, those paragraphs are needed for This Article).
If you want any of your favourite articles to be translated into the Chinese language, then I would certainly be glad help you.
Yours Sincerely, From --Jose77 ০৫:৪৪, ২০ May ২০০৮ (UTC)

I saw you have already started translation of MediaWiki messages to Assamese. Mail me if you require any help. My ID is shijualexonline@gmail.com --Shijualex ০৮:২৩, ৫ জুন ২০০৮ (UTC)

If there is localisation work done on this project, we are quite happy to import it into Betawiki... I noticed that you started the localisation work there.. I am really pleased with this :) The most used messages are the most relevant ones.. Obviously there is more ... If you need assistance.. give us a shout and maybe try the IRC channel that we operate... Thanks, GerardM ১০:৫২, ৫ জুন ২০০৮ (UTC)

নেওগ ডাঙৰীয়া, চিষ্টেম মেছেজবোৰ হিন্দীত হোৱা কাৰণে বৰ দিগদাৰ হৈছে| পুণৰ ইংৰাজীলৈ কেনেকৈ সলনি কৰিব পাৰি চাবচোন|

gahori ০২:১৭, ২১ জুলাই ২০০৮ (UTC)

নেওগ ডাঙৰীয়া,

আপোনাৰ বতৰাটোৰ বাবে ধন্যবাদ| পাছে এনেধৰণৰ গুৰূত্বপূৰ্ণ সালসলনি কোনে কৰিছে চাবচোন| যদি প্ৰয়োজন হয়, তেনেহলে এনেধৰণৰ সালসলনি কৰাৰ আগতে অসমীয়া ৱিকিপিডিয়াৰ সকলো সদস্যৰ মতামত লোৱাটো বাঞ্চনীয়|

শ্ৰদ্ধাৰে, सदस्य:Priyankoo ১৮:৪৪, ২১ জুলাই ২০০৮ (UTC)

নমস্কাৰ, নেওগ ডাঙৰীয়া, বহুদিন ব্যস্ততাৰ কাৰণে কাম কৰিবলৈ সময় পোৱা নাই৷ এতিয়া কিছু কাম মাজে মাজে কৰিব পাৰিম বুলি ভাবিছোঁ৷ কিন্তু ইয়াৰ বহুটো বিষয় হিন্দীত হোৱা বাবে কিছু অসুবিধা হৈছে৷ কেনেবাকে ইংৰাজীত কৰিব পাৰিনেকি ? জনাব৷ শ্ৰদ্ধাৰে‌‌‌‌‌‌ Anjal Borah ০৭:০৭, ২৬ জুলাই ২০০৮ (UTC)


ডাঙৰীয়াসকল,
আখৰবোৰ হিন্দী হোৱাৰ দোষটো এই অধমৰে। প্রথম পৃষ্ঠাৰ কিছুমান মেচেজৰ বানান শুদ্ধ কৰিবলৈ যত্ন কৰোঁতে translatewiki-ৰ কথা গম পালোঁ। তাত গৈ দেখিলোঁ অসমীয়া বিভাগ নায়েই। তাতে প্রথমে আৰম্ভ কৰোঁতে fallback language দিব লাগে। মই default বুলি থৈ দিলোঁ। গতিকে নজনাৰ দোষতে ঘটনাটো ঘটিল। পাছত দেখা পাই ভাবিলোঁ
  1. হিন্দী ৰা্ষ্ট্রভাষা যেতিয়া ৰাইজৰ ইমান অসুবিধা নহ'ব চাগে।
  2. হিন্দী ৱিকিপিডীয়াৰ অনুবাদটো চকুৰ আগত ওলাই থাকিলে ভবিষ্যতৰ অনুবাদকৰ সুবিধা হ'ব।
  3. যিহেতু translatewiki ও সকলোৰে কাৰণে খোলা, কাৰোবাৰ অসুবিধা হ'লে নিজেও সলনি কৰি ল'ব পাৰিব।
পা্ছত কোনো কোনোৱে আপত্তি কৰাৰ কাৰণে মই সলনি কৰিবলৈ যত্ন কৰিছোঁ, কিন্তু সময়ৰ নাটনিৰ কাৰণে চাইচিতি কৰিব পৰা নাই। অনুগ্রহ কৰি ক্ষমা কৰিব।
অনুমতি নোলোৱাৰ বাবেও মই ৱিকিপিডীয়াৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিলোঁ। আচলতে এনে অনুমতি/মতামত লোৱাৰ সৰ্বসন্মত আৰু সৰ্বজনবিদিত প্রক্রিয়া এটা আমাৰ অসমীয়া ৱিকিপিডীয়াৰ কাৰণে আৰম্ভ কৰিব লাগিছিল।
দৰাচলতে মই এই বিষয়টোৰ আগতেও অবতাৰনা কৰিছোঁ। "অসমীয়া ৱিকি-সমাজ" পৃষ্ঠা চাওক।
Psneog ১২:৩৭, ২৮ জুলাই ২০০৮ (UTC)

Message বোৰ হিন্দিত থকাৰ বাবে অনুবাদ কৰিবলৈ সুবিধাই হৈছে দিয়ক, কাৰণ মই অনুবাদ কৰোতে কেইবাবাৰো হিন্দি শব্দবোৰৰ সহায় লৈছো; যিহেতু দুয়োটা ভাষাৰ মূল একে (সংস্কৃত) সেয়েহে ই সহায়ক হৈছে।

Raju ১৫:০৭, ২৮ জুলাই ২০০৮ (UTC)

উপভোক্তা সম্পাদনা কৰক

আচলতে "উপভোক্তা" মানেও প্ৰকৃততে Consumur হয় ৷ user-ৰ কাৰণে "ব্যৱহাৰকাৰী" শব্দটোহে মই প্ৰছন্দ কৰোঁ ৷ এই বিষয়ে আমি কৰা প্ৰজেক্টত প্ৰথমতে কাম কৰোঁতে বহুত সমস্যাত পৰিছিলোঁ ৷ পিছত CIIL-ৰ মতে "উপভোক্তা" কৰা হৈছিল ৷ কিন্তু ইয়াত সৰ্বসন্মত ক্ৰমে "ব্যৱহাৰকাৰী" কৰিব পাৰিলে ভাল হ্য়নেকি ভাবি চাবচোন ৷ কিন্তু "ভোক্তা" কৰাত মোৰ আপত্তি আছে ৷ কাৰণ অভিধানিক ভাৱেও ইয়াৰ অৰ্থ হ'ব 'কোনো বস্তু ভোগ কৰোঁতা' ৷ বিষয়বস্তুৰ পৰা কিছু আঁতৰি আহিব নেকি ? (Anjal Borah ০৯:২০, ২ আগষ্ট ২০০৮ (UTC))


ভোক্তা বা ব্যৱহাৰকৰ্তা/কাৰী - যিকোনো এটা হ'লেই হ'ল। উপভোক্তা শব্দটো যিহেতু আজিকালি "গ্রাহক" বুলি বেছি পৰিচিত, সেয়েহে মই ব্যৱহাৰকাৰী-ৰ আলংকাৰিক অথচ চুটি ৰূপ হিচাবে ভোক্তা আগবঢ়াইছিলোঁ। ব্যৱহাৰকৰ্তা হোৱাত আপত্তি নাই। - Psneog ০৫:৫৫, ৫ আগষ্ট ২০০৮ (UTC)


ব্যৱহাৰকৰ্তা শব্দটোও বেয়া নহয় ৷ গতিকে ৰাখিব পাৰি ৷ Anjal Borah


তেনেহ'লে "উপভোক্তা" বিলাক সলনি কৰাৰ কাম আৰম্ভ কৰিব পাৰি | (Anjal Borah ০৭:১৭, ৬ আগষ্ট ২০০৮ (UTC))

অসমৰ সুপ্ৰসিদ্ধ মানুহ সম্পাদনা কৰক

ৱিকিপিডিয়াৰ সন্মুখ পৃষ্ঠাত অসমৰ সুপ্ৰসিদ্ধ মানুহ বাক্যটো ভুল হৈ আছে ৷ সেইবাবে লিঙ্ক হোৱা নাই ৷ মই অসমৰ সুপ্ৰসিদ্ধ মানুহ হিচাপে এটা বৰ্গত আজি নতুনকৈ ভবেন্দ্ৰ নাথ শইকীয়া সহ আগৰ আন দুজনক অন্তৰ্ভুক্ত কৰিছোঁ ৷ সন্মুখ পৃষ্ঠাৰ শব্দটো কোনোবা এডমিন এজনেহে শুদ্ধ কৰিব পাৰিবনেকি ? আগতেও মই এই কথা অনুকিয়াইছিলোঁ ৷ শুদ্ধ নহ'ল ৷

(Anjal Borah ১২:৩৮, ৭ আগষ্ট ২০০৮ (UTC))

সম্ভাৰত মোৰ ৱিকিপিডিয়াৰ ওপৰত প্ৰৱন্ধ সম্পাদনা কৰক

শ্ৰদ্ধাৰ...

৭ তাৰিখৰ দেওবাৰৰ অসমীয়া প্ৰতিদিন কাকতৰ সম্ভাৰত মোৰ ৱিকিপিডিয়াৰ ওপৰত প্ৰৱন্ধ এটা প্ৰকাশ পাইছে, পঢ়ি চাব , নহ'লে আপোনাৰ মেইল ঠিকনাটো দিব মই পঠিয়াই দিম ৷ কেনে হৈছে জনাব মোৰ ঠিকনা - anjal_borah@indiatimes.com

মাত্ৰাসমূহ সম্পাদনা কৰক

বহুটো লেখাত শব্দবোৰৰ পৰা মাত্ৰাবোৰ আঁতৰি অহা দেখা পোৱা গৈছে৷ মই আগতে লেখা বা সম্পাদনা কৰাসমূহটো মাত্ৰাসমূহ আঁতৰি আহিছে৷ ইয়াক মেনুৱেলি ঠিক কৰিব লাগিবনেকি? নে কিবা কাৰিকৰী বিজুটিৰ বাবে এনে হৈছে৷ মই উইণ্ড' ভিচটা ব্যৱহাৰ কৰোঁ৷ আপোনাৰ ছিষ্টেমত সঠিক দেখা পোৱা গৈছেনেকি? Anjal Borah

নতুন বেটুপাতৰ বানানবোৰ শুদ্ধ কৰিলোঁ | Gitartha.bordoloi ১১:১২, ৩ আগষ্ট ২০১১ (UTC)

নীলা ৰঙৰ ল’গ’টো অলপ সৰু হৈছে আৰু ৰিজ’লিউছনো অলপ কম নেকি ? প্ৰিয়াংকু দাই প্ৰথমতে দিয়া ক’লা ল’গ’টোৰ আকাৰ আৰু ৰিজ’লিউছন চাওকচোন |আৰু ম‍ই "বিশেষ"ৰ প‍ইণ্ট মাত্ৰ দুটা কৰি ৰাখিছোঁ | চাব | Gitartha.bordoloi ০৯:৪১, ৮ আগষ্ট ২০১১ (UTC)

Invite to WikiConference India 2011 সম্পাদনা কৰক

 

Hi Psneog,

The First WikiConference India is being organized in Mumbai and will take place on 18-20 November 2011.
You can see our Official website, the Facebook event and our Scholarship form.

But the activities start now with the 100 day long WikiOutreach.

Call for participation is now open, please submit your entries here. (last date for submission is 30 August 2011)

As you are part of Wikimedia India community we invite you to be there for conference and share your experience. Thank you for your contributions.

We look forward to see you at Mumbai on 18-20 November 2011

Assamese numeral support সম্পাদনা কৰক

Hi Could please delete the script from Common.css? the bug was submitted and resolved. https://bugzilla.wikimedia.org/show_bug.cgi?id=30864 http://www.mediawiki.org/wiki/Special:Code/MediaWiki/96829 --Jayantanth ১০:০০, ১২ চেপ্তেম্বৰ ২০১১ (UTC)

Sorry to write English. Because my Assamees is not good but I can understand and read. Hi I am Jayanta from Bengali Wikipedia. I and with over Wikimedia Indian Chapter are in planning to promote all Indic language. I personally promote Bengali wikipedia in West Bengal. I also try to promote Assamese Wikipedia in Assam. I dont know where you live. Our next action of plan to promote Assamese Wikipedia in Assam. So please introduce yourself or any one who lives in Assam and wish to contribute in Assamese Wikipedia. Admins of this wikipedia (* Chaipau/ Sangeeta/Samuzzal/ Anjal Borah) may help us. Please contact with us at wikimediaindia-l@lists.wikimedia.org.

Jayantanth ১৫:৫৮, ১৪ চেপ্তেম্বৰ ২০১১ (UTC)

বেটুপাতৰ "প্ৰৱন্ধ" শব্দটো "প্ৰবন্ধ" হ'ব আৰু ইন্‌পুট্‌ বক্সৰ তলত "কেবল"টো "কেৱল" হ'ব। ঠিক কৰি দিব। Gitartha.bordoloi 18:51, 8 অক্টোবৰ 2011 (UTC)

আজিৰ নিৰ্বাচিত চিত্র সম্পাদনা কৰক

Wikimedia Commonsৰ পৰা লিংক লগাব পাৰিলে ভাল আছিল৷ সদায় ছবিবোৰ manually সলনি কৰিব লাগিলে অসুবিধা নহবনে?
অম্লান 17:19, 11 অক্টোবৰ 2011 (UTC)

Thank you. I don't know the technical things much, but I would love to learn. I will join the " NIT Silchar Software Engineering Study Group" page.
অম্লান 02:31, 12 অক্টোবৰ 2011 (UTC)

সহায়:Contents সম্পাদনা কৰক

প্ৰতিখন পৃষ্ঠাৰ ওপৰত "If you are not able to view Assamese properly, please click here" বুলি "সহায়:Contents" পৃষ্ঠাৰ যিটো লিংক আছিল, তাৰ কথাখিনি দেখোন আপুনি সলাই দিলে। আগতে তাত অসমীয়া দেখা নাপালে কি কৰিব লাগে আৰু অসমীয়া টাইপিং টুলৰ কথা আছিল। সেইখিনি থকা উচিত। Gitartha.bordoloi 09:20, 12 অক্টোবৰ 2011 (UTC)

অক্লান্ত কৰ্মী পদক সম্পাদনা কৰক

"অক্লান্ত কৰ্মী পদক" প্ৰদান কৰাৰ বাবে অশেষ ধন্যবাদ। --অম্লান 13:58, 14 অক্টোবৰ 2011 (UTC)



pirateস of sillicon valley সম্পাদনা কৰক

চাইছোঁ চিনেমাখন। বঢ়িয়া! কিয় যে শিলচৰ আৰ.ই.চি. বাদ দি মেডিকেল পঢ়িবলৈ আহিছিলো!!!!! এইটো দুখ সদায় থাকি যাব।

বৰ ভাল কৰিলে এইখন এৰি - ইয়াত এতিয়া patty politician-r বাঁহ


An Invite to join the Wikimedia India Chapter সম্পাদনা কৰক

 
- - - - - - - - - - - - Wikimedia India Chapter - - - - - - - - - - - -
Hi Psneog,

Greetings from the Wikimedia India Chapter !

Wikimedia India is an autonomous non-profit organization. The objective of the Chapter is to educate Indian public about availability and use of free and open educational content and build capacity to access and contribute to such resources in various Indian languages and in English. It works in coordination with Wikimedia Foundation and the Wikipedian community to promote building and sharing of knowledge through Wikimedia projects.

As you have shown an interest in articles related to India we thought you might be interested in knowing about the Wikimedia India chapter, its activities, volunteering and process to gain membership to the society. We need your help.

More details can be found at Our Blog  • Our Wiki
We welcome you to join and particpate in the India Chapter's activites. To join the chapter please click here. We thank you for your your contributions thus far and look forward to your continued participation.


Sincerely,
On behalf of the Wikimedia India chapter.

--Naveenpf 08:02, 6 নভেম্বৰ 2011 (UTC)

Hi, We are planning to conduct WikiAcademies across India. Can you please help to translate the Wiki Academy Brochure ? [1] . Please feel free to mail @ naveenpf at wikimedia dot in --Naveenpf 08:02, 6 নভেম্বৰ 2011 (UTC)

এতিয়ালৈকে মই কোনো অসুবিধা পোৱা নাই। কিবা সমস্যা হলে আপোনাক জনাম। --অম্লান 09:09, 6 নভেম্বৰ 2011 (UTC)

I think in GNOME, 'G' is silent. So it is pronounced as ন'ম, not জীন'ম. --অম্লান 13:36, 7 নভেম্বৰ 2011 (UTC)

Translation Policy of CS Terms, and Glossary সম্পাদনা কৰক

আপুনি আৰম্ভনিতো কৰি দিয়ক। মই যিমান পাৰো বৰঙণি আগবঢ়াবলৈ চেষ্টা কৰিম। --অম্লান 17:21, 9 নভেম্বৰ 2011 (UTC)

Can you help me with the Assamese term for "binary" and "logic gate"? I have searched in xobdo.org. It says: দ্বিঅংগী, দ্বিক, and যুগ্মক. Will it be দ্বিঅংগী সংখ্যা পদ্ধতি (Binary numeral system)? The Bangla wiki calls it বাইনারি সংখ্যা পদ্ধতি and in Hindi wiki it is द्वयाधारी संख्या पद्धति. The Google translate (English to Bangla) for "binary" is "দ্বিমূল".
--অম্লান 10:50, 11 নভেম্বৰ 2011 (UTC)

ধন্যবাদ। মই "বাইনাৰী নাম্বাৰ চিষ্টেম" নামৰ এখন পৃষ্ঠা সৃষ্টি কৰিম আৰু "বাইনাৰী সংখ্যা প্রণালী"-ক তালৈ redirect কৰি দিম।
আপুনি technical terms-ৰ বাবে policy page খনৰ আৰম্ভনিতো পাৰিলে কৰি দিয়কচোন। মই যিমান পাৰো বৰঙণি আগবঢ়াবলৈ চেষ্টা কৰিম।
And for the image of Bhupenda's signature, I will not be able to provide any valid source. I collected it from facebook and later edited using Photoshop to make the background transparent.

Thanks for the barnstar. You can ping me for any such help. As I am not a facebook user, sorry for your invitation to the group.

With warm regards. --Vssun 15:22, 24 নভেম্বৰ 2011 (UTC)

অ' মই সাঁচ:Infobox settlement/mi2km2 আৰু সাঁচ:Infobox settlement/areadisp টো পোনে পোনে ইংৰাজীৰ পৰা কপীহে কৰিছিলোঁ। একো সলোৱা নাই। কামত দিয়া নাই হ'বলা :( Gitartha.bordoloi 07:59, 25 নভেম্বৰ 2011 (UTC)

মই ১৪ ডিচেম্বৰত দিল্লীৰ পৰা যামেই। জানুৱাৰীত অসমত দুটা পৰীক্ষা আছে ! আমি সৰু-সুৰা মিটিং ফে'চবুকতো মেচেজ কৰি পাতিব পাৰোঁ। আগৰণুৱাকেইজনক তাত যোগ কৰিলেই হ'ল। Gitartha.bordoloi 08:18, 25 নভেম্বৰ 2011 (UTC)

মোৰ end semester exam সোমবাৰৰ পৰা পৰা আৰম্ভ হ'ব। সেয়ে এইকেইদিন অলপ ব্যস্ত থাকিম। আপুনি বিচৰা পেৰাটো মই ১৫ ডিচেম্বৰৰ পাছতহে মেইল কৰি দিব পাৰিম।
--অম্লান 07:28, 26 নভেম্বৰ 2011 (UTC)

ৱিকিপিদিয়াত অসমীয়া বিভাগত থকা সদস্য সংখ্যা সম্পাদনা কৰক

অসমীয়া ৱিকিপিদিয়াত বৰ্তমানলৈ কিমান সক্ৰিয় ব্যৱহাৰকাৰী আছে জানিব পাৰোনে? সদস্যৰ তালিকাখন বিচাৰি উলিয়াব পৰা নাই| পাৰে যদি দিবচোন|
উত্তৰটোৰ বাবে ধন্যবাদ|

তথ্যপেৰা সাঁচ সম্পাদনা কৰক

"যোৰহাট"ৰ তথ্যপেৰাত "Location of যোৰহাট in অসম"টো সম্পূৰ্ণ অসমীয়া কৰি দিবচোন। "যোৰহাট জিলা"ত থকা About সাঁচটো অসমীয়া কৰি দিব। লগতে তাৰ তথ্যপেৰাটো দুটামান কথা ইংৰাজী হৈ আছে। Gitartha.bordoloi 11:26, 26 নভেম্বৰ 2011 (UTC)

বেটুপাতৰ বিস্তৃত সূচী সম্পাদনা কৰক

মই বেলেগ এখন "বেটুপাতৰ বিস্তৃত সূচী" ইয়াত তৈয়াৰ কৰিছো।
If you like this, we can replace the existing one.
--অম্লান জ্যো ব 10:47, 28 নভেম্বৰ 2011 (UTC)

To be honest, I have not understood most of the things you have just said, but I agree with the "Wikipedia is not Assam tourism website" thing. Anyways after my exam, I will call you and learn about this "Portal" stuff. Here is my cell phone number 9957631354.
--অম্লান জ্যো ব 17:23, 28 নভেম্বৰ 2011 (UTC)

ৱিকি ট্রেইনিং সম্পাদনা কৰক

নিশ্চয়। আপোনাক ফোন নকৰাৰ বাবে বেয়া নাপাব। সম্পূৰ্ণ আজৰি হৈ মই আপোনাৰ লগত আলোচনা কৰাতো বিচাৰিছোঁ।
--অম্লান জ্যো ব 09:28, 2 ডিচেম্বৰ 2011 (UTC)

সম্পাদনা সম্পাদনা কৰক

দাদা, একে সময়তে এটা পৃষ্ঠা যদি কেইবাজনো ব্যৱহাৰকাৰীয়ে সম্পাদন কৰি থাকে, অলপ গণ্ডগোল হৈ নেকি বাৰু| অলপ আগতে এনে হ’ল| কাবাডী পৃষ্ঠাটোত ম‍ই সম্পাদনা কৰি থকা সময়ত লিখাবোৰ সঞ্চয় কৰিব নোৱাৰিলোঁ| টাবু টাইডটো কৰিবলৈ অলপ অসুবিধা পাইছো| তাতে অনুবাদত ম‍ই অলপ অপৰিপক্ক| --সদস্য:Bishnu Saikiaবিষ্ণু শইকীয়া 15:48, 2 ডিচেম্বৰ 2011 (UTC)

তোমাৰ কাবাড্ডী উৰি যোৱাৰ বাবে আছল দোষী ময়েই। হৈ যায় আৰু, মোৰো হ'ল সিদিনা। প্রভাকৰ শৰ্মা নেওগ 07:18, 4 ডিচেম্বৰ 2011 (UTC)
এই সমস্যা আতৰ কৰিব নোৱাৰি নেকি বাৰু ? চাবচোন| যোৱাকালি গীতাৰ্থ আৰু মোৰ মাজত হ’ল এনেকুৱা| সদস্য:Bishnu Saikiaবিষ্ণু শইকীয়া 07:39, 4 ডিচেম্বৰ 2011 (UTC)


পাৰি। আমাৰনো কেইজন সদস্য আছে? আমি ইজনে সিজনৰ ফোন নং ৰাখিলেই হ'ল। প্রভাকৰ শৰ্মা নেওগ 09:25, 6 ডিচেম্বৰ 2011 (UTC)


আপোনাৰ নম্বৰটো মোৰ হাতত আছেই, গীতাৰ্থৰ টো ল’ব লাগিব| বৰ্তমান ম‍ই সম্পাদ্বনা দ্বন্দ লেৱেল মাৰি কাম চলাই আছো| (Bishnu Saikia) বিষ্ণু শইকীয়া 09:34, 6 ডিচেম্বৰ 2011 (UTC)

অসম চিকিৎসা মহাবিদ্যালয় সম্পাদনা কৰক

দাদা, চিকিৎসা মহাবিদ্যালয়ৰ আচাৰ্য থাকে জানো? মই জনাত নাথাকে, বিশ্ববিদ্যালয়ৰহে থাকে। গুণদীপ চেতিয়া 09:06, 6 ডিচেম্বৰ 2011 (UTC)

"সৃষ্টিকৰ্তাৰ পদক" সন্মান তথা উত্সাহদায়ক বঁটাৰ বাবে মোক যোগ্য বুলি ভৱাৰ বাবে অশেষ ধন্যবাদ| (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 17:39, 26 ডিচেম্বৰ 2011 (UTC)

সাঁচটোৰ কথাখিনি অসমীয়ালৈ ভাঙনি কৰিবলৈ অসুবিধা পাইছোঁ। কৰি দিয়কচোন। লগতে Infobox Former Countryটোও অনুবাদ কৰি দিব। Gitartha.bordoloi 08:23, 31 ডিচেম্বৰ 2011 (UTC)

নালাগে কৰিব। নোৱাৰিলেও আধা কাম নকৰাই ভাল- বিশেষকৈ কিছুমান বিষয়ত। প্রভাকৰ শৰ্মা নেওগ 12:26, 31 ডিচেম্বৰ 2011 (UTC)

আপোনাৰ 'দাৰি' প্ৰসংগ সম্পাদনা কৰক

প্ৰভাকৰদা, আপুনি 'L' আখৰত দাৰি লিখোঁতে এটা অসুবিধাৰ কথা লিখিছে। অকণমান ভালকৈ বুজাই দিব নেকি? সেইটো কিয় হৈছে চাব লাগিছিল। আৰু আপুনি কি কী-বোৰ্ড ব্যৱহাৰ কৰি আছে সেইটোও জনাই দিব। মোবাইলৰ বাবে কী-বোৰ্ড এখন বনোৱাৰ কামত লাগি আছোঁ। এই অসুবিধাৰ কাৰণটো আগতেই জানি থ'লে, পাছলৈ সুবিধা হ'ব। উদ্দীপতালুকদাৰ 16:27, 6 জানুৱাৰী 2012 (UTC)

পোখালি শব্দটোৰ আৰম্ভণি কৰিছিল গীতাৰ্থ দাই।
চালুকীয়া পৰ্যায়ৰ প্রবন্ধ বা অংকুৰিত প্রবন্ধ ব্যৱহাৰ কৰিব পৰা যায়। কিন্তু পোখালি-টো কেবল এটা শব্দ হোৱাৰ বাবে মই বেছি পচন্দ কৰোঁ। --অম্লান জ্যো ব 17:03, 6 জানুৱাৰী 2012 (UTC)


Discussion at Wikipedia:Meetup/GAU1 সম্পাদনা কৰক

  আপোনাক এই পৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰন জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰক|Wikipedia:Meetup/GAU1. (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 18:14, 11 জানুৱাৰী 2012 (UTC)

Discussion at বাৰ্তা:ৱিকিস্পিচিজ সম্পাদনা কৰক

  আপোনাক এই পৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰন জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰক|বাৰ্তা:ৱিকিস্পিচিজ. (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 13:11, 13 জানুৱাৰী 2012 (UTC)

আলোচনা ৱিকিপিডিয়া:Meetup/TEZ1 সম্পাদনা কৰক

  আপোনাক ৱিকিপিডিয়া:Meetup/TEZ1পৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰন জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰক|. Bishnu Saikia (বিষ্ণু শ‍ইকীয়া) 19:46, 22 জানুৱাৰী 2012 (UTC)

ইন্দিৰা মিৰি সম্পাদনা কৰক

ইন্দিৰা মিৰি প্ৰবন্ধটো চালোঁ। যথেষ্ট informative হৈছে। আৰু তথ্য সংযোগ কৰিব পৰা যাবনে? infobox আৰু image add কৰিব পাৰিলে ভাল আছিল।--অম্লান বসুমতাৰী     15:34, 2 ফেব্ৰুৱাৰী 2012 (UTC)

লিখি আছোঁ, কিমান পাৰোঁ চাওঁ। পাৰিলে অনুৰাধা শৰ্মা পূজাৰীৰ পৰাই লিখাব লাগিছিল। প্রভাকৰ শৰ্মা নেওগ 11:45, 3 ফেব্ৰুৱাৰী 2012 (UTC)
== বাগ ==

আপুনি কোনটো বাগৰ কথা কৈছে? মই বিচাৰি পোৱা নাই। This link doesn't work https://bugzilla.wikimedia.org/process_bug.cgi
--অম্লান বসুমতাৰী     14:06, 3 ফেব্ৰুৱাৰী 2012 (UTC)

ক'ম কিন্তু আজি ব্যস্ত ্‌আছোঁ প্রভাকৰ শৰ্মা নেওগ 16:17, 3 ফেব্ৰুৱাৰী 2012 (UTC)

ফটো আপলোড সম্পাদনা কৰক

মই আজি ৱিকি সদস্য ভুক্ত হলো কিন্ত মই মোৰ প্ৰফাইলত ফটো যোগ কৰিব পৰা নাই । কেনেকৈ কৰিম শিকাই দিব নেকি ? Priyamrajshivam 10:42, 4 ফেব্ৰুৱাৰী 2012 (UTC)

আপুনি তলত দিয়া (ৰঙা) লিংকৰ পৰা পাৰিব, তাত ক্লিক কৰি দিব।
http://as.wikipedia.org/wiki/%E0%A6%9A%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0:File_upload_to_wiki.png

Requests for adminship (Amlan) সম্পাদনা কৰক

Could you please change the language of the proposal. Follow past nominations style. চাইপাও 11:31, 5 ফেব্ৰুৱাৰী 2012 (UTC)

Please do it for me, this Amlan is a very very good boy and qualified, I am very busy these days. My institute's acad sessn is on full swing and I have two hopeless project groups to mentor. So now please this issue over from me :-) . প্রভাকৰ শৰ্মা নেওগ 12:50, 5 ফেব্ৰুৱাৰী 2012 (UTC)
Sorry, you have to do this. চাইপাও 12:56, 5 ফেব্ৰুৱাৰী 2012 (UTC)
Please teach me what I need to do. প্রভাকৰ শৰ্মা নেওগ 13:18, 5 ফেব্ৰুৱাৰী 2012 (UTC)
Hi Prabhakar, could you please replace the English text with a translated version of the Assamese version? The English version casts aspersions on other Admins, which Shiju has pointed out is not true. The note should be simple, and have no implicit insinuations. Since you have placed an Assamese version, I gather you have enough time now to do this. চাইপাও 18:07, 6 ফেব্ৰুৱাৰী 2012 (UTC)
Done. প্রভাকৰ শৰ্মা নেওগ 18:48, 6 ফেব্ৰুৱাৰী 2012 (UTC)

Prabhakar, Admins cannot ban users at their own discretion. What was user:221.20's offense? চাইপাও 09:29, 8 ফেব্ৰুৱাৰী 2012 (UTC)

the problem is resolved by now. প্রভাকৰ শৰ্মা নেওগ 16:55, 8 ফেব্ৰুৱাৰী 2012 (UTC)

ৱিকিপিডিয়া: তথ্য আৰু প্ৰযুক্তিবিদ্যা প্ৰকল্পৰ নাম সলনি সম্পাদনা কৰক

প্ৰভাকৰ দা নামটো সলনি নকৰিলেও হ'লহেটেন নেকি । সংশ্লিষ্ট বুলি দিয়াটো জৰুৰি হয় বুলি মই নাভাবো । পৃষ্ঠাটো সলনি কৰিব নোৱাৰিনে আৰু ?Jyoti Prakash Nath 10:20, 10 ফেব্ৰুৱাৰী 2012 (UTC)

জৰুৰী। কাৰণ তথ্য (information) এটা বিষয় আৰু প্রযুক্তি বিদ্যা (technology) বেলেগ এটা। গতিকে যদি আমি "তথ্য আৰু প্রযুক্তি বিদ্যা" বোলোঁ, তেন্তে ই "Information and Technology" বুজাব। কিন্তু আমি বিচাৰোঁ "Information and Related Technology", "তথ্য আৰু সংশ্লিষ্ট প্রযুক্তি বিদ্যা"; ঠিকেই আছেনে? তেতিয়াহে আমি তাত কম্পিউটাৰ, কম্পিউটাৰ মাডাৰব'ৰ্ড আদিৰ বিষয়ে লিখিব পাৰিম। সন্তুষ্ট নহ'লে তুমি আগৰ নিছিনা কৰি দিব পাৰাঁ, কাৰণ নামতনো কি? মই অকণো বেয়া নাপাওঁ, be cool.

প্রভাকৰ শৰ্মা নেওগ 11:42, 10 ফেব্ৰুৱাৰী 2012 (UTC)

মই Information Technology ৰ কথা কৈছিলো গতিকে পৃষ্ঠা খনৰ নামটো "ৱিকিপিডিয়া: ৱিকি তথ্য প্ৰযুক্তিবিদ্যা প্ৰকল্প" কৰা যাওক । Jyoti Prakash Nath 13:43, 10 ফেব্ৰুৱাৰী 2012 (UTC)

ঠিক আছে, কৰাঁ। প্রভাকৰ শৰ্মা নেওগ 15:04, 10 ফেব্ৰুৱাৰী 2012 (UTC)

আপুনি প্ৰদান কৰা পুৰস্কাৰৰ বাবে ধন্যবাদ যাচিলোঁ| বিষ্ণু শ‍ইকীয়া বাৰ্তা 06:27, 14 ফেব্ৰুৱাৰী 2012 (UTC)

আকৌ ধন্যবাদ| বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:12, 20 ফেব্ৰুৱাৰী 2012 (UTC)

Thanks for the permission to give awards to Good Users. I was thinking about that, but did that. I will do it soon.

বিষ্ণু শ‍ইকীয়া বাৰ্তা 10:02, 14 ফেব্ৰুৱাৰী 2012 (UTC)

বাৰ্ণষ্টাৰ সম্পাদনা কৰক

ধন্যবাদ। Gitartha.bordoloi

  The Working Wikipedian's Barnstar
প্ৰিয় সতীৰ্থ, আপোনাৰ অৱদানৰ বাবে আমি কৃতজ্ঞ। এই সামান্য উপহাৰ গ্রহণ কৰক। Jyoti Prakash Nath 15:32, 20 ফেব্ৰুৱাৰী 2012 (UTC)

English পৰ্টেলবোৰ অসমীয়াত প্ৰবন্ধ হিচাপেহে থব পাৰি| আজি ম‍ই নজনা বাবে দুটামান ৱিকিচ’ৰাত সালসলনি কৰিছিলো| গীতাৰ্থ‍ই মোক বুজাই দিয়াত আকৌ আগৰদৰে ৰাখি থ’লো| বেয়া নাপাব|

বি:দ্ৰ: - অসমীয়াত পৰ্টেলবোৰ "চ’ৰা" হিচাপে কিয় নাৰাখে? এতিয়া কৰিব পৰা যাবনে? বিষ্ণু শ‍ইকীয়া বাৰ্তা 19:15, 28 ফেব্ৰুৱাৰী 2012 (UTC)

প'ৰ্টেল আচলতে বহুত প্রবন্ধ থকা ৱিকিতহে প্রয়োজন। আচলতে একোটা প'ৰ্টেল সেই বিষয়টোৰ একোখন sub-wiki -য়েই হয়। আমাৰ ৱিকিত প্রজেক্ট পৃষ্ঠা বোৰ ইং ৱিকিৰ portal-অৰ সমতুল্য। মই "ৱিকিচ'ৰা" আৰু "প্রকল্প" namespace-ৰ বাবে bug report file কৰিছিলোঁ, তেওঁলোকে প্ৰকল্প নেমস্পেচ টো দিলে, প'ৰ্টেল মানে ৱিকিচ'ৰা এতিয়াই নালাগে বুলি ক'লে। আনকি আচলতে "প্রকল্প" নেমস্পেচেও "ৱিকিপিডিয়া" নেমস্পেচলৈ ৰি ডাইৰেক্ট কৰে।
আমি এটা কাম কৰোঁ। মই, লগতে তুমিও (বেচিদিন নাই, তোমাকো এডমিন বনাই আছোঁ ৰ'বাঁ!) ৱিকিপিডিয়া:ইন্টাৰনেট ৰিলে চাট পৃষ্ঠাৰ কোনো এটা Help Channel-অৰ মানুহবোৰৰ লগত বিষয়টো আলোচনা কৰি লওঁ। কি কোৱাঁ? প্রভাকৰ শৰ্মা নেওগ (talk) 01:39, 1 মাৰ্চ 2012 (UTC)
কথাখিনি বুজাই দিয়া বাবে ধন্যবাদ| নামস্থানত পৰ্টেলক ৱিকিচ’ৰালৈ সলনি কৰাত কিয়বা মানা কৰিলে তেওঁলোকে? আকৌ এবাৰ সুধি চোৱা ভাল হ’ব যেন পাওঁ| গোটেইবোৰে নালাগে, আপুনি আৰু চাইপুদাই মিলি কামটো সমাধা কৰক| পাছত আমাক জনাব মাথো| লগতে আৰু এটা কথা কওঁ, আপুনি সাঁচ:Shortcutত থকা আলোচনাবোৰ এবাৰ চাবচোন| তাত ম‍ই আৰু এটা প্ৰবন্ধ আৰু প্ৰকল্পৰ মাজত থকা খেলিমেলি উল্লেখ কৰিছিলো| বিষ্ণু শ‍ইকীয়া বাৰ্তা 13:34, 1 মাৰ্চ 2012 (UTC)
হয়তো! মানা কৰাৰ কাৰণতো থাকিব নালাগে। বাংলাত "প্রবেশদ্বার" বুলি আছে। অৱশ্যে অসমীয়াত Portalৰ প্ৰতিশব্দ ঠায়ে ঠায়ে "ৱিকিচ'ৰা", "বাটচ'ৰা" বা "সংসদ" হৈ আছে। আনহাতে ৰাইজৰ চ'ৰাও বেটুপাতত "ৱিকিচ'ৰা" বুলি আছে। গীতাৰ্থ বৰদলৈ (talk) 19:05, 1 মাৰ্চ 2012 (UTC)
ঠিক আছে। মই সোনকালেই বাগ ৰিপ'ৰ্ট ফাইল কৰিম। প্রভাকৰ শৰ্মা নেওগ (talk) 09:50, 3 মাৰ্চ 2012 (UTC)

NE Tv, Prafulla Kumar Mahanta ইত্যাদিৰ দৰে একেবাৰে সৰু সৰু প্ৰবন্ধবোৰত কেইবাটাও সাঁচ লগোৱাটো ঠিক হয় জানো? আৰু অম্লান্নে মোক অনুৰুধ জনোৱা বাবে সাঁচ টেগ প্ৰবন্ধৰ শেষতহে যোগ কৰিছো| সাঁচ:পোখালিটো এবাৰ চাবচোন| দেখাটো বেয়া ন্হবৰ বাবে এনে সৰু প্ৰবন্ধত পোখালি সাঁচটোকেই দিয়া সমীচিন দেখো, আৰু যদি তাত কিবা পৰিস্কাৰ কৰিবলগীয়া কথা থাকে তেন্তে এটা বা দুটা শাৰী অলপ নিজেই ইফাল সিফাল কৰি দিলেই লেঠা শেষ| নহয় জানো? বিষ্ণু শ‍ইকীয়া বাৰ্তা 08:14, 4 মাৰ্চ 2012 (UTC)

সেই প্রবন্থটো মোৰ একেবাৰে পছন্দ হোৱা নাই। এডভাৰ্টাইজমেন্ট যেন দেখা গৈছে। তুমি "multiple issues" বা তাতকৈয়ো ষ্ট্রং টেগ এটা লগাই দিয়াঁ। মই নতুন লিখকক নিৰাশ কৰিবলৈ নিবিচাৰোঁ বাবে পাতল টেগ লগালোঁ। বিবেচনা তোমাৰ আৰু অম্লানৰ (অম্লানে "পোখালি"বোৰ চাই থাকে) ওপৰত এৰিলোঁ। তোমালোকৰ বিবেচনাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু সমৰ্থন কৰিম। প্রভাকৰ শৰ্মা নেওগ (talk) 11:33, 4 মাৰ্চ 2012 (UTC)
অম্লানকো এই সম্পৰ্কে সোধপোছ, কৰি চাওঁ, তেওঁবা কি কয়? বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:59, 4 মাৰ্চ 2012 (UTC)

এই দায়িত্ব মূৰ পাতি লবলৈ পালে ম‍ই যথেষ্ঠ সুখী হ’ম| এডমিন হ’লে কিছুমান কাম কৰাত সহায়ক হ’ব, সেয়ে ম‍ই না নকৰোঁ| মোক এই পদৰ যোগ্য বুলি ভবা বাবে ধন্যবাদ জনাইছো| বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:54, 4 মাৰ্চ 2012 (UTC)


ধন্যবাদ| নিজৰ ভোটটো নিজক দিবলৈ বেয়া কাগে দেখোন| থাকক দিয়ক| ম‍ই মোৰ সমৰ্থন আগবঢ়াইছো| বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:55, 4 মাৰ্চ 2012 (UTC)

এই প্ৰকল্পটোত অলপ হাত ফুৰাব| কিবা সংশোধন কৰিব লগা থাকিলে কৰি দিয়ে যেন| বিষ্ণু শ‍ইকীয়া বাৰ্তা 20:59, 17 মাৰ্চ 2012 (UTC)

You're invited to Wikimedia events in June and July: bot, script, template, and Gadget makers wanted সম্পাদনা কৰক

I'm sorry -- I only speak English.

I invite you to the yearly Berlin hackathon, 1-3 June. Registration is now open. If you need financial assistance or help with visa or hotel, then please register by May 1st and mention it in the registration form.

This is the premier event for the MediaWiki and Wikimedia technical community. We'll be hacking, designing, teaching, and socialising, primarily talking about ResourceLoader and Gadgets (extending functionality with JavaScript), the switch to Lua for templates, Wikidata, and Wikimedia Labs.

We want to bring 100-150 people together, including lots of people who have not attended such events before. User scripts, gadgets, API use, Toolserver, Wikimedia Labs, mobile, structured data, templates -- if you are into any of these things, we want you to come!

I also thought you might want to know about other upcoming events where you can learn more about MediaWiki customization and development, how to best use the web API for bots, and various upcoming features and changes. We'd love to have power users, bot maintainers and writers, and template makers at these events so we can all learn from each other and chat about what needs doing.

Check out the the developers' days preceding Wikimania in July in Washington, DC and our other events.

Best wishes! - Sumana Harihareswara, Wikimedia Foundation's Volunteer Development Coordinator. Please reply on my talk page at mediawiki.org. Sumanah (talk) 23:56, 8 এপ্ৰিল 2012 (UTC)

  The Teamwork Barnstar
প্রিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াৰ লগত আমি একেলগে বহুদূৰ আহিলোঁ, যাবলৈও আছে আৰু বহুদুৰ। যাত্ৰাপথৰ এই মোৰত আপোনাক ইয়াকে দি সামান্য সম্বৰ্থনা জনালোঁ।  বিষ্ণু শ‍ইকীয়াবাৰ্তা 11:16, 12 এপ্ৰিল 2012 (UTC)

প্ৰতিযোগীতা সম্পাদনা কৰক

দ্বিজেন মহন্ত দাই আকৌ আলোকচিত্ৰত অংশ লোৱাৰ কথা ভাবিছে নহয়! বনজিৎ দাক পাৰি, কিন্তু তেওঁ নিজেই নিবিচাৰিব কিজানি। কাৰণ ৱিকিত সময় দিব নোৱাৰাৰ বাবে তেখেতে নিজেই কেবাবাৰো দুখ প্ৰকাশ কৰিছে, আৰু চবতে তেখেতক কিবা নহয় কিবা এটাত সুমুৱাই থৈ দিয়ে বাবেও এবাৰ আপত্তি কৰিছিল। উৎপল বৰুৱাৰ কথাটো মই ধৰিব পৰা নাই। বাবুল বৈশ্য অতি যত্ন সহকাৰে লাগি থকা ৱিকিপিডিয়ান। তেখেতে খুব কমেই ফেচবুকত থাকে। কিন্তু উপদেষ্টা মণ্ডলীত ৰাখিব পাৰি। আপুনি নাই দেখোন|আপোনাৰ নামটো ক’ত সুমুয়াই সোনকালে সুমুয়াই থওঁক| বিষ্ণু  বাৰ্তা  15:17, 1 মে' 2012 (UTC)

এই পৃষ্ঠাটো চাবচোন| আপুনি কৰা সম্পাদনাবোৰ সাময়িক ভাৱে আতৰাই থ’লো| কিবা থাকিলে আলোচনা পৃষ্ঠাতে মত দিব| {{প্ৰবন্ধ প্ৰতিযোগিতা}} সাঁচটোৱো ম‍ই বনাই ৰাখিছিলো| আপুনি আজি মিছাতেই সেইটো বনালে| পুননিৰ্দেশ দি থলো সেইটোৱো| বিষ্ণু বাৰ্তা 12:40, 11 মে' 2012 (UTC)

যি কৰিলাঁ কৰিলাঁ। কিন্তু সেই প্রবন্ধ প্রতিযোগীতা সাঁচটো উক্ত প্রবন্ধটোত ৰঙা হৈ থকা দেখিহে মই বনাইছিলোঁ। প্রভাকৰ শৰ্মা নেওগ (talk) 14:14, 11 মে' 2012 (UTC)
ভাল বাৰু| সেয়ে জনাই থ’লো| নিতুল দাক ফেচবুকত কৈছিলো| বানানটো ভুল হোৱা বাবে লিংক লোৱা নাছিল| বিষ্ণু বাৰ্তা 14:19, 11 মে' 2012 (UTC)

অসমৰ বনৌষধি- বৈজ্ঞানিক নাম সম্পাদনা কৰক

কিছুমান বৈজ্ঞানিক নামৰো প্রতিশব্দ(Synonyms)থাকে ৷ http://assamplants.com/All%20Species/Kalanchoe.htm http://www.ajol.info/index.php/ajbr/article/viewFile/48782/35132মৌচুমী (talk)

কাৰণটো

এই ফটোখনে মোক বিমোৰত পেলাইছে| বিলোপ টেগ লগাই থৈছো| ফটোখন ভাল| কিন্তু ৱিকিপিডিয়াত ৰখাৰ যোগ্য নহয়| কাৰণবোৰ জানিছেই চাগে| অনুগ্ৰহ কৰি আগলৈ সাৰাংশ প্ৰদান কৰিব| আপুনিয়েই যদি এনে কৰে তেন্তে আনসকলক কি কম বাৰু?  বিষ্ণু শ‍ইকীয়াবাৰ্তা 13:20, 2 জুন 2012 (UTC)

মই কাৰণটো এতিয়ালৈকে জনা নাই, কাৰণ মই এটা প্রকাণ্ড মূৰ্খ। মোক ভালদৰে বুজাই ক'বাঁ নেকি? তাৰ পাচতহে ফটোখন ডীলীট কৰিলে ভাল পাম। সেইখন মোৰ অত্যন্ত মৰমৰ স্কুল, কাৰণ মই তাতে পঢ়ি ডাঙৰ দীঘল হোৱা। প্রভাকৰ শৰ্মা নেওগ (talk) 16:59, 2 জুন 2012 (UTC)
চিত্ৰখনৰ বিলোপ টেগত কাৰণটো লিখা হৈছে... This file has no source information, nor does it have information on its copyright status. Copyright information must be added, and source information must be provided so that the copyright status can be verified by others. Unless the copyright status is provided and a source is given, the image will be deleted seven days after this template was added. Please remove this template if the copyright status is provided and a source is given.  বিষ্ণু শ‍ইকীয়াবাৰ্তা 19:49, 2 জুন 2012 (UTC)

এলান টুৰিং বানান সম্পাদনা কৰক

প্ৰভাকৰ দা, এলান টুৰিং-ৰ বাৰ্তাত টুৰিং-ৰ উচ্চাৰণৰ বিষয়ে লিখিছোঁ চাওকচোন।উদ্দীপতালুকদাৰ (talk) 05:57, 20 আগষ্ট 2012 (UTC)

ভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থান সম্পাদনা কৰক

প্রৱন্ধটোৰ অনুবাদ আৰু অলপ বাকী আছে ৷ আটাইখিনি কৰি হ'লে সৰু সৰু বানান সমূহ(ঊৰ্দ্ধকমা আদি)ঠিক কৰিম ... এইকেইদিন মোৰ নেটৰ গতি একেবাৰে লেহেমীয়া ...মৌচুমী (talk) 12:54, 20 আগষ্ট 2012 (UTC)

 
নমস্কাৰ, Psneog। এই পৃষ্ঠাত আপোনালৈ নতুন বাৰ্তা আছে: Bishnu Saikia's talk page
আপুনি যিকোনো সময়ত  {{Talkback}} বা {{Tb}} সাঁচ মচি এই জাননী আঁতৰ কৰিব পাৰে

ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ) চাওক| ইয়াত প্ৰতিলিপি সম্পৰ্কীয় এক আলোচনা উত্থাপন কৰা হৈছে| আপুনি সেই পৃষ্ঠাত নিজৰ মতামত দিবৰ বাবে অনুৰোধ জনালো| বিষ্ণু শইকীয়া 15:18, 17 নৱেম্বৰ 2012 (UTC)

"ৱিকিউত্‍স" আলোচনালৈ নিমন্ত্ৰণ সম্পাদনা কৰক

অসমীয়া ৱিকিউত্‍সৰ অনুমোদন পোৱা হ’ল| আগন্তুক কামসমূহ সূচাৰূভাৱে সম্পন্ন কৰিবৰ বাবে এই আলোচনাত যোগদান কৰিবলৈ আপোনাক অনুৰোধ জনাইছো| বিষ্ণু শইকীয়া 12:59, 15 ডিচেম্বৰ 2012 (UTC)

English: hi I would like to ask could you put these codes into সাঁচ:Max please thanks

<includeonly>{{#expr:{{#switch:<!--	
-->{{#iferror:{{#expr:({{{1|}}})*1}}|0|1}}<!--	
-->{{#iferror:{{#expr:({{{2|}}})*1}}|0|1}}<!--	
-->{{#iferror:{{#expr:({{{3|}}})*1}}|0|1}}
|111={{max/3|({{{1}}})|({{{2}}})|({{{3}}})}}	
|110={{max/2|({{{1}}})|({{{2}}})}}	
|100={{{1}}}	
|101={{max/2|({{{1}}})|({{{3}}})}}	
|011={{max/2|({{{2}}})|({{{3}}})}}
|010={{{2}}}	
|001={{{3}}}	
}}}}</includeonly><noinclude>	
{{Documentation}}
</noinclude>

124.248.208.2 14:08, 16 ফেব্ৰুৱাৰী 2013 (UTC)

আপনি কি Module:ConvertDigitModule:ConvertTime-এ যেয়ে মাসের নামগুলি ঠিক করতে পারবেন? (পারলে বাংলা মাসের নাম পরিবর্তন করে অসমীয়া ভাষায় মাসের নাম দিন, ইংরেজি মাসের নাম যা আছে তা পরিবর্তন করার দরকার নেই) এই মডিউল ২টি দিয়ে অসমীয়া ৱিকিপিডিয়াতে Template যেগুলি কাজ করে না, সেগুলি ঠিক করা সম্ভব হবে।--Aftab1995 (talk) 17:25, 19 নৱেম্বৰ 2013 (UTC)

সময়ের একটু অসুবিধে আছে, দেখি। প্রভাকৰ শৰ্মা নেওগ (talk) 09:39, 20 নৱেম্বৰ 2013 (UTC)

ঠিক আছে বাৰু। প্ৰণৱ জ্যোতি ভূঞা (talk) 16:20, 27 নৱেম্বৰ 2013 (UTC)

"Psneog/Archive 1"ৰ সদস্য পৃষ্ঠালৈ উভতি যাওক।