বিষ্ণু শ‍ইকীয়া বাৰ্তা 08:52, 22 জুলাই 2012 (UTC)

ডেভিড আৰু অভয়াপুৰী সম্পাদনা কৰক

নতুনকৈ লিখা দেখি ভাল লাগিছে। পিছে প্রবন্ধবোৰ অন্ততঃ এটা পেৰা নিলিখিলে বেয়া দেখি আৰু বেছিদিন তেনেকৈ ধাকিলে কোনো এডমিনে মচি দিব পাৰে।

মই আপোনাৰ ডেভিড প্রবন্ধটো অলপ গত লগাই দিলোঁ, চাই ল'ব। প্রবন্ধটো লিখোতে আপুনি ই২ ৱিকিৰ David (Michelangelo) প্রবন্ধটোৰ সহায় ল'ব পাৰে (বা আনকি চিধা অনুবাদো কৰি দিব পাৰে, কাৰন প্রবন্ধটো বেচ উচ্চমানৰ।) অভয়াপুৰীৰ ক্ষেত্রত আপুনি বিশ্বনাথ চাৰিআলি বা যোৰহাটক আদৰ্শ হিচাবে ল'ব পাৰে।

ৱিকিত লিখাৰ বাবে ধন্যবাদ, ই এক মহৎ কাম। আশাকৰোঁ অতি সোনকালেই আপুনি এই কামন পাৰ্গত হৈ উঠিব।

প্রভাকৰ শৰ্মা নেওগ (talk) 03:49, 7 অক্টোবৰ 2012 (UTC)