— গীতাৰ্থ বৰদলৈ (talk) 06:46, 25 মাৰ্চ 2012 (UTC)


তথ্যসুত্ৰ সম্পাদনা কৰক

আপুনি আপোনাৰ নতুন প্ৰৱন্ধ "ন্যায়"ত তথ্যসুত্ৰ (reference) হিচাপে ইংৰাজী ৱিকিৰ মূল পৃষ্ঠাটোক ঊল্লেখ কৰিছে, পিছে তথ্যসুত্ৰ বোৰ বাহ্যিক উত্‍সৰ পৰা অহা উচিত তাৰ বাবে আপুনি ইংৰাজী ৱিকিৰ মূল প্ৰৱন্ধটোৰ পৰিৱৰ্তে সেই প্ৰৱন্ধটিত থকা তথ্যসুত্ৰবোৰ ব্যৱহাৰ কৰিব পাৰে| অসুবিধা পালে মোলৈ বাৰ্তা লিখিব, আৰু প্ৰৱন্ধটোৰ বিস্তাৰ কৰিব, এক দুই শাৰীৰ প্ৰৱন্ধ ৱিকিৰ পৰা মোহাৰি পেলোৱা হয়| দীপাংকৰ চেতিয়া বাৰ্তা 13:40, 27 মাৰ্চ 2012 (UTC)

বিবেকানন্দ কেন্দ্ৰ সম্পাদনা কৰক

বিবেকানন্দ কেন্দ্ৰ প্ৰবন্ধটো বহুদিন অনুবাদ নোহোৱাকৈয়ে অসমীয়া ৱিকিত সোমাই আছে| আপুনি অনুবাদ কৰিব পাৰিব নেকি বাৰু? এয়া এক সৰল অনুৰুধ আপোনালৈ| বিষ্ণু শ‍ইকীয়া বাৰ্তা 17:43, 28 মাৰ্চ 2012 (UTC)

ধন্যবাদ| আপুনি ৱিকিপিডিয়া:সহায়িকা/উদ্ধৃতি চাওক, ইয়াত এই বিষয়ে বিতংভাৱে লিখা আছে| ইঅংৰাজীটোৰ পৰা অনুবাদ কৰি থাকোতে তাত থকা <ref.... ref> মছি নেপেলালে, কামটো সহজতে হ’ব| কিবা অসুবিধা পালে মোৰ সৈতে ফেচবুকতে যোগাযোগ কৰিব|

আপুনি আৰম্ভ কৰা "ন্যায়" প্রবন্ধটো মই "ন্যায়সূত্র" কৰিলোঁ, কাৰণ ইং ৱিকিত তেনেকৈহে আছে। লগতে ইং ৱিকি চাই অলপ হাতো লগাই দিলোঁ, বেয়া নাপায় যেন। ইং ৱিকিত প্রবন্ধটো ইয়াত আছে (Nyāya Sūtras ইয়াত ক্লিক কৰক)। বাকীখিনি আপোনালৈ এৰিলোঁ। লিখি থাকিব। প্রভাকৰ শৰ্মা নেওগ (talk) 01:54, 27 এপ্ৰিল 2012 (UTC)