হলবী ভাষা

মধ্য ভাৰতত প্ৰচলিত ভাষা

হলবী, বস্তৰী, হলব, হলৱস বা হলৱী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা, যি ওড়িয়া আৰু মাৰাঠীৰ মাজৰ ৰূপান্তৰণৰ ভাষা[2] মধ্য ভাৰতত কমেও ৭৬৬২৯৭জন লোকে এই ভাষা ব্যৱহাৰ কৰে।

Halbi
ହଲବୀ, हलबी
থলুৱা অঞ্চল ভাৰত
অঞ্চল ছত্তীছগঢ়, ওড়িশা, অন্ধ্ৰ প্ৰদেশ, and মহাৰাষ্ট্ৰ
জাতীয়তা Halba
স্থানীয় ভাষিক
766,297 (2011 census)[1]
ভাষা পৰিয়াল
লিখন প্ৰণালী ওড়িয়া, দেৱনাগৰী
ভাষা সংকেত
ISO 639-3 hlb
লিংগোৱাস্ফেয়াৰ 59-AAF-tb
Halbi-speaking region

মহৰী উপভাষা অন্য উপভাষাসমূহতকৈ কিছু পৃথক আৰু কষ্টেৰেহে বুজিব পৰা যায়। এই ভাষাৰ আনুমানিক ২০০০০০ দ্বিতীয়-ভাষা কথোঁতাও আছে (২০০১ চনত)। ছত্তীসগঢ়ত প্ৰায় লোক হিন্দী ভাষাত পাকৈত। কিছু কিছু হলবী ভাষী লোকে ভত্ৰীক দ্বিতীয় ভাষা হিচাপে শিকে।

হলবী ভাষাক প্ৰায় বাণিজ্যৰ ভাষা হিচাপে ব্যৱহাৰ কৰা হয়। এই ভাষা বিষয়-বস্তু-ক্ৰিয়া ক্ৰমত লিখা হয়, ই এফিক্সৰ বহল প্ৰয়োগ কৰে আৰু বিশেষ্যৰ আগত বিশেষণ প্ৰয়োগ কৰে।

ধ্বনিতত্ত্ব সম্পাদনা কৰক

স্বৰধ্বনি সম্পাদনা কৰক

হলবী ভাষাত ৬ট স্বৰধ্বনি আছে: /a, e, ɘ, i, o, u/। আটাইকেইটা স্বৰধ্বনিৰেই নাকেৰে কৰা উচ্চৰণো আছে[3]

ব্যঞ্জনধ্বনি সম্পাদনা কৰক

Labial Alveolar Palatal Velar Glottal
Nasal m n ŋ
Stop voiceless p t k ʔ
aspirated
voiced b d g
breathy
Affricate voiceless t͡s
voiced ɟʝ
Fricative voiceless f s ç h
voiced v z
Approximant l j w
Trill r

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Statement 1: Abstract of speakers' strength of languages and mother tongues - 2011". Office of the Registrar General & Census Commissioner, Indiawww.censusindia.gov.in. http://www.censusindia.gov.in/2011Census/Language_MTs.html। আহৰণ কৰা হৈছে: 2018-07-07. 
  2. Masica (1991)
  3. "PHOIBLE 2.0 -". phoible.org. https://phoible.org/inventories/view/1727#tipa। আহৰণ কৰা হৈছে: 2020-03-16.