১৯৬০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
বৰ্ষ | ছবি | পৰিচালক | সংগীত পৰিচালক | মুক্তিৰ তাৰিখ | টোকা |
---|---|---|---|---|---|
১৯৬১ | শকুন্তলা | ভূপেন হাজৰিকা | ভূপেন হাজৰিকা | ২৪ নৱেম্বৰ | প্ৰথম আংশিক ৰঙীন ছবি |
লাচিত বৰফুকন | লক্ষ্যধৰ চৌধুৰী, প্ৰবীন ফুকন | ব্ৰজেন বৰুৱা | ২৯ ছেপ্টেম্বৰ | ||
১৯৬২ | নৰকাসুৰ | নিপ বৰুৱা | ব্ৰজেন বৰুৱা | - | |
১৯৬৩ | ইটো সিটো বহুতো | ব্ৰজেন বৰুৱা | ব্ৰজেন বৰুৱা | - | প্ৰথম পূৰ্ণদৈৰ্ঘৰ হাস্যৰসাত্মক ছবি |
মাটিৰ স্বৰ্গ | অনিল চৌধুৰী | জীতেন দেৱ | - | ||
তেজীমলা | আনোৱাৰ হুছেইন | ৰাজেশ্বৰ বৰদলৈ | - | শ্ৰেষ্ঠ অসমীয়া ছবিৰ চাৰ্টিফিকেট অৱ মেৰিট প্ৰাপ্ত | |
১৯৬৪ | মণিৰাম দেৱান | সৰ্বেশ্বৰ চক্ৰৱৰ্তী | ভূপেন হাজৰিকা | ১০ জানুৱাৰী | |
প্ৰতিধ্বনি[1] | ভূপেন হাজৰিকা | ভূপেন হাজৰিকা | - | ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ | |
১৯৬৬ | লটিঘটি | ভূপেন হাজৰিকা | ভূপেন হাজৰিকা | - | |
১৯৬৮ | মৰম তৃষ্ণা | আব্দুল মজিদ | বিবেকানন্দ ভট্টাচাৰ্য | ৫ জানুৱাৰী | |
সংগ্ৰাম | অমৰ পাঠক | অসিত গাংগুলী | ১৯ জানুৱাৰী | ||
ভাগ্য | এ. চালাম | লক্ষ্মীকান্ত প্যাৰেলাল | ১২ এপ্ৰিল | প্ৰথম অসমীয়া ডাবড্ চলচ্চিত্ৰ | |
১৯৬৯ | চিকমিক বিজুলী | ভূপেন হাজৰিকা | ভূপেন হাজৰিকা | ১৯ অক্টোবৰ | |
ডক্তৰ বেজবৰুৱা | ব্ৰজেন বৰুৱা | ৰমেন বৰুৱা | - | শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ K. Moti Gokulsing; Wimal Dissanyake (2004). Indian Popular Cinema: A Narrative of Cultural Change. Trentham Books. পৃষ্ঠা. 130–. ISBN 978-1-85856-329-9. http://books.google.com/books?id=_plssuFIar8C&pg=PA130। আহৰণ কৰা হৈছে: 27 November 2012.
- ↑ Released Movies - enajori.com
- ↑ অসম ইয়াৰবুক - শৰাইঘাট প্ৰকাশন