ৰাজবংশী বা তাজপুৰীয়া[1] এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি অসমীয়া-বাঙালী উপগোটৰ অন্তৰ্গত। এই ভাষা মুখ্যতঃ নেপালত ব্যৱহাৰ কৰা হয়। ভাষাটো ৰাজবংশী ভাষাৰ সৈতে সম্বন্ধিত, কিন্তু পৃথক, যদিও কোনো কোনোৱে ৰাজবংশী ভাষাকো চুটিকৈ ৰাজবংশী বা কমতাপুৰী নামেৰে অভিহিত কৰে। ৰাজবংশী, কমতাপুৰী আৰু সুৰজাপুৰীয়ে একেলগে "কমতাপুৰী, ৰাজবংশী আৰু উত্তৰ বংগীয়" ভাষাগোষ্ঠী গঠন কৰে, যি আদি-কামৰূপীৰ পৰা উদ্ভাৱিত দুই শাখাৰ পশ্চিমীয়া শাখা। অন্য শাখাটোৱে আদি-অসমীয়াৰ ৰূপ লৈছিল।[2]

Rajbanshi
Tajpuria
থলুৱা অঞ্চল Nepal
অঞ্চল Jhapa District, Morang District
স্থানীয় ভাষিক
সাঁচ:Sigfig (2011)e22
ভাষা পৰিয়াল
লিখন প্ৰণালী Devanagari
ভাষা সংকেত
ISO 639-3 Either:
rjs – Rajbanshi
kyv – Kayort

ধ্বনিতত্ত্ব সম্পাদনা কৰক

এই শাখাৰ ভিত্তি Wilde 2008

ব্যঞ্জনধ্বনি সম্পাদনা কৰক

Labial Dental/

Alveolar

Retroflex Palatal Velar গ্লটেল
Stop voiceless p ʈ k
aspirated t̪ʰ ʈʰ
voiced b ɖ ɡ
breathy d̪ʱ ɖʱ ɡʱ
Affricate voiceless ts
aspirated tsʰ
voiced dz
breathy dzʱ
Fricative s (ʃ) h
Nasal plain m ŋ
breathy n̪ʱ ŋʱ
Trill plain r
breathy
Approximant lateral l
lateral br.
central (w) (j)
    • /ts, tsʰ, dz, dzʱ/ ক প্ৰায় [tʃ, tʃʰ, dʒ, dʒʱ], শুনা যায় কোনো কোনো সময়ত
    • /r/ আৰু /rʱ/ ৰ অন্য ৰূপ [ɽ ɾ] আৰু [ɽʱ ɾʱ].
    • /b/ ৰ অন্য ৰূপ [β w].
    • /pʰ/[f] ৰূপেৰেও উচ্চাৰণ কৰা হয়
    • /s/ ৰ অন্য ৰূপ [ʃ].
    • /h/ ক শব্দসহিত বা শব্দহীন [ɦ] ৰূপেৰেও উচ্চাৰণ কৰা যাব পাৰে শব্দৰ আদিত
    • /n̪/[n] ৰ ৰূপতো শুনা যায় দন্তীয় ধ্বনিৰ আগত, আৰু [ɳ] ৰূপত মূৰ্ধন্য ধ্বনিৰ আগত
    • শব্দৰ শেষৰ /r/ শব্দহীন [r̥] হৈ যাব পাৰে
    • [w j] ৰ ব্যৱহাৰ কৰা হয়, কিন্তু সিহঁতক /u i/ ৰ ৰূপহে জ্ঞান কৰা হয়

স্বৰবৰ্ণ সম্পাদনা কৰক

Front Central Back
High i u
Mid e ʌ o
Low æ (ɐ)

উপৰ্যুক্ত স্বৰধ্বনিৰ উপৰিও এই যুক্তস্বৰসমূহ ৰাজবংশীত পোৱা যায়: /ie, iæ, iu, iʌ, ui, uæ, uʌ, ei, eu, æi, æu, ʌi, ʌu/।

  • /i, e/ ৰ চুটি ৰূপ [ɪ, ɛ]।
  • /æ/[ɐ, ä] ৰ ৰূপতো ব্যৱহাৰ কৰা হয়
  • /ʌ/[ɜ, ə] ৰূপতো শুনা যায়[3]

টোকা সম্পাদনা কৰক

  1. Toulmin 2009, পৃষ্ঠা. 16.
  2. Toulmin 2009, পৃষ্ঠা. 3.
  3. Wilde 2008.

তথ্য সংগ্ৰহ সম্পাদনা কৰক