ৱিকিপিডিয়া:পোখালি পৰিচৰ্যা

যোৱা ২৯ জানুৱাৰীত অনুষ্ঠিত হোৱা অনলাইন ৱিকিসভা/২০২৩ত সমূহীয়াকৈ ৱিকিপিডিয়াৰ পোখালি প্ৰৱন্ধসমূহ বহলোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। পোখালিসমূহৰ পৰা আটাইতকৈ বেছি দৰ্শন হোৱা পোখালিবোৰ উলিয়াই প্ৰতিমাহে আগ্ৰহী সদস্যসকলে মিলিজুলি বিস্তাৰ কৰাৰ সিদ্ধান্ত লয়।

অংশগ্ৰহণকাৰী সম্পাদনা কৰক

এইক্ষেত্ৰত আগ্ৰহী সকলে তলৰ তালিকাত নিজৰ নাম যোগ দিব পাৰে।

  1. Joli Rumi (বাৰ্তা) 01:32, 8 February 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. -Chandan Chiring Phukon Chat 03:01, 8 February 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. - Nayan j Nath (বাৰ্তা) 03:17, 8 February 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. বাবুল বৈশ্য (বাৰ্তা) 03:50, 27 February 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. 𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 04:04, 27 February 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6. Rumi Borah~aswiki (বাৰ্তা) 02:41, 28 February 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7. Thesaurabhsaha (বাৰ্তা) 03:19, 29 March 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

পোখালিৰ তালিকা সম্পাদনা কৰক

২০২২ বৰ্ষৰ সৰ্বাধিক দৰ্শন হোৱা প্ৰবন্ধৰ তালিকা

১) অসমীয়া সাহিত্যৰ অৰুণোদয় যুগ
২) বানপানী
  • এপ্ৰিল:
১) বানপানী
২) কনকলতা বৰুৱা
৩) দৰিদ্ৰতা
  • মে':
১) কনকলতা বৰুৱা
২) দৰিদ্ৰতা
  • জুন:
১) তেজপুৰ