ৱিকিপিডিয়া:প্ৰথম অসমীয়া ৱিকিসংযোগ সন্মিলন

অসমীয়া ৱিকিমিডিয়া সমাজ আৰু CIS-A2Kৰ যৌথ উদ্যোগত গুৱাহাটীস্থ বেংক ব্যৱস্থাপনা ভাৰতীয় প্ৰতিষ্ঠান, গুৱাহাটী (IIBM, Guwahati)ত দিনজোৰা কাৰ্যসূচীৰে প্ৰথমখন অসমীয়া ৱিকিসংযোগ সন্মিলন অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ৷ এই সন্মিলনত অসমীয়া ৱিকিমিডিয়া সমাজৰ মেণ্টৰশ্বিপ কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ৰ আনুষ্ঠানিক সামৰণিৰ লগতে অসমীয়া ৱিকিউৎস আৰু অসমীয়া ৱিকিউদ্ধৃতিৰ বৰ্ষপূৰ্তি উদযাপন কৰা হ'ব৷

নামদফা পেক্ষাগৃহ, আইআইবিম, খানাপাৰা, জৱাহৰ নগৰ, কামৰূপ (ম)-৭৮১০২২
Namdapha Hall, IIBM, Jawahar Nagar Guwahati, Kamrup(M) Pin-781022 Assam, India

৫ জানুৱাৰী, ২০২৫, দেওবাৰ

সমন্বয়ক

সম্পাদনা কৰক

First Assamese WikiSanjog Conference 2025

অংশগ্ৰহণকাৰী

সম্পাদনা কৰক
  1. Ishanjyotibora (talk) 17:14, 3 December 2024 (UTC)
  2. অনামিকা(চুমু) বড়া (talk) 18:04, 4 December 2024 (UTC)
  3. Manjil Konwar (talk) 18:18, 4 December 2024 (UTC)
  4. BhuyanBhaskar (talk) 01:21, 5 December 2024 (UTC)
  5. Aryan (talk) 03:42, 5 December 2024 (UTC)
  6. Rajdweep nlb (talk) 07:39, 5 December 2024 (UTC)
  7. Jyoti Chiring (talk) 10:09, 5 December 2024 (UTC)
  8. দিব্য দত্ত (talk) 07:59, 6 December 2024 (UTC)
  9. দিম্পল দাস (talk) 08:11, 6 December 2024 (UTC)
  10. নিপন নিয়ৰ শেনছোৱা (talk) 13:44, 6 December 2024 (UTC)
  11. কুমুদ ঘোষ (talk) 08:24, 6 December 2024 (UTC)
  12. Naruna Baruah (talk) 08:37, 6 December 2024 (UTC)

কাৰ্যসূচী

সম্পাদনা কৰক
  • পুৱা ১০:০০ বজাত- আৰম্ভণি, আঁত ধৰিব প্ৰণামিকা অধিকাৰীয়ে
  • ১০-১৫ বজাত : _'অসমীয়া ৱিকিৰ ইতিহাস'_ , চমু বক্তব্য-গীতাৰ্থ বৰদলৈয়ে
  • ১০-৩০ বজাত : ' _বৰ্ষশ্ৰেষ্ঠ ৱিকিমিডিয়ান বঁটা_ 'ৰ আঁৰৰ কথা আৰু বঁটা প্ৰদান৷ আঁত ধৰিব : নয়ন জ্যোতি নাথে
    • বঁটাত থাকিব নগদ ধন হিচাপে ৫০০১ টকা, আগবঢ়াব নয়ন জ্যোতি নাথে
    • কিতাপৰ টোপোলা আগবঢ়াব প্ৰিয়াংকুশ ডেকা আৰু অনামিকা বড়াই
    • মানপত্ৰ আগবঢ়াব ভাস্কৰ ভূঞাই
    • ট্ৰফী আগবঢ়াব দিব্য দত্তই
  • ১০-৪৫ বজাত : অৱদানৰ ভিত্তিত মেণ্টিসকলক পদক প্ৰদান:
    • সকলো প্ৰকল্পৰ মুঠ সৰ্বাধিক সম্পাদনা
    • সৰ্বাধিক নতুন প্ৰবন্ধ সৃষ্টি
    • শ্ৰেষ্ঠ প্ৰবন্ধ
  • ১১ বজাত : চাহ-বিৰতি
  • ১১-১৫ বজাত: আমন্ত্ৰিত অতিথি মেদিনী চুব্বুৰ দ্বাৰা বক্তৃতা/প্ৰেজেণ্টছন (বক্তৃতাৰ বিষয় তেখেতে সুধি নিশ্চিত কৰা হ'ব)
  • ১১-৪৫ বজাত : নিৰ্বাচিত মেণ্টিৰ ৱিকিসংযোগৰ অভিজ্ঞতা-বৰ্ণনা (স্বেচ্ছাই প্ৰদান কৰা দুই-তিনি মিনিটৰ ভাষ্য)
  • ১২ বজাত : মেণ্টিক শুভেচ্ছাপত্ৰ/মানপত্ৰ আৰু টিচাৰ্ট প্ৰদান৷ শুভেচ্ছাপত্ৰ বিতৰণ কৰিব-সমন্বয়ক দিব্য দত্তই৷ সহযোগ কৰিব সমন্বয়ক -ঈশান জ্যোতি বৰাই
  • ১ বজাত : আহাৰ বিৰতি
  • ২ বজাৰ পৰা ৪ বজালৈ : হাতে-কামে ৱিকি৷ সহযোগ কৰিব উপস্থিত মেণ্টৰসকলে
  • হাতে-কামে ৱিকিৰ কাৰ্যসূচী:
    • ক. ৱিকিউৎসত ৩০ পৃষ্ঠামানৰ কিতাপ এখনৰ মুদ্ৰণ সংশোধন, বৈধকৰণ আৰু ট্ৰেন্সক্লুছন৷
    • খ. কমন্সত সেইদিনা তোলা কমেও এখনকৈ ফটো আপলোড৷
    • গ. ৱিকিউদ্ধৃতিত কমেও ২ টাকৈ উদ্ধৃতি সংযোজন৷
    • ঘ. ৱিকিপিডিয়াত কমেও ৫ টাকৈ সম্পাদনা৷
    • ঙ. ৱিকিডাটাত কমেও এটাকৈ প্ৰবন্ধ সংযোগ নাইবা এটাকৈ আইটেম সৃষ্টি৷
  • ৪ বজাত : চাহ আৰু মুকলি আড্ডা৷

চিত্ৰ সম্ভাৰ

সম্পাদনা কৰক