- এই সম্পূৰ্ণ প্ৰবন্ধটো বা ইয়াৰ অংশবিশেষ অসমীয়া ভাষাত লিখা হোৱা নাই। সেয়ে ইয়াক অসমীয়ালৈ অনুবাদ কৰাত সহায় কৰক।
- বিভিন্ন কাৰণত অনূদিত প্ৰবন্ধ অসম্পূৰ্ণ বা চমু হ'ব পাৰে।
- উচ্চতৰ বিষয়ৰ প্ৰবন্ধ: যেনে "আপেক্ষিকতাবাদৰ তত্ত্ব" - অসমীয়া সাধাৰণ পাঠকে বুজিব পৰাকৈ মোটামুটিকৈ লিখি থোৱাহে থাকিব পাৰে। কোনো পাঠকে ইয়াতকৈ দ কৈ জানিব বিচাৰিলে ইংৰাজী ৱিকিপিডিয়াৰ পৰা পঢ়ি ল'ব পাৰে।
- জনপ্ৰিয় বিষয়ৰ প্ৰবন্ধ: যেনে "শচীন টেণ্ডুলকাৰ" - মোটামুটিকৈ লিখি থোৱাহে থাকিব পাৰে। কোনো পাঠকে ইয়াতকৈ বিশদ কৈ জানিব বিচাৰিলে ইংৰাজী ৱিকিপিডিয়াৰ পৰা পঢ়ি ল'ব পাৰে।
- বিষয়টো জটিল বা সঁচাকৈয়ে দীঘল: এনে ক্ষেত্ৰত কেতিয়াবা অনুবাদৰ কাম বহুত দিন আধৰুৱা হৈয়েই থাকে। কিন্তু ইতিমধ্যে কেইবাজনেও লিখি ইমানখিনি কাম কৰি উলিয়াইছে যে পেলাই দিবলৈ বেয়া লাগে। আচলতে এনে হ'ব নালাগে যদিও প্ৰায়েই হয়গৈ আৰু প্ৰবন্ধটোৰ শেষৰফালে বহুত অনুবাদ প্ৰবন্ধ আপচু দেখা হয়গৈ।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল।